• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে পোষ্টাৰিং কৰি দিল্লীত গ্ৰেপ্তাৰ ২৫ গৰাকী লোক, কি লিখিছিল পোষ্টাৰত?

এন ই নাও নিউজ by এন ই নাও নিউজ
May 16, 2021 12:24 pm
modi-arrest
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত ক’ৰ’নাই সংহাৰৰ সৃষ্টি কৰি থকাৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে পোষ্টাৰিং কৰি গ্ৰেপ্তাৰ হ’বলগীয়া হ’ল ২৫ জনক লোক।

দিল্লী আৰক্ষীৰ বিশেষ শাখাৰ পৰা পোষ্টাৰঙিৰ খবৰ পোৱাৰ পিছতে আৰক্ষী সষ্টম হৈ পৰে আৰু ৰাজধানী চহৰ খনৰ বিভিন্ন অঞ্চলৰ পৰা ২৫ জনকৈ লোকক গ্ৰেপ্তাৰ কৰে।

Apply Now

গ্ৰেপ্তাৰ কৰা লোকসকলৰ ভিতৰত কাঠমিস্ত্ৰীৰ পৰা আৰম্ভ কৰি ই-ৰিক্সা চালক পৰ্যন্ত আছে।

আৰক্ষীৰ জিম্মাত থকা লোকসকল বিভিন্ন বয়সৰ বুলিও জানিব পৰা গৈছে।

ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীয়ে আজি এগৰাকী ৬১ বছৰীয়া কাঠ মিস্ত্ৰীক গ্ৰেপ্তাৰ কৰে।

ANTI-MOD

কিন্তু গ্ৰেপ্তৰ হোৱা লোক কেইজনে দিল্লীৰ কিছু অংশত আঁৰি দিয়া পোষ্টাৰতনো লিখা আছিল কি? পোষ্টাৰত লিখা কথা খিনিৰ অসমীয়া ভাবাৰ্থ হৈছে এনেধৰণৰ—মোদী মহোদয় আমাৰ সন্তানৰ বাবে থকা ভেকচিন কিয় বিদেশলৈ পঠিয়ালে।

এই কথা খিনি লিখা পোষ্টাৰৰ বাবেই আৰক্ষীয়ে ২৫ জনকৈ লোকক গ্ৰেপ্তাৰ কৰাৰ কথাই এতিয়া দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোক কেইজনৰ ভিতৰত প্ৰায় কেইজনেই দৈনিক হাজিৰা কৰা ব্যক্তি। উল্লেখ্য দেশত দুবিধকৈ কোভিড ভেকচিন উৎপাদৰ পিছতে ভাৰত চৰকাৰে বাহিৰৰ কেইবাখনো দেশলৈ ভাৰতত উৎপাদিত ভেকচিন ৰপ্তানি কৰিছিল।

প্ৰোক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমে আজি দেশৰ বিভিন্ন কাকতত প্ৰকাশিত তেওঁৰ স্তম্ভলেখাতো এই বুলি উল্লেখ কৰিছে যে ২০২১ চনৰ মাৰ্চ মাহ পৰ্যন্ত ভাৰতে বিদেশলৈ ভেকচিন ৰপ্তানি কৰি আছিল।

২০২১ চনৰ ২৯ মাৰ্চৰ দিনাহে ভাৰতে ভেকচিন ৰপ্তানি কৰা বন্ধ কৰিছিল। তেতিয়ালৈকে ভাৰতত উৎপাদিত ৫.৮ কোটি ভেকচিন ৰপ্তানি কৰা হৈ গৈছিল।

এনেবোৰ বিষয়ৰ বাবেই হয়তো লোক কেইজনে তেনে পোষ্টাৰ আঁৰিছিল বুলি বহুতে মন্তব্য কৰিছে।

হয়তো সেই পোষ্টাৰ কোনোৱাই চপাই দৈনিক হাজিৰা কৰা লোক কেইজনক আঁৰিবলৈ নিয়োগ কৰিছিল বুলিও বহুতে মন্তব্য কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

September 12, 2026 7:47 pm
শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

September 12, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd