• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভবাই নাছিলো! চৰকাৰী সূত্ৰই জনালে- “ক’ভিডৰ দ্বিতীয় ঢৌৰ বিষয়ে কেন্দ্ৰীয় চৰকাৰে ভবাই নাছিল”

এন ই নাও নিউজ by এন ই নাও নিউজ
May 14, 2021 1:27 pm
(দ্বিতীয় ঢৌৰ প্ৰাকক্ষণৰ দৃশ্য)

(দ্বিতীয় ঢৌৰ প্ৰাকক্ষণৰ দৃশ্য)

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰোণা সংক্ৰমণৰ দ্বিতীয় ঢৌৱে দেশখনক এইদৰে সংকটৰ সম্মুখলৈ ঠেলি পঠাব, সেয়া ভবাই হোৱা নাছিল বুলি স্বীকাৰ কৰিলে কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য বিষয়াসকলে।

যোৱা জানুৱাৰী মাহত ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্ছে কৰা এটা সমীক্ষাত দেখা গৈছিল যে কৰোণাৰ প্ৰথম ঢৌত দেশৰ মাত্ৰ ২০ শতাংশ মানুহৰ সংক্ৰমিত হৈছে।

Apply Now

নীতি আয়োগৰ স্বাস্থ্য বিভাগৰ সদস্য বিনোদ পলে কয় যে তেতিয়াই বুজা গৈছিল দেশৰ ৮০ শতাংশ মানুহ কৰোণা সংক্ৰমণৰ চিকাৰ হ’ব পাৰে।

ভাৰতৰ দৰে জনবহুল এখন দেশত ৮০ শতাংশৰ ওচৰা-ওচৰি মানুহ আক্ৰান্ত হোৱাৰ পৰিস্থিতিৰ সম্ভাৱনা থাকিলে প্ৰকৃত আক্ৰান্তৰ সংখ্যা নিৰ্ণয় কৰা যে দুঃসাধ্য, সেয়া স্বীকাৰ কৰি লৈছে স্বাস্থ্য বিষয়াসকলে।

বিনোদ পলে কয় যে সেই ক্ষেত্ৰত দ্বিতীয় ঢৌত কিমানসংখ্যক লোক এই দেশত আক্ৰান্ত হ’ব পাৰে, তাৰ প্ৰকৃত পূৰ্বাভাস দিয়া হোৱা নাই।

”দ্বিতীয় ঢৌত পৰিস্থিতিৰ অৱনতিৰ বাবে সাধাৰণ মানুহ ভূমিকাও অনেক দায়ী। মাস্ক নিপিন্ধা, ক’ভিড প্ৰটোকল নমনাৰ বাবে অনেক লোক দায়ী।”- বিনোদ পলে কয়- ”সাধাৰণ জনতাই নিয়ম মানি চলিলে পৰিস্থিতি অনেক নিয়মন্ত্ৰণ সম্ভৱপৰ হ’লহেঁতেন।”

তেওঁ কয় যে চৰকাৰে মানুহক ক’ভিড সতৰ্কবিধি মানি চলিবৰ বাবে ক’লেও জনতাৰ বৃহৎ অংশ তাক কৰ্ণপাত নকৰিলে।”- তেওঁ কয়।

আনহাতে, চহৰ অঞ্চলত হোৱা  সংক্ৰমণ গ্ৰাম্যাঞ্চলত প্ৰৱেশ কৰা সম্পৰ্কত পলে কয় যে অতিমাৰিৰ সময়ত সংক্ৰমণ এইদৰেই বাঢ়ে।

”চহৰত সুঁচৰিবলৈ নতুন ঠাই নাপালে সংক্ৰমণে তেতিয়া গ্ৰাম্য অঞ্চললৈ আগুৱাই যায়। প্ৰব্ৰজিত শ্ৰমিকসকলে চহৰৰ পৰা গাঁৱলৈ ঘূৰি যোৱাৰ পাছত এই প্ৰক্ৰিয়াটো দ্ৰুতভাৱে হয়।”- তেওঁ কয়।

তেওঁৰ মতে, দ্বিতীয় দফাত কেতবোৰ ৰাজ্যই নিজৰ মতে লকডাউন ঘোষণাৰ ফলত চহৰৰ পৰা শ্ৰমিকসকলে গাঁৱলৈ ঘূৰি গৈছে, যাৰ ফলত সংক্ৰমণক গ্ৰাম্যাঞ্চললৈ টানি নিয়া হৈছে।

সেইক্ষেত্ৰত অনাগত দিনবোৰত গ্ৰাম্য ভাৰতক সংক্ৰমণৰ পৰা ৰক্ষা কৰাটো বৃহৎ প্ৰত্যাহ্বান বুলিও স্বীকাৰ কৰিছে স্বাস্থ্য বিষয়াসকলে।

এজন স্বাস্থ্য বিষয়াৰ মতে, চহৰসমূহত কিছু পৰিমাণে হ’লে স্বাস্থ্য বিভাগৰ পৰিকাঠামো আছিল, কিন্তু গ্ৰাম্যাঞ্চলসমূহত পৰিকাঠামোৰ দুৰৱস্থাৰ কথা মনত ৰাখিয়েই সেই অঞ্চলসমূহত নিভৃতবাস, স্কুল-কলেজসমূহত স্বাস্থ্যশিবিৰ সজাৰ কামত লাগিছে।

স্বাস্থ্য মন্ত্ৰালয়ৰ যুগ্ম সচিব লৱ আগৰৱালে দাবী কৰে যে চলিত সপ্তাহে দেশৰ বহুতো প্ৰান্তত, মূলতঃ চহৰসমূহত কৰোণা সংক্ৰমণক নিয়ন্ত্ৰণ কৰাটো সম্ভৱ হৈছে, কিন্তু গ্ৰাম্য অঞ্চলসমূহত সংক্ৰমণ ৰোধ কৰাটো চৰকাৰ বাবে বৃহৎ প্ৰত্যাহ্বান।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

September 20, 2026 9:30 pm
পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

September 20, 2026 8:13 pm
ইভিএমৰ ছ’ৰ্চ ক’ড লুকুৱাই ৰাখিছে নেকি নিৰ্বাচন আয়োগে? গুৱাহাটী উচ্চ ন্যায়ালয়ত বিৰোধীৰ চাঞ্চল্যকৰ অভিযোগ

ইভিএমৰ ছ’ৰ্চ ক’ড লুকুৱাই ৰাখিছে নেকি নিৰ্বাচন আয়োগে? গুৱাহাটী উচ্চ ন্যায়ালয়ত বিৰোধীৰ চাঞ্চল্যকৰ অভিযোগ

September 20, 2026 7:36 pm
মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

September 20, 2026 6:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

September 20, 2026 9:30 pm
পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

September 20, 2026 8:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd