• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জনতাৰ মূৰত মোদী চৰকাৰৰ মাধমাৰ: চাৰি ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পিছতে দেশত পুনৰ বাঢ়িল পেট্ৰ’ল-ডিজেলৰ দাম

এন ই নাও নিউজ by এন ই নাও নিউজ
May 10, 2021 12:58 pm
petroldieselfeb11
242
VIEWS
Share on FacebookShare on Twitter

চাৰি ৰাজ্যকে ধৰি এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিধানসভা নিৰ্বাচন অন্ত পৰাৰ পিছতে আজি কেন্দ্ৰেীয় চৰকাৰে পুনৰ বৃদ্ধি কৰিলে পেট্ৰ’ল-ডিজেলৰ মূল্য।

দেশৰ বিভিন্ন ৰাজ্যত এতিয়া চলি আছে লকডাউন।

এনে সময়তে ইন্ধনৰ মূল্যবৃদ্ধিয়ে বয়-বস্তুৰ সৰবৰাহত খৰচ বৃদ্ধি কৰাৰ আশংকাই দেখা দিছে।

ফলত পুনৰ বৃদ্ধি পাব পাৰে বহু নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ দাম।

আজি চৰকাৰে দেশৰ বিভিন্ন ৰাজ্যত পেট্ৰ’লত প্ৰতি লিটাৰত ২৬ পইচা আৰু ডিজেলত প্ৰতি লিটৰত ৩৩ পইচাকৈ বৃদ্ধি কৰে।

ফলত ৰাজধানী চহৰ দিল্লীত আজি প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম হৈছে ৯১.৫৩ টকা।একেদৰে দিল্লীত আজি দল্লিীত প্ৰতি লিটাৰ ডিজেলৰ দাম হৈছেগৈ ৮২.০৬ টকা।

কলকাতত প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম হৈছে ৯১.৬৬ টকা আৰু ডিজেল প্ৰতি লিটাৰত হৈছে ৮৪.৯০ টকা।গুৱাহাটীত প্ৰতি লিটাৰ ডিজেলত মূল্য হৈছে ৮২.৩৯ টকা।

গুৱাহাটীত আজি প্ৰতি লিটাৰ ডিজেলৰ দাম হৈছে ৮৭.৯৩ টকা।

মুম্বাইত প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম হৈছে ৯৭.৮৬ টকা। ডিজেলত হৈছে ৮৯.১৭ টকা।

ক’ৰ’নাতংকৰ বাবে সমগ্ৰ বিশ্বতে ইন্ধনৰ দাম কমি যোৱাৰ পিছতো ভাৰতত কিয় এনেদৰে দাম বৃদ্ধি কৰা হৈছে সেয়া বহুতৰে বাবে এক উত্তৰহীন প্ৰশ্ন হৈ পৰিছে।

Recent News

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd