• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব নাগালেণ্ড

চৰকাৰী ধন উগ্ৰপন্থীক দিয়াৰ গোচৰত নাগালেণ্ডৰ ৩জন চৰকাৰী বিষয়াক ‘নিয়া’ৰ গ্ৰেপ্তাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 25, 2018 10:52 pm
NIA-678x381

প্ৰতিনিধিত্বমূলক ছবি

12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নেশ্যনেল ইনভেষ্টিগেইশ্যন এজেন্সি, চমুকৈ ‘নিয়া’ৰ গুৱাহাটীৰ কাৰ্য্যালয়ে আজি ডিমাপুৰত নাগালেণ্ডৰ ৩জন চৰকাৰী বিষয়াক গ্ৰেপ্তাৰ কৰিছে। বিষয়াকেইজনক বিদ্ৰোহী সংগঠন এন এছ চি এন (খাপলাং)ৰ হৈ চৰকাৰী বিভাগবোৰত ধন সংগ্ৰহ কৰাৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে। নিয়াই ৰুজু কৰা এই সম্পৰ্কীয় গোচৰ RC-01/2016/NIA-GUW ত বিষয়াকেইজনক গ্ৰেপ্তাৰ কৰিছে বুলি সূত্ৰটোৱে জনাইছে।

গ্ৰেপ্তাৰ হোৱা বিষয়াকেইজন হ’ল ক্ৰমে ক’হিমাস্থিত কৃষি সঞ্চালকালয়ৰ সঞ্চালক জি ইকুটো ঝিমমি, ক’হিমাস্থিত গ্ৰাম্য উন্নয়ন সঞ্চালকালয়ৰ কাৰ্য্যবাহী অভিযন্তা কেতৌজো পেছেই আৰু ক’হিমাৰে নগৰ উন্নয়ন সঞ্চালকালয়ৰ মাণ্ডলিক হিচাপৰক্ষণ বিষয়া চাংটেমচুবা।

Apply Now

নিয়াৰ সূত্ৰই কয় যে এই বিষয়াকেইজনে তেওঁলোকৰ চৰকাৰী ক্ষমতাৰ অপব্যৱহাৰ কৰি এন এছ চি এন (খাপলাং)ক যথেষ্ট পৰিমাণৰ ধন চৰকাৰী পুঁজিৰ পৰা বৰঙনিৰ হিচাপত যোগান ধৰিছিল। ইয়াৰ জৰিয়তে তেওঁলোক বে-আইনী কাৰ্য্যত জড়িত হৈছিল।

সূত্ৰটোৱে কয় যে বিষয়াকেইজনক ২০১২ চনৰ পৰা ২০১৬ চনৰ ভিতৰত এন এছ চি এন (কে),এন এছ চি এন (আৰ), এফ জি এন, এন এন চিকে ধৰি বিভিন্ন উগ্ৰপন্থী সংগঠনক বৃহৎ পৰিমাণৰ চৰকাৰী ধন যোগান ধৰাৰ অপৰাধত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে।

উল্লেখযোগ্য যে চৰকাৰী ধন যোগানৰ এই সত্য পোহৰলৈ আহিছিল নিয়াই এক অভিযোগৰ ভিত্তিত ২০১৭ চনৰ ১ জানুৱাৰিত চৰকাৰী নথি-পত্ৰবোৰ পৰীক্ষা কৰোতে। ইয়াৰ ভিতৰত ধন দাবীপত্ৰৰ লগতে ধন লাভ কৰা বুলি দিয়া ৰচিদো আছিল।

নিয়াই লগতে কৈছে যে এন এছ চি এন (কে)ৰ দুজন সক্ৰিয় সদস্য ক্ৰমে এ খেতছু চুমি (ক’হিমা আৰু ডিমাপুৰৰ বিত্তৰ দায়িত্বত থকা) আৰু ভিক্টো শ্বুক এই সন্দৰ্ভত পূৰ্বে গ্ৰেপ্তাৰ কৰা হৈছিল। অভিযুক্ত দুজনৰ পৰা উদ্ধাৰ কৰা নথি-পত্ৰ আৰু তেওঁলোকৰ স্বীকাৰোক্তিৰ পৰা চৰকাৰী বিষয়াই বৃহৎ পৰিমাণৰ ধন দিয়াৰ কথাটো ধৰা পৰে।

নিয়াৰ সূত্ৰটোৱে জনোৱামতে আজি গ্ৰেপ্তাৰ কৰা বিষয়াকেইজনক সোমবাৰে ডিমাপুৰত থকা নিয়াৰ বিশেষ আদালতত হাজিৰ কৰোৱা হ’ব।

নিয়াৰ সূত্ৰটোৱে কয় যে এন এছ চি এন (কে)ৰ সদস্যসকলে স্বয়ম্ভু নেতা ‘ব্ৰিগ’ৰ নিৰ্দেশত ডিমাপুৰ আৰু ক’হিমাত ব্যাপক হাৰত ধন সংগ্ৰহ কৰিছিল।

উল্লেখযোগ্য যে কিছু দিন পূৰ্বে নাগালেণ্ডৰ প্ৰাক্তন মুখ্য মন্ত্ৰী টি আৰ জেলিয়াঙলৈও একেটা গোচৰত দুখনকৈ চমন জাৰি কৰিছিল। চমনৰ জৰিয়তে প্ৰাক্তন মুখ্য মন্ত্ৰীজনক নিয়াৰ নতুন দিল্লীস্থিত কাৰ্য্যালয়ত উপস্থিত হ’বলৈ নিৰ্দেশ দিছিল, যিটোৰ ক্ষেত্ৰত অপাগতা প্ৰকাশ কৰি অধিক সময় দিবৰ বাবে জেলিয়াঙে পত্ৰ লিখিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

October 1, 2026 11:27 am
দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

October 1, 2026 10:17 am
প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

October 1, 2026 9:15 am
ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

October 1, 2026 7:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

October 1, 2026 11:27 am
দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

October 1, 2026 10:17 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd