• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ পিচত এইবাৰ এলাহাবাদ উচ্চ ন্যায়ালয়ে ক’লে—ক’ৰ’নাৰ বাবে জগৰীয়া নিৰ্বাচন আয়োগ-কেন্দ্ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 12, 2021 2:46 pm
Allahabad_HC
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত ক’ৰ’নাই এতিয়া বিষম ৰূপ ধাৰণ কৰিছে। ইতিমধ্যে দেশৰ বিভিন্ন ৰাজ্যত ক’ৰ’নাৰ মহাসংহাৰৰ বাবে নিৰ্বাচন আয়োগ আৰু কেন্দ্ৰীয় চৰকাৰকেই দায়ী কৰিছিল মাদ্ৰাজ উচ্চ ন্যায়ালয়ে।

মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ পিছত আজি ক’ৰ’নাৰ সংক্ৰমনৰ বাবে কেন্দ্ৰীয় নিৰ্বাচন আয়োগ আৰু কেন্দ্ৰীয় চৰকাৰক দায়ী কৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়েও।

Apply Now

এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সিদ্ধাৰ্থ বাৰ্মাই আজি কয় যে নিৰ্বাচনৰ পিছত দেশৰ বিভিন্ন স্থানত ক’ৰ’নাই কেনে ৰূপ ধাৰণ কৰিব পাৰে সেই সন্দৰ্ভত কেন্দ্ৰীয় নিৰ্বাচন আয়োগ আৰু কেন্দ্ৰই মুঠেও বুজি উঠিব পৰা নাছিল।

ফলত ক’ৰ’নাই বিভিন্ন স্থানত বিষম ৰূপ ধাৰণ কৰিছে।ন্যায়াধীশগৰাকীয়ে কয় যে ভোটৰ পিছৰ পৰিস্থিতিৰি বাবে সাজু নাছিল উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথো।

সেইবাবেই চহৰাঞ্চলত ক’ৰ’নাৰ নিয়ন্ত্ৰণত মুখথেকেচা খাবলগীয়া হৈছে আদিত্যনাথে।

উত্তৰপ্ৰদেশৰ সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনৰ ক্ষেত্ৰত ৰাজ্য খনত কোনো ধৰণৰ কোভিড প্ৰ’টোকল মানি চলা হোৱা নাছিল। উলত ৰাজ্য খনত বহু লোক ক’ৰ’নাত আক্ৰান্ত হৈছে।

উল্লেখ্য কিছু দিন পূৰ্বে এক ঐতিসাহিক ৰায় প্ৰদান কৰি মাদ্ৰাজ উচ্চ ন্যায়ালয়ে সমগ্ৰ দেশৰে দৃষ্টি আকৰ্ষণ কৰি চৰ্চাৰ শীৰ্ষত আছিল।

দেশত কৰোনাৰ দ্বিতীয় ঢৌৰ সময়ত দেশত কেবাখনো ৰাজ্যত কোনো পৰিকল্পনা নকৰাকৈ নিৰ্বাচন অনুষ্ঠিত কৰি ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ সমাৱেশক নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হোৱা বুলি সমালোচনাৰ সন্মুখীন হৈছিল দেশৰ নিৰ্বাচন আয়োগ।

মাদ্ৰাজ উচ্চ ন্যায়ালয়ে এই সম্পৰ্কীয় এক গোচৰৰ শুনানি গ্ৰহণ কৰি ভাৰতৰ নিৰ্বাচন আয়োগক হত্যাকাৰী বুলি আখ্যা দিছিল। মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ এই মন্তব্যৰ পিছতে দেশজুৰি তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে নিৰ্বাচন আয়োগ।

আনকি মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ বন্দ্যোপধ্যায়ে নিৰ্বাচন আয়োগৰ শীৰ্ষ বিষয়ববীয়াৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰিব লাগে বুলিও মন্তব্য কৰিছিল।

এই ভৎসৰ্না পোৱাৰ পিছতে নিৰ্বাচন আয়োগে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ বিৰুদ্ধে দেশৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল যদিও উচ্চতম ন্যায়ালয়েও মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ৰায়কে শুদ্ধ বুলি কৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অযোধ্যা ৰাম মন্দিৰৰ দানৰ ধন চুৰি কাণ্ড: নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ ন্যাসৰ প্ৰধান চম্পত ৰায় আৰু অনিল মিশ্ৰৰ

অযোধ্যা ৰাম মন্দিৰৰ দানৰ ধন চুৰি কাণ্ড: নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ ন্যাসৰ প্ৰধান চম্পত ৰায় আৰু অনিল মিশ্ৰৰ

June 26, 2026 2:44 pm
ব্যৱসায়ী কেতন  আগৰৱালাৰ হত্যা! প্ৰেমিকক লগত লৈ ছিয়াই ৰচিছিল ষড়যন্ত্ৰ; শিহৰণকাৰী ঘটনাৰ ৰহস্য ফাদিল

ব্যৱসায়ী কেতন আগৰৱালাৰ হত্যা! প্ৰেমিকক লগত লৈ ছিয়াই ৰচিছিল ষড়যন্ত্ৰ; শিহৰণকাৰী ঘটনাৰ ৰহস্য ফাদিল

June 26, 2026 1:46 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

June 26, 2026 12:07 pm
উত্তেজনাপূৰ্ণ মেচত ৩-২ গ’লত পৰাস্ত কৰিলে তুৰস্কই; পৰাজয়ৰ পিছতো পৰৱৰ্তী ৰাউণ্ডলৈ আমেৰিকা

উত্তেজনাপূৰ্ণ মেচত ৩-২ গ’লত পৰাস্ত কৰিলে তুৰস্কই; পৰাজয়ৰ পিছতো পৰৱৰ্তী ৰাউণ্ডলৈ আমেৰিকা

June 26, 2026 11:17 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অযোধ্যা ৰাম মন্দিৰৰ দানৰ ধন চুৰি কাণ্ড: নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ ন্যাসৰ প্ৰধান চম্পত ৰায় আৰু অনিল মিশ্ৰৰ

অযোধ্যা ৰাম মন্দিৰৰ দানৰ ধন চুৰি কাণ্ড: নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ ন্যাসৰ প্ৰধান চম্পত ৰায় আৰু অনিল মিশ্ৰৰ

June 26, 2026 2:44 pm
ব্যৱসায়ী কেতন  আগৰৱালাৰ হত্যা! প্ৰেমিকক লগত লৈ ছিয়াই ৰচিছিল ষড়যন্ত্ৰ; শিহৰণকাৰী ঘটনাৰ ৰহস্য ফাদিল

ব্যৱসায়ী কেতন আগৰৱালাৰ হত্যা! প্ৰেমিকক লগত লৈ ছিয়াই ৰচিছিল ষড়যন্ত্ৰ; শিহৰণকাৰী ঘটনাৰ ৰহস্য ফাদিল

June 26, 2026 1:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd