• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জটিল ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী আলিফা খাতুন : আৰ্থিক সহায় বিচাৰি পৰিয়ালৰ কাতৰ আহ্বান

আপোনাৰ কিঞ্চিত সঁহাৰিয়ে হাঁহি বিৰিঙাব পাৰে এটা পৰিয়াল তথা এজনী মেধাৱী ছাত্ৰীগৰাকীৰ জীৱনক

ইয়াছিন আলী by ইয়াছিন আলী
May 1, 2021 3:51 pm
Alifa
1.1k
VIEWS
Share on FacebookShare on Twitter

চিৰাং জিলাৰ বিজনী মহকুমা অন্তৰ্গত ভাংনামাৰী গাঁৱৰ ছাইদুৰ ৰহামান ছোৱালী আলিফা খাতুন এক জটিল ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ সৈতে যুঁজি আছে।

আলিফা বি এইচ কলেজ, হাউলীৰ দৰ্শন বিভাগৰ স্নাতক মহলাৰ ছাত্ৰী।

জানিব দিয়া মতে যোৱা এবছৰ ধৰি এক দুৰাৰোগ্যত আক্ৰান্ত হৈ বিচনাতে ছটফটাইল আছে আলিফা।

বিভিন্ন ঠাইত চিকিৎসা বিধান লৈছে যদিও কোনো সুফল পোৱা নাই। বৰ্তমান তাইৰ অৱস্থা খুবেই সংকটজনক।

একমাত্ৰ দৰিদ্ৰতাৰ হেতু পিতৃ ছাইদুৰে উন্নত চিকিৎসাৰ বাবে বাহিৰলৈ নিব পৰা নাই আলিফাক।

উল্লেখ্য যে, আলিফাই দৰিদ্ৰতাৰ দেৱাল ভাঙি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ষ্টাৰ(৭৫%) নম্বৰ লাভেৰে প্ৰমাণ কৰি দিছিল যে মনোবলৰ ওচৰত দৰিদ্ৰতা হেঙাৰ হ’ব নোৱাৰে।

আজি সেই মেধাৱী ছাত্ৰীগৰাকীয়ে এবছৰে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ বিচনাত পৰি আছে। বৰ্তমান তাইৰ উন্নত চিকিৎসাৰ প্ৰয়োজন। পৰিয়ালৰ আৰ্থিক অৱস্থা শোচনীয়, যাৰ বাবে উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিব পৰা নাই।

সেয়ে হৃদয়বান ব্যক্তি, চৰকাৰ তথা দল সংগঠন লৈ সহায়ৰ আহ্বান জনাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে।

যদি কোনোবা হৃদয়ৱান ব্যক্তি, তাইৰ তথা পৰিয়ালৰ কাষ চাপে আৰু কিছু পৰিমাণে সহায়ৰ হাত আগবঢ়ায় তেন্তে আলিফা খাতুন পুনৰ সুস্থ হৈ উঠিব পাৰিব।

কোনো সদাশয় ব্যক্তিয়ে সহায় কৰিব বিচাৰিলে Saddam Hussain, A/C- 3968129003, IFSC- CBIN0282511ত আগবঢ়াব পৰিব। নাইবা মোবাইল নং ৮০১১৪৭৮০৪৯, ৬০০০৯৭৯০০৮ নম্বৰত যোগাযোগ কৰিব পাৰে।

Recent News

চীনৰ ৬০,০০০ মেগাৱাটৰ মেডগ’ জলবিদ্যুৎ প্ৰকল্পৰ অসমৰ প্ৰতি ভাবুকি! হ্ৰাস পাব ভূ-গৰ্ভৰ জলস্তৰ, কৃষিভূমি হৈ পৰিব খৰাং

চীনৰ ৬০,০০০ মেগাৱাটৰ মেডগ’ জলবিদ্যুৎ প্ৰকল্পৰ অসমৰ প্ৰতি ভাবুকি! হ্ৰাস পাব ভূ-গৰ্ভৰ জলস্তৰ, কৃষিভূমি হৈ পৰিব খৰাং

প্ৰকৃত গো-পালকৰ অৱস্থা অতি শোচনীয়, ধনী হৈছে কেৱল বৰমূৰীয়াসকলৰ অঙহী-বঙহীহে : দুগ্ধ বিতৰণ ফেডাৰেশ্যনৰ অভিযোগ

প্ৰকৃত গো-পালকৰ অৱস্থা অতি শোচনীয়, ধনী হৈছে কেৱল বৰমূৰীয়াসকলৰ অঙহী-বঙহীহে : দুগ্ধ বিতৰণ ফেডাৰেশ্যনৰ অভিযোগ

ভুৱা নথি লৈ আইআইটি-বম্বেত গৱেষক ছাত্ৰ হিচাপে প্ৰৱেশঃ দুসপ্তাহ উপস্থিতিৰ পাছতহে দৃষ্টিগোচৰ কাণ্ড

ভুৱা নথি লৈ আইআইটি-বম্বেত গৱেষক ছাত্ৰ হিচাপে প্ৰৱেশঃ দুসপ্তাহ উপস্থিতিৰ পাছতহে দৃষ্টিগোচৰ কাণ্ড

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd