• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘ৰাজনৈতিক আৰু ধৰ্মীয় সমাৱেশৰ বাবেই ভাৰতত কৰোনাৰ সংক্ৰমণ বাঢ়িছে’, WHOৰ দাবী

এন ই নাও নিউজ by এন ই নাও নিউজ
May 13, 2021 2:13 pm
932415-806661-bjp-supporters-ani
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰোনা সংক্ৰমণৰ প্ৰথমটো ঢৌৰ নিয়ন্ত্ৰণত সফল হোৱা বুলি ঢাক-ঢোল বজাই বিশ্বগুৰুৰ স্থান দখলৰ বাবে উদগ্ৰীৱ হৈ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এইবাৰ সমগ্ৰ বিশ্বই সমালোচনা কৰা দেখা গৈছে।

কৰোনাৰ দ্বিতীয়টো ঢৌৱে দেশত অভাৱনীয় সংকটৰ সৃষ্টি কৰাৰ সময়তে বিশ্বৰ বিভিন্ন দেশৰ লগতে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমেও ভাৰত চৰকাৰৰ ভুল নীতিৰ বাবেই এই পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি দাবী কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ সমালোচনা কৰা দেখা গৈছে।

Apply Now

আনকি বিশ্ব স্বাস্থ্য সংস্থা(WHO)এ দাবী কৰিছে যে কিছুদিন পূৰ্বলৈকে অব্যাহত থকা ৰাজনৈতিক আৰু ধৰ্মীয় সমাৱেশৰ বাবেই ভাৰতত কৰোনাৰ দ্বিতীয়টো ঢৌত সংক্ৰমণ বৃদ্ধি পাইছে।

WHOৰ কৰোনা বিষয়ক সাপ্তাহিক প্ৰত্ৰিকাত কোৱা হৈছে যে ভাৰতত কৰোনাৰ দ্বিতীয় ঢৌৱে সংকটৰ সৃষ্টি কৰাত ৰাজনৈতিক জনসভা আৰু ধৰ্মীয় সমাৱেশৰ বিশেষ ভূমিকা আছে।

প্ৰতিবেদনত লগতে আৰু কোৱা হৈছে যে যোৱা ২০২০ৰ অক্টোবৰৰ প্ৰথমভাগত ভাৰতত কৰোনা ভাইৰাছৰ বি.১.৬১৭ (কৰোনাৰ ভাৰতীয় ৰূপ বুলি পৰিচিত) সন্ধান পোৱা গৈছিল আৰু ইয়াৰ পিছতে ভাৰতত ইয়াৰ সংক্ৰমণ দ্ৰুত হৈছিল।

ডাব্বল মিউটেন্ট হিচাপে চিহ্নিত বি.১.৬১৭ এই ভাইৰাছবিধ দ্ৰুত গতিৰে সংক্ৰমণ ঘটা বুলি জ্ঞাত হোৱাৰ পিছতো ভাৰত চৰকাৰে নিয়ন্ত্ৰণৰ বাবে কোনো পদক্ষেপ গ্ৰহণ নকৰি চৰকাৰে ইখনৰ পিছত সিখন ৰাজনৈতিক নিৰ্বাচনী প্ৰচাৰ সভা আৰু লক্ষ লক্ষ ভক্তৰ উপস্থিতিৰে কুম্ভমেলাৰ আয়োজন কৰিছিল।

এই সমাৱেশসমূহত কোভিড বিধিক চূড়ান্তভাৱে উলংঘা কৰা হৈছিল, সামাজিক দূৰত্ব মানি চলা হোৱা নাছিল। যাৰফলত দেশত কৰোনাৰ দ্ৰুত সংক্ৰমণ বৃদ্ধি পালে বুলি কোৱা হৈছে WHOৰ সাপ্তাহিক প্ৰত্ৰিকাখনত।

আনহাতে ইয়াৰ পূৰ্বে আন্তজাৰ্তিক চিকিৎসা বিষয়ক পত্ৰ লানচেট-ও ভাৰতৰ এই কোভিড পৰিস্থিতিৰ বাবে ৰাজনৈতিক আৰু ধর্মীয় সমাৱেশক দায়ী কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ সমালোচনা কৰিছিল।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

June 6, 2026 2:31 pm
SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

June 6, 2026 1:27 pm
শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

June 6, 2026 12:39 pm
প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

June 6, 2026 12:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

June 6, 2026 2:31 pm
SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

June 6, 2026 1:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd