• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হিমন্ত বিশ্ব শৰ্মা পৰৱৰ্তী মুখ্যমন্ত্ৰী! কিন্তু কিয় থমকি ৰৈছে কেন্দ্ৰীয় নেতৃত্ব?

এন ই নাও নিউজ by এন ই নাও নিউজ
May 9, 2021 10:35 am
ChiefMinister-750x375-1
1.2k
VIEWS
Share on FacebookShare on Twitter

খৱৰটো ইতিমধ্যে বিয়পি পৰিছে। নে কোনোবাই বিয়পাই দিছে? কথাটো এতিয়াও ধৰিবলৈ কঠিন হৈয়েই ৰৈছে।

শনিবাৰে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই দিল্লীত কেন্দ্ৰীয় নেতৃত্বক সাক্ষাৎ কৰাৰ পাছৰে পৰাই বিভিন্ন ধৰণৰ খৱৰে ছচিয়েল মিডিয়া ভৰি পৰিছে।

ৰাজ্যৰ এখন বাতৰি কাকতৰ মুখ্য সম্পাদক তথা এটা ব্যক্তিগত  চেনেলৰ মুখ্য সম্পাদকৰ ফেচবুক প’ষ্টৰ পাছতে তুংগত উঠিছে এই চৰ্চা।

ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব বুলি কেন্দ্ৰীয় নেতৃত্বই মোহৰ মাৰক বা নামাৰক অসমত একাংশই মোহৰ মাৰিছেই।

তেওঁলোকে তথ্য লাভ কৰা সূত্ৰৰ উৎস কি সেয়া অৱশ্যেই জানিব পৰা হোৱা নাই যদিও সংশ্লিষ্ট মুখ্যমন্ত্ৰী প্ৰত্যাশীৰ ঘনিষ্ঠৰ পৰাই যে এনে বাতৰি ওলাইছে তাক নুই কৰিব নোৱাৰি।

ইপিনে, আজি দিনৰ ১১বজাত অনুষ্ঠিত হ’বলগীয়া বিধায়িনী দলৰ বৈঠকতে বিষয়টো চূড়ান্ত হ’ব বুলি কৈ থকা হৈছে। অথচ একাংশই ছীল-মোহৰ মাৰি বিষয়টোৰ ইতিমধ্যে মোখনি মাৰিছে।

আন এক সূত্ৰই জানিবলৈ দিয়া মতে এই প্ৰচাৰৰ বিপৰীতে কিন্তু প্ৰকৃততে কথাটো ইমান সহজ হৈ থকা নাই।

সৰ্বানন্দ সোণোৱালৰ পক্ষতো ইতিমধ্য যথেষ্ট শক্তিশালী স্থিতি গ্ৰহণ কৰা হৈছে আৰু বিধায়িনী দলৰ বৈঠকত আন কোনো দৃশ্যৰ অৱতৰণ হোৱাৰো অৱকাশ আছে।

কেন্দ্ৰীয় পৰ্যবেক্ষকৰ উপস্থিতিত দৰাচলতে এক নিষ্পত্তি হ’ব বুলি ভাৱি থকা হৈছে যদিও ভিতৰি দুয়ো পক্ষৰ মাজতে ভীষণ উত্তেজনাই বিৰাজ কৰিছে।

বিধায়িনী দলৰ বৈঠকৰ পাছত কি ঘোষণা হয় আৰু সেয়া কোন পক্ষলৈ যায় সেইটো এতিয়া লক্ষ্যণীয় হৈ পৰিছে।

অসমৰ মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰাত কিয় ইমান থমকি ৰ’ব লগা হৈছে কেন্দ্ৰীয় নেতৃত্ব তাৰো সঠিক উত্তৰ আজি অৱশ্যেই পোৱা যাব।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd