• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সুখবৰ! নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শিত হ’ব অসমীয়া ছুটি ছৱি- উৎপল বৰপুজাৰীৰ ‘শগুন’

এন ই নাও নিউজ by এন ই নাও নিউজ
May 15, 2021 9:08 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২১সংখ্যক নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেললৈ নিৰ্বাচিত হৈছে এখন অসমীয়া চুটি ছৱি।

‘শগুন’ নামৰ এই ছুটি ছৱিখনৰ পৰিচালক উৎপল বৰপুজাৰী।

Apply Now

জনপ্ৰিয় গল্পকাৰ তথা সাংবাদিক মনোজ কুমাৰ গোস্বামীৰ এটা বহু প্ৰশংসিত ছুটি গল্পৰ আধাৰত নিৰ্মাণ কৰা ছুটি ছৱিখন আইএফটি ইণ্ডিয়াই প্ৰযোজনা কৰিছে।

৪ৰ পৰা ১৫ জুনলৈকে ভাৰ্চুৱেলি অনুষ্ঠিত হ’ব লগা চিনেমা মহোৎসৱখনলৈ ‘শগুন’ৰ উপৰিও দেশৰ ১৫টা ভাষাৰ ৫৮খনকৈ চিনেমা, ডকুমেণ্টৰী আৰু ছুটি ছৱি নিৰ্বাচিত হৈছে।

ইয়াৰ পূৰ্বে ছুটি ছৱিখনে গুৱাহাটী চিনে ক্লাবে আয়োজন কৰা ১৩সংখ্যক গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ছুটি ছৱিৰ শিতানত শ্ৰেষ্ঠ ছৱিৰ সন্মান লাভ কৰিছিল।

ইয়াৰ উপৰিও ভাৰতৰ ছুটি ছৱি আৰু ডকুমেণ্টেৰী চিনেমা মহোৎসৱৰ ভিতৰত অন্যতম থিৰুৱন্তপুৰমৰ ১৩সংখ্যক ছাইনছ ফেষ্টিভেলত ‘শগুন’ক প্ৰদৰ্শিত কৰা হৈছিল।

গল্পকাৰ গোস্বামীৰ ছুটি গল্পৰ আধাৰতে নিৰ্মাণ কৰা ছুটি ছৱিখন বাডুংডুপ্পা কলা কেন্দ্ৰৰ সহযোগত গোৱালপাৰাৰ আগিয়া অঞ্চলত দৃশ্যগ্ৰহণ কৰা হৈছিল।

ছৱিখনত আধুনিক যুগৰ সাংবাদিকতাৰ কিছু কঠিন দিশ শক্তিশালীভাৱে উপস্থাপন কৰা হৈছে।

ছৱিখনত প্ৰতিষ্ঠিত অভিনেতা সঞ্জীৱ হাজৰিকা আৰু ধনঞ্জয় নাথৰ উপৰিও নৱাগত প্ৰতিভা ৰিমঝিম ডেকা, অংকিত শাণ্ডিল্যই অভিনয় কৰিছে।

ইয়াৰ উপৰিও শিশু অভিনেতা কপিল গাৰো, অনুৰাগ ৰাভা, ফণীভূষণ ৰাভা আৰু আশীষ ৰাভাই ছৱিখনত ভুমুকি মাৰিছে।

পৰিচালক উৎপল বৰপুজাৰীয়ে জনাইছে যে ছৱিখনত উপস্থাপন কৰা সাংবাদিকতা আৰু ইয়াৰ স’তে জড়িত কেতবোৰ বিষয়বস্তুক মনোজ কুমাৰ গোস্বামীৰ ছুটি গল্পটোৱে সুন্দৰভাৱে প্ৰতিফলিত কৰিছিল।

বৰপুজাৰীয়ে জনায় যে ছুটি ছৱিখনৰ সাংবাদিকতাৰ ক্ষেত্ৰখনত দেখা দিয়া দুৰ্নীতিসমূহ, যেনে- পেইড নিউজ, ফেক নিউজ, ৰাজনৈতিক আৰু কৰ্প’ৰেট হাউচসমূহৰ প্ৰভাৱ- ইত্যাদিকো উপস্থাপন কৰা হৈছে।

”এই ছুটি ছৱিখন এই সকলো বিষয়ৰ এক গভীৰ বাস্তৱিক প্ৰতিফলন।”- পৰিচালকজনে কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

June 16, 2026 7:19 pm
আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

June 16, 2026 6:24 pm
আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

June 16, 2026 5:44 pm
খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

June 16, 2026 5:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

June 16, 2026 7:19 pm
আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

June 16, 2026 6:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd