• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আইচিইউ বিচনাৰ বাবে সহায় বিচাৰি অৱশেষত মৃত্যু হ’ল জামিয়াৰ কোভিড আক্ৰান্ত অধ্যাপিকাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 19, 2021 8:46 am
Dr. Nabila Sadiq
1.1k
VIEWS
Share on FacebookShare on Twitter

মাত্ৰ এসপ্তাহৰ পূৰ্বে কোভিডত আক্ৰান্ত হৈ আইচিইউৰ বিচনা বিচাৰি টুইট কৰা জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ডঃ নাবিলা ছাদিকৰ সোমবাৰে ফৰিদাবাদত মৃত্যু হৈছে।

জৱাৰহলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰীৰ লাভ কৰা ৩৮ বছৰীয়া ডঃ নাবিলাই যোৱা ২০ এপ্ৰিললৈকে তেওঁৰ শিক্ষাৰ্থীসকলৰ থেছিছৰ কামত সহযোগ কৰি আহিছিল।

নাবিলাৰ মৃত্যুৰ মাত্ৰ ১০ দিন পূৰ্বে ৭৬ বছৰীয়া মাতৃ নুজহাত কোভিডত আক্ৰান্ত হৈ মৃত্যু হৈছিল। পিতৃও কোভিডত আক্ৰান্ত হৈ চিকৎসালয়ত চিকিৎসাধীন হৈ আছিল যদিও কিছুদিন পূৰ্বে ৰিলিজ দিয়া হৈছে আৰু বৰ্তমান হোম কোৱাৰেন্টাইনত আছে।

আনহাতে ডঃ নাবিলাই যথোপযুক্ত চিকিৎসা সেৱা লাভ নকৰাৰ ফলতে মৃত্যু হোৱা বুলি অভিযোগ তুলিছে তেওঁৰ শিক্ষাৰ্থীসকলে।

শিক্ষাৰ্থীসকলৰ মতে পিতৃ আৰু মাতৃ কোভিড আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকাৰ মাজতে ডঃ নাবিলাও কোভিডত আক্ৰান্ত হয় আৰু তেওঁৰ শিক্ষাৰ্থীসকলৰ প্ৰচেষ্টাত বহু বিচাৰ খোচাৰ কৰি আলশ্বিফা হাস্পতালত ভৰ্তি কৰোৱা হয়।

কিন্তু ডঃ নাবিলাৰ অক্সিজেনৰ পৰিমাণ সংকটজনকভাৱে ৩২ লৈ হ্ৰাস হোৱাৰ পিছত তেওঁৰ বন্ধু-বান্ধৱসকলৰ প্ৰচেষ্টাত ফৰিদাবাদ ফ’ৰ্টিছ হাস্পতাললৈ স্থানান্তৰ কৰা হয় যদিও গুৰুতৰভাৱে হাওফাওলৈ ৰোগ সংক্ৰমিত হোৱাৰ ফলত তেওঁৰ মৃত্যু হয়।

দিল্লীত কোভিডত আক্ৰান্ত লোকৰ মৃত্যুত শংকিত হোৱা ডঃ নাবিলাই পিতৃ-মাতৃ কোভিডত আক্ৰান্ত হোৱাৰ পিছত যোৱা ২ মে’ত টুইট কৰি লিখিছিল “এই হাৰত অন্ততঃ দিল্লীত কোনেও জীয়াই নাথাকিব।”

কিন্তু ইয়াৰ পিছতে নিজেও কোভিড আক্ৰান্ত হৈ মাতৃৰ মৃত্যুৰ মাত্ৰ ১০ দিনৰ পিছতে জীৱনৰ ওচৰত হাৰ মানিলে ডঃ নাবিলাই।

তেওঁৰ মৃত্যুৰ পিছত আলিগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক শোকগ্ৰস্ত পিতৃয়ে কয়, “তাই মাতৃক খুব ভাল পাইছিল, সেয়ে মোক অকলশৰীয়া কৰি এৰি থৈ মাতৃৰ ওচৰলৈ গুচি গ’ল।”

Tags: COVID-19

Recent News

অসম চৰকাৰ আৰু ‘Push Back Order’- কিছু ক’বলগীয়া! – ড০ হীৰেন গোহাঁই

অসম চৰকাৰ আৰু ‘Push Back Order’- কিছু ক’বলগীয়া! – ড০ হীৰেন গোহাঁই

বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে পুনৰ নাম ঘোষণা কৰিলে অসম গণ পৰিষদে

বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে পুনৰ নাম ঘোষণা কৰিলে অসম গণ পৰিষদে

দিল্লীত এক পৈশাচিক ঘটনা! ছুটকেছৰ ভিতৰত উলংগ অৱস্থাত নাবালিকা

দিল্লীত এক পৈশাচিক ঘটনা! ছুটকেছৰ ভিতৰত উলংগ অৱস্থাত নাবালিকা

মাকক টকা নিদিয়াৰ বাবে হত্যা! পুত্ৰক যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ

মাকক টকা নিদিয়াৰ বাবে হত্যা! পুত্ৰক যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd