• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অমানুষিক! কোভিড আক্ৰান্ত মহিলাক ধৰ্ষণ; ২৪ঘন্টাৰ ভিতৰতে মৃত্যু

এন ই নাও নিউজ by এন ই নাও নিউজ
May 14, 2021 9:42 am
Rape & Murder-representative-image

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোভিডত আক্ৰান্ত হোৱাৰ পাছত মহিলাগৰাকী হাস্পাতালত ভৰ্তি হৈছিল। তেনে অৱস্থাতেই হাস্পাতলখনৰ এজন কৰ্মীয়ে তেওঁক ধৰ্ষণ কৰে। ইয়াৰ পাছতে মহিলাগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু ২৪ ঘন্টাৰ ভিতৰতে মৃত্যুমুখত পৰে।

আৰক্ষীয়ে হাস্পাতলখনত পুৰুষ নাৰ্ছ হিচাপে কাম কৰা অভিযুক্ত ব্যক্তিজনক গ্ৰেপ্তাৰ কৰিছে। এই অমানুষিক জঘন্য ঘটনাটো সংঘটিত হৈছে মধ্যপ্ৰদেশৰ ভূপালত।

Apply Now

আৰক্ষীয়ে জানিবলৈ দিয়া মতে যোৱা ৬ এপ্ৰিলত ৪৩বছৰীয়া এগৰাকী মহিলা ভূপাল মেম’ৰিয়েল হাস্পাতলত ভৰ্তি হৈছিল। তাতেই অভিযুক্ত হাস্পাতালৰ কৰ্মীজনে তেওঁক ধৰ্ষণ কৰে।

মহিলাগৰাকীৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটাত তেওঁক ভেন্টিলেশ্যনত ৰখা হয়। কিন্তু ২৪ ঘন্টা পাৰ নৌহওতেই মহিলাগৰাকীৰ মৃত্যু হয়।

ইপিনে, মৃত্যুৰ পূৰ্বে এগৰাকী চিকিৎসকৰ আগত ভাষ্য দাঙি ধৰি অভিযুক্তক চিনাক্ত কৰি যায় ঘটনাৰ বলি মহিলাগৰাকীয়ে।

মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ৪০ বছৰীয়া সন্তোষ আহিৰ’ৱাৰক গ্ৰেপ্তাৰ কৰে। বৰ্তমান তেওঁক ভূপালৰ কেন্দ্ৰীয় কাৰাগাৰত ৰখা হৈছে। শীঘ্ৰেই বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব।

প্ৰায় এমাহ ধৰি এই ঘটনা কিয় গোপনে ৰখা হৈছিল সেই বিষয়ে আৰক্ষীয়ে জানিবলৈ দি কয় যে সেই ঘটনাৰ বলি মহিলাগৰাকীয়ে তেওঁৰ নাম যাতে প্ৰকাশ নহয় আৰু ঘটনাটোৰ কথাও যাতে তেতিয়াই প্ৰকাশ নাপায় তাৰ বাবে অনুৰোধ জনাইছিল। সেয়ে ইমানদিন ঘটনাৰ কথা গোপনে ৰখা হৈছিল আৰু একমাত্ৰ তদন্তকাৰী দলেহে এই বিষয়ে জানিছিল।

বাতৰি অনুসৰি, উক্ত মহিলাগৰাকী ১৯৮৪চনত ভয়াবহ ভূপাল গেছ দুৰ্ঘটনাৰ বলি হৈছিল যদিও অৱশেষত সুস্থ হৈ উঠিছিল। কিন্তু নিয়তিৰ কি নিষ্ঠুৰ বিধান যে এইবাৰ অতিমাৰীৰ সময়ত এক অমানুষিক কাণ্ডৰ বলি হ’ব লগা হ’ল।

আনহাতে, অভিযুক্ত সন্তোষৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও এগৰাকী ২৪বছৰীয়া নাৰ্ছৰ শ্লীলতাহানিৰ অভিযোগ উঠিছিল বুলি জানিব পৰা গৈছে। কামৰ সময়ত মদ্যপান কৰাৰ অভিযোগ তেওঁক বৰ্খাস্তও কৰা হৈছিল। কিন্তু এনে এজন লোকক কিয় হাস্পাতলখনত চাকৰিত ৰখা হৈছিল তাক লৈয়ো প্ৰশ্ন উত্থাপিত হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

June 19, 2026 11:58 am
গুৱাহাটীৰ প্ৰৱেশপথ খানাপাৰাত পথচাৰীৰ দুৰ্দশা: যান-জঁট আৰু অপৰিষ্কাৰ পৰিৱেশে ব্যাহত কৰিছে যাতায়াত

গুৱাহাটীৰ প্ৰৱেশপথ খানাপাৰাত পথচাৰীৰ দুৰ্দশা: যান-জঁট আৰু অপৰিষ্কাৰ পৰিৱেশে ব্যাহত কৰিছে যাতায়াত

June 19, 2026 11:27 am
জলবায়ু পৰিৱৰ্তনৰ ভাবুকি: প্ৰচণ্ড গৰমে বিপদত পেলাব পাৰে ভাৰতৰ প্ৰস্তাৱিত ডেটা চেণ্টাৰত

জলবায়ু পৰিৱৰ্তনৰ ভাবুকি: প্ৰচণ্ড গৰমে বিপদত পেলাব পাৰে ভাৰতৰ প্ৰস্তাৱিত ডেটা চেণ্টাৰত

June 19, 2026 9:30 am
অন্তিম ২০ মিনিটত ৫ গ’ল! ‘ছুপাৰ ছাব’ জোহান মানজাম্বিৰ যাদুৰে বছনিয়াক ৪-১ গ’লত পৰাস্ত কৰিলে ছুইজাৰলেণ্ডে

অন্তিম ২০ মিনিটত ৫ গ’ল! ‘ছুপাৰ ছাব’ জোহান মানজাম্বিৰ যাদুৰে বছনিয়াক ৪-১ গ’লত পৰাস্ত কৰিলে ছুইজাৰলেণ্ডে

June 19, 2026 7:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

June 19, 2026 11:58 am
গুৱাহাটীৰ প্ৰৱেশপথ খানাপাৰাত পথচাৰীৰ দুৰ্দশা: যান-জঁট আৰু অপৰিষ্কাৰ পৰিৱেশে ব্যাহত কৰিছে যাতায়াত

গুৱাহাটীৰ প্ৰৱেশপথ খানাপাৰাত পথচাৰীৰ দুৰ্দশা: যান-জঁট আৰু অপৰিষ্কাৰ পৰিৱেশে ব্যাহত কৰিছে যাতায়াত

June 19, 2026 11:27 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd