• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰকাৰ গঠনৰ আৰ্জিলৈ ৰাজ্যপালক সাক্ষাৎ কৰিলে হিমন্ত বিশ্ব শৰ্মা-সৰ্বানন্দ সোণোৱালে

এন ই নাও নিউজ by এন ই নাও নিউজ
May 9, 2021 6:34 pm
E08Stx8VUAED1Bg-750x375
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত এখন বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ আৰ্জিলৈ আজি বিয়লি ৰাজ্যপাল জগদীশ মুখীক সাক্ষাৎ কৰে নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সদ্য পদত্যাগী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

ৰাজ্যপালক সাক্ষাৎ কৰা দলটোত আছিল অগপৰ সভাপতি অতুল বৰা,ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো আদি নেতাসকলো।

Apply Now

উল্লেখ্য কাইলৈ দিনৰ বাৰ বজাত গুৱাহাটীৰ কলাক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে শপতগ্ৰহণ কৰিব।

অসমৰ নতুন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ কলাক্ষেত্ৰত মুখ্যমন্ত্ৰী হিচাবে  শপতগ্ৰহণ কৰিব।

উক্ত অনুষ্ঠানতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ উপৰি আন কেইবাগৰাকীও বিধায়কে কেবিনেট মন্ত্ৰী হিচাবে শপতগ্ৰহণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৃহ,বিত্ত,আৰু স্বাস্থ্য দপ্তৰ কেইটা নিজৰ হাতত ৰখাৰ সম্ভাৱনা আছে বুলিও জানিব পৰা গৈছে।

ইতিমধ্যে কাইলৈৰ শপতগ্ৰহণ অনুষ্ঠানৰ বাবে কলাক্ষেত্ৰৰ অডিট’ৰিয়াম সাজু কৰি তোলা হৈছে।

দুখনকৈ এলইডি স্ক্ৰীণত শপতগ্ৰহণৰ দৃশ্য বাহিৰৰ পৰা মানুহে প্ৰত্যক্ষ কৰিব পাৰিব।

শপতগ্ৰহণ অনুষ্ঠানত সকলো ধৰণৰ কোভিড প্ৰটোক’ল বজাই ৰখা হ’ব আৰু এই সন্দৰ্ভত কামৰূপ জিলা প্ৰশাসনে সকলো ধৰণৰ ব্যৱস্থা সম্পূৰ্ণ কৰি তুলিছে।

অসমৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই শপতগ্রহণস্থলী পৰিদৰ্শন কৰি নিৰাপত্তাৰ দিশটো পৰ্যালোচনা কৰিছে।

উল্লেখ্য কালি নতুন দিল্লীত বিজেপিৰ শীৰ্ষ নেতৃত্বৰে আলোচনা কৰি অহাৰ পিছতে আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পদত্যাগ কৰে আৰু বিজেপিৰ বিধায়িনী বৈঠকে হিমন্ত বিশ্ব শৰ্মাক বিধায়িনী দলৰ নেতা হিচাবে নিৰ্বাচিত কৰে।

বিধায়িনী দলৰ নেতা নিৰ্বাচিত হোৱাৰ পিছতে হিমন্ত বিশ্ব শৰ্মাক অসমৰ নতুন মুখ্যমন্ত্ৰী হিচাবে ঘোষণা কৰা হয়।

কোভিডৰ সংহাৰ, মূল্যবৃদ্ধি আদিকে ধৰি এশ এবুৰি সমস্যাত জৰ্জৰিত অসমত নতুন মুখ্যমন্ত্ৰী হিচাবে হিমন্ত বিশ্ব শৰ্মাই বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব সেয়া নিশ্চিত।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰথম গ্ৰেপ্তাৰ বেআইনী বিবেচিত হ’লে পুনৰ গ্ৰেপ্তাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে! উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

প্ৰথম গ্ৰেপ্তাৰ বেআইনী বিবেচিত হ’লে পুনৰ গ্ৰেপ্তাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে! উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 21, 2026 4:54 pm
চন্দ্ৰপুৰত ইছৰোৰ অত্যাধুনিক ৰাডাৰ গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন: মহাকাশ গৱেষণাৰ মানচিত্ৰত অসমৰ নতুন যাত্ৰা

চন্দ্ৰপুৰত ইছৰোৰ অত্যাধুনিক ৰাডাৰ গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন: মহাকাশ গৱেষণাৰ মানচিত্ৰত অসমৰ নতুন যাত্ৰা

September 21, 2026 4:52 pm
নগাঁও উপ-নিৰ্বাচনৰ ৰণডংকা! তিনিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ, চূড়ান্ত যুঁজত অৱতীৰ্ণ হ’ব ১৫ গৰাকী প্ৰাৰ্থী

নগাঁও উপ-নিৰ্বাচনৰ ৰণডংকা! তিনিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ, চূড়ান্ত যুঁজত অৱতীৰ্ণ হ’ব ১৫ গৰাকী প্ৰাৰ্থী

September 21, 2026 3:00 pm
মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

September 21, 2026 12:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰথম গ্ৰেপ্তাৰ বেআইনী বিবেচিত হ’লে পুনৰ গ্ৰেপ্তাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে! উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

প্ৰথম গ্ৰেপ্তাৰ বেআইনী বিবেচিত হ’লে পুনৰ গ্ৰেপ্তাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে! উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 21, 2026 4:54 pm
চন্দ্ৰপুৰত ইছৰোৰ অত্যাধুনিক ৰাডাৰ গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন: মহাকাশ গৱেষণাৰ মানচিত্ৰত অসমৰ নতুন যাত্ৰা

চন্দ্ৰপুৰত ইছৰোৰ অত্যাধুনিক ৰাডাৰ গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন: মহাকাশ গৱেষণাৰ মানচিত্ৰত অসমৰ নতুন যাত্ৰা

September 21, 2026 4:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd