• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজভৱনত ৰাজ্যপালক সাক্ষাৎ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ; দাখিল কৰিলে পদত্যাগ পত্ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 9, 2021 11:39 am
Sonowal meet Governor

ৰাজ্যপালক সাক্ষাৎ সৰ্বানন্দ সোণোৱালৰ।

1.9k
VIEWS
Share on FacebookShare on Twitter

আজি দুপৰীয়া বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল গৈ ৰাজভৱনত উপস্থিত হয়।

ৰাজভৱনত মুখ্যমন্ত্ৰী সোণোৱাল ৰাজ্যপাল অধ্যাপক জগদীশ মুখীক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ দাখিল কৰে।

আজি আনুষ্ঠানিকভাৱে অসমৰ পৰবৰ্তী মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰা হ’ব।

আজি দিনৰ ১২ বজাত অনুষ্ঠিত হ’বলগীয়া বিজেপি বিধায়িনী দলৰ বৈঠকতে পৰবৰ্তী মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰা হ’ব।

ইতিমধ্যে বিজেপি দলৰ নৱনিৰ্বাচিত সকলো বিধায়ক আহি বিধানসভাৰ কক্ষত উপস্থিত হৈছে।

ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব তাক লৈ এতিয়াও তীব্ৰ উৎকণ্ঠা অব্যাহত আছে।

Recent News

দেশৰ পৰিধি ভাঙি পাকিস্তানৰ কৰাচীত মঞ্চস্থ হ’ল ৰামায়ণ!

দেশৰ পৰিধি ভাঙি পাকিস্তানৰ কৰাচীত মঞ্চস্থ হ’ল ৰামায়ণ!

২৭ ৰানতে ৰানত স্তব্ধ ৱেষ্ট ইণ্ডিজ; ৯ ৰানত ৬ টা উইকেট লৈ অভিলেখ ষ্টাৰ্কৰ, স্কট ব’লেণ্ডৰো হেট্ৰিক

২৭ ৰানতে ৰানত স্তব্ধ ৱেষ্ট ইণ্ডিজ; ৯ ৰানত ৬ টা উইকেট লৈ অভিলেখ ষ্টাৰ্কৰ, স্কট ব’লেণ্ডৰো হেট্ৰিক

বঙাইগাঁৱৰ এহাল দম্পতীৰ ওপৰত যমজ নৱজাত সন্তান বিক্ৰী কৰাৰ অভিযোগ  

বঙাইগাঁৱৰ এহাল দম্পতীৰ ওপৰত যমজ নৱজাত সন্তান বিক্ৰী কৰাৰ অভিযোগ  

হিমাচল উচ্চ ন্যায়ালয়ৰ হঠকাৰী সিদ্ধান্ত! ফলেৰে ভৰপূৰ ৩ হাজাৰৰো অধিক আপেল গছ কাটি পেলোৱাৰ নিৰ্দেশ

হিমাচল উচ্চ ন্যায়ালয়ৰ হঠকাৰী সিদ্ধান্ত! ফলেৰে ভৰপূৰ ৩ হাজাৰৰো অধিক আপেল গছ কাটি পেলোৱাৰ নিৰ্দেশ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd