• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এইবাৰ আহিছে স্পুটনিক-লাইট; এটা ড’জেই নিয়ন্ত্ৰণ কৰিব কৰ’নাক!

এন ই নাও নিউজ by এন ই নাও নিউজ
May 7, 2021 12:53 pm
Sputnik-light
563
VIEWS
Share on FacebookShare on Twitter

কৰ’নাক নিয়ন্ত্ৰণ কৰিবলৈ ভেকচিন দুটা ড’জ লোৱাটো জৰুৰী হৈ আহিছিল। এইবাৰ এটা ড’জেৰেই কৰ’নাক নিয়ন্ত্ৰণ কৰিব পৰা যাব বুলি দাবী কৰিছে ৰাছিয়াই।

কৰ’না ভেকচিন স্পুটনিক-ভিৰ এটা ড’জেই মাৰাত্মক কৰ’না ভাইৰাছৰ বিৰুদ্ধে কাৰ্যকৰী হ’ব। এটা ড’জৰ ভেকচিনৰ বাবে ৰাছিয়াৰ আৰডিআইএফৰ ফালৰ পৰা অনুমোদন দিয়া হৈছে।

বাতৰি অনুসৰি, কাৰ্যকৰিতাৰ ফালৰ পৰা দুটা ড’জকৈ এই এটা ড’জৰ ভেকচিন অলপ পিছুৱাই আছে। কিন্তু কম সময়ৰ ভিতৰতে বহু মানুহক টীকাকৰণ কৰিবলৈ হ’লে স্পুটনিক লাইট কামত আহিব বুলি ভৱা হৈছে।

ৰাছিয়াৰ এই ভেকচিন বিশ্বৰ ৬০খন দেশত অনুমোদন লাভ কৰিছে। অৱশ্যে, এতিয়াও ইউৰোপীয় মেডিচিন এজেন্সি বা আমেৰিকা যুক্তৰাষ্ট্ৰৰ খাদ্য তথা ঔষধ প্ৰশাসনৰ দ্বাৰা অনুমোদিত হোৱা নাই।

আৰডিআইএফে এক বিবৃতিত স্পষ্ট কৰি কৈছে যে স্পুটনিক ভি ভেকচিনৰ দুটা ড’জ ল’লে ইয়াৰ কাৰ্যকৰিতা ৯১.৬শতাংশ। কিন্তু এটা ড’জৰ ক্ষেত্ৰত সেয়া ৭৯.৪শতাংশ। ভেকচিন লোৱাৰ ২৮দিনৰ পাছত লাভ কৰা তথ্য বিশ্লেষণ কৰি এই কথা জানিব পৰা গৈছে।

যোৱা ২০২০চনৰ ৫ডিচেম্বৰৰ পৰা চলিত বছৰৰ ১৫ এপ্ৰিললৈকে চলা পৰীক্ষা-নিৰীক্ষাৰ ভিত্তিত স্পুটনিক লাইটক অনুমোদন দিয়া হৈছে। ভাৰতীয় মুদ্ৰাত ইয়াৰ দাম হ’ব ৭৩০টকা।

কম সময়ৰ ভিতৰতে অধিক লোকক ভেকচিন প্ৰদান কৰিবলৈ হ’লে এই ভেকচিন বিশেষ কাৰ্যকৰী হ’ব। ইয়াৰ ফলত ক্ষিপ্ৰতাৰে ৰোগ প্ৰতিৰোধ ক্ষমতা গড়ি তোলাটো সম্ভৱ হৈ পৰিব।

Recent News

২০২৬ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক শক্তিশালী কৰা আৰু সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ লক্ষ্যৰে আয়োজিত এপিচিচি মিডিয়া সন্মিলন সম্পন্ন

২০২৬ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক শক্তিশালী কৰা আৰু সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ লক্ষ্যৰে আয়োজিত এপিচিচি মিডিয়া সন্মিলন সম্পন্ন

হিন্দু পুৰোহিতৰ বিৰুদ্ধে আশীৰ্বাদৰ চলেৰে মন্দিৰত যৌন নিৰ্যাতনৰ অভিযোগ বিদেশী মডেলৰ!

হিন্দু পুৰোহিতৰ বিৰুদ্ধে আশীৰ্বাদৰ চলেৰে মন্দিৰত যৌন নিৰ্যাতনৰ অভিযোগ বিদেশী মডেলৰ!

আঁচনিভুক্ত মহিলা কৰ্মচাৰীসকলৰ সৈতে চৰকাৰৰ চৰম বঞ্চনা: বিজেপি চৰকাৰৰ নামমাত্র মাননি বৃদ্ধিৰ প্ৰবঞ্চনামূলক ঘোষণাৰ তীব্ৰ গৰিহণা চিপিআই(এম)ৰ

আঁচনিভুক্ত মহিলা কৰ্মচাৰীসকলৰ সৈতে চৰকাৰৰ চৰম বঞ্চনা: বিজেপি চৰকাৰৰ নামমাত্র মাননি বৃদ্ধিৰ প্ৰবঞ্চনামূলক ঘোষণাৰ তীব্ৰ গৰিহণা চিপিআই(এম)ৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd