• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিষ্কন্টক! প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাৰ বাসগৃহত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 11, 2021 12:26 pm
Himanta in Jayanta Baruah's Residence
15
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যখনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ লগে লগে সামাজিক দৃশ্যপটো সলনি হোৱাৰ ইংগিত বহন কৰিছে মঙলবাৰৰ এক ঘটনাই !

মঙলবাৰে পুৱা সাদিন– প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাৰ বাসগৃহত হঠাতে উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

Apply Now

মুখ্যমন্ত্ৰী ৰূপে দায়িত্বভাৰ লোৱাৰ পাছতে এইদৰে জয়ন্ত বৰুৱাৰ ঘৰত উপস্থিত হয় নতুন মুখ্যমন্ত্ৰীগৰাকী। মুখ্যমন্ত্ৰী গৰাকীৰ সৈতে কেবিনেট মন্ত্ৰী অশোক সিংঘালো উপস্থিত থাকে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জয়ন্ত বৰুৱাৰ সৈতে আলোচনাত মিলিত হয়।

জয়ন্ত বৰুৱাৰ বাসগৃহত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াক এক অনানুষ্ঠানিক সাক্ষাৎ বুলি উল্লেখ কৰি কয়,’’ আমাৰ এক ঘৰুৱা সম্পৰ্ক আছে আৰু বৃত্তিগতভাৱে আমি আমাৰ নিজৰ দিশেৰে আগবাঢ়িছো। অসমৰ উন্নয়নৰ বাবে সকলোৱে ইতিবাচক মানসিকতাৰে আগবাঢ়িব লাগিব।‘’

গান্ধীবস্তিত একেলগে ডাঙৰ হোৱা বুলি সদৰী কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই এগৰাকী জ্যেষ্ঠ নাগৰিক হিচাপে আশীৰ্বাদ ল’বলৈ অহা বুলি কয়।

আনহাতে, সংবাদ মাধ্যমৰ আগত জয়ন্ত বৰুৱাই কয়,’’আমি সুখী যে অসমে এগৰাকী তৰুণ, দক্ষ আৰু গতিশীল মুখ্যমন্ত্ৰী লাভ কৰিছে। মই তেওঁক ভৱিষ্যতৰ বাবে শুভেচ্ছা জনাইছো যাতে তেওঁ ৰাজ্যখনৰ উন্নয়নৰ বাবে কাম কৰি যাব পাৰে। আমাৰ এক পুৰণি সম্পৰ্ক আছে আৰু আজি আমি ৰাজ্যখনৰ উন্নয়নৰ বিষয়ে আলোচনা কৰিছো।‘’

স্বাভাৱিকতে দুয়োগৰাকী ব্যক্তিৰ এই ‘মহামিলন’ক লৈ পৰ্যবেক্ষক মহলৰ মাজত চৰ্চা আৰম্ভ হৈছে।

বিগত সময়ত হিমন্ত বিশ্ব শৰ্মা আৰু জয়ন্ত বৰুৱাৰ মাজত চলি থকা শীতল যুদ্ধৰ অৱসান ঘটাৰ ইংগিত বহন কৰিলে নেকি এই আজিৰ এই মহামিলনে সেয়া লক্ষ্যণীয় হৈ পৰিছে।

উল্লেখ্য যে বিগত সময়ত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতি-কেলেংকাৰিৰ অভিযোগ ৰাইজৰ সন্মুখত দাঙি ধৰি জয়ন্ত বৰুৱাৰ মালিকাধীন সংবাদ গোষ্ঠীটোৱে একপ্ৰকাৰ নেতাগৰাকীৰ সন্মুখত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল।

আনহাতে, হিমন্ত বিশ্ব শৰ্মাইয়ো বিভিন্ন সময়ত জয়ন্ত বৰুৱাৰ বিৰুদ্ধে ৰাজহুৱাভাৱে মন্তব্য আগবঢ়াই নিজৰ ক্ষোভ সদৰী কৰিছিল।

বিগত সময়ত সকলোৰে মনত এক ধাৰণাৰ সৃষ্টি হৈ আহিছিল যে জয়ন্ত বৰুৱাৰ ‘বলিষ্ঠ’ ভূমিকাৰ বাবেই হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক জীৱনৰ উত্তৰণ স্থবিৰ হৈছে।

কংগ্ৰেছত থকা দিনৰে পৰা জয়ন্ত বৰুৱাৰ সংবাদ গোষ্ঠীটোৱে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তথ্য সম্বলিত বাতৰি প্ৰকাশ কৰি নেতাগৰাকীক শলঠেকত পেলাই অহা দেখা গৈছিল।

সেয়া যি নহওক, মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছতে সেইগৰাকী ‘বৈৰীবন্ধু’ জয়ন্ত বৰুৱাৰ বাসগৃহত উপস্থিত হৈ হিমন্ত বিশ্ব শৰ্মাই ‘বৰফ গলা’ৰ ইংগিত দিয়া বুলিও চৰ্চা লাভ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

September 21, 2026 12:12 pm
নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

September 21, 2026 11:03 am
টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

September 21, 2026 10:23 am
এআই জগতত আলোড়ন! ক্লড ব্যৱহাৰ কৰি OpenAI হেক ৩ ভাৰতীয়ৰ; জানি লওক পৰিচয়

এআই জগতত আলোড়ন! ক্লড ব্যৱহাৰ কৰি OpenAI হেক ৩ ভাৰতীয়ৰ; জানি লওক পৰিচয়

September 21, 2026 9:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

September 21, 2026 12:12 pm
নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

September 21, 2026 11:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd