• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাতীৰ ৰহস্যজনক মৃত্যুৰ উচ্চস্তৰীয় নিৰপেক্ষ তদন্ত বিচাৰি বন মন্ত্ৰীলৈ পত্ৰ শান্তনু সেনৰ

কোনো কোম্পানী অথবা দুষ্ট চক্ৰৰ গভীৰ ষড়যন্ত্ৰ নিহিত থকাৰ সন্দেহ পৰিবেশকৰ্মীৰ

জাহ্নৱী  বৰুৱা by জাহ্নৱী বৰুৱা
May 14, 2021 3:21 pm
elee
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১২ মে’ৰ নিশা প্ৰচণ্ড বতাহ ধুমুহাৰ ফলত ব্ৰজপাতত ২০ টাকৈ হাতীৰ অকাল মৃত্যু হোৱা বুলি খবৰ প্ৰকাশ পোৱাৰ পাছত এতিয়া বহুতো ৰহস্য জড়িত আছে বুলি সন্দেহ প্ৰকাশ কৰি সোণাপুৰৰ পৰিৱেশমূলক চলচিত্ৰ নিৰ্মাতা তথা খেতিয়ক শান্তনু সেনে বনমন্ত্ৰীলৈ হস্তীৰ ৰহস্যজনক  মৃত্যুৰ উচ্চস্তৰীয় নিৰপেক্ষ তদন্ত বিচাৰি এখন চিঠি লিখে।

বনমন্ত্ৰীক সম্বোধন কৰি তেওঁ চিঠিখনত লিখিছে”চিন্তা কৰিবলৈ বাধ্য হৈছোঁ ২০ টা হাতীৰ অকাল মৃত্যু হৈছে । ব্ৰজপাতত  মৃত্যু হলে ওচৰৰ গছ বন বোৰত ধৰা পৰিল হেঁতেন, ব্ৰজপাতত পাতবোৰ লেৰেলি গ’লহেঁতেন বা কিছু গছ গছনি পুৰিলহেঁতেন, যিহেতু ২০ টা হাতী থাকিবলৈ বিশাল ঠাইৰ প্ৰয়োজন ।

Apply Now

” Environment clear কৰি দিয়া হৈছে নেকি ,যিহেতু কোম্পানী বহিবলৈ enviromental clearance চাৰ্টিফিকেট লাগে ,তাতে যদি এলিফেণ্ট কৰিডৰ হয় ! বামুনীৰ পাহাৰ খনৰ দাঁতিত বহু মুকলি মাটি আছে য’ত কোম্পানীৰ চকু । কোনোবা দুষ্ট চক্ৰই অন্য ভাগে হত্যা কৰা নাইতো!” সন্দেহ প্ৰকাশ কৰি সেনে চিঠিত এনেদৰে উল্লেখ কৰিছে।

তেওঁ লগতে লিখি কয় “এই কাৰণেই ভাবিছোঁ , Azure কোম্পানীক সৌৰ শক্তি স্থাপনৰ বাবে বামুনীৰ পথাৰ খনত বন বিভাগে/চৰকাৰে হাতীৰ বিচৰণ ভূমি নহয় বুলি NOC দিছিল । Azure কোম্পানীয়ে বনৰীয়া হাতীৰ অহা যোৱাৰ বাট বন্ধ কৰি পাৱাৰ প্ৰজেক্ট তৈয়াৰ কৰি আছে। আজিৰ ঘটনা ইয়াৰ নিলগত, আৰু অন্যান্য মধ্যভোগী শ্ৰেণী, ন ন কোম্পানীয়ে দাঁতি কাষৰীয়া ঠাইবোৰ ইতিমধ্যে দখল কৰিছে বুলি সামাজিক মাধ্যমত জানিব পাৰিছো।”

” মুনাফা লাভৰ বাবে গভীৰ ষড়যন্ত্ৰ নাইতো !! যদিও চৰকাৰৰ প্ৰায় প্ৰতিটো পক্ষই বজ্ৰপাতত কৰুণ মৃত্যু বুলি শোক প্ৰকাশ কৰিছে, কিন্তু ঘটনাটো ৰহস্যজনক।” চিঠিত উল্লেখ কৰি সেনে কয়।

বন বিভাগৰ নিৰপেক্ষ মন্ত্ৰী আৰু মুৰব্বী হিচাপে পৰিমল শুক্লবৈদ্যলৈ আহ্বান জনায় সেনে কয় “আপোনাৰ ওপৰত আমাৰ গভীৰ আস্থা আছে। গতিকে মৃৃত্যূ হোৱা হাতীকেইটাৰ পোষ্টমৰ্টেম ৰিপোৰ্ট ৰাজহুৱা কৰিবলৈ আৰু এক উচ্চস্তৰৰ নিৰপেক্ষ তদন্ত বহুৱাই প্ৰকৃত তথ্য পোহৰাবলৈ আহ্বান জনালোঁ।”

ইয়াৰোপৰি ২০টাকৈ হস্তীৰ এনে অকাল ৰহস্যজনক মৃত্যুৰ তদন্ত সন্দৰ্ভত ক্ষীপ্ৰ ব্যৱস্থা লবলৈ দাবী জনায় সেনে।

জাহ্নৱী  বৰুৱা

জাহ্নৱী বৰুৱা

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

July 28, 2026 9:10 pm
প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

July 28, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd