• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোভিড ব্যৱস্থাপনা সন্দৰ্ভত ক্ষুৰধাৰ সমালোচনাৰে মোদীলৈ ১১৬ গৰাকী অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়াৰ পত্ৰ

সঠিক সময়ত ৰাজ্যসমূহক কোভিড প্ৰতিৰোধৰ বাবে পূঁজি যোগান নধৰাৰ অভিযোগ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 20, 2021 8:25 pm
Modi-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোভিডৰ সংক্ৰমণে দেশত ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে এতিয়া বিভিন্ন পক্ষৰ সমালোচনাৰ পাত্ৰ হৈ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

ক’ৰ’নাৰ সংক্ৰমণৰ বাবে চৰকাৰৰ কেতবোৰ ভুল নীতিয়েই দায়ী বুলি একাধিক উচ্চ ন্যায়ালয়ে মন্তব্য কৰিই অহাৰ সময়তে আজি মোদীলৈ এখন পত্ৰ প্ৰেৰণ কৰে দেশৰ ১১৬ গৰাকী অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়াই।

Apply Now

পত্ৰ খনত প্ৰশাসনিক বিষয়া কেইগৰাকীয়ে স্পষ্ট ভাবে এই কথা উল্লেখ কৰিছে যে কোভিড ব্যৱস্থাপনাৰ ক্ষেত্ৰত মোদীৰ চৰকাৰে যেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল তেনে ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল।

ৰাজ্য সমূহক কোভিড নিয়ন্ত্ৰণৰ বাবে মোকলাই দিবলগীয়া পূঁজিও মোদীৰ চৰকাৰে সঠিক সময়ত মোকলাই দিয়া নাছিল বুলি পত্ৰ খনত অভিযোগ কৰা হৈছে।

কোভিড নিয়ন্ত্ৰণৰ ক্ষেত্ৰত মোদীৰ চৰকাৰে বিশেষজ্ঞ কমিটিৰ পৰামৰ্শ মুঠেও গ্ৰহণ নকৰা বুলি উল্লেখ কৰি প্ৰাক্তন প্ৰশাসনিক বিষয়াকেইগৰাকীয়ে লিখিছে যে ৰাজ্য সমূহৰ সৈতেও মোদীৰ চৰকাৰে কোভিডৰ ব্যৱস্থাপনাৰ বিষয়ত কোনো সমন্বয় ৰক্ষা কৰি চলা নাছিল বুলি পত্ৰ খনত মুকলিকৈয়ে অভিযোগ কৰা হৈছে।

পত্ৰখনত কোৱা হৈছে ‘আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞ আৰু আমাৰ বিজ্ঞানীসকলে বাৰে বাৰে সতৰ্ক কৰি দিয়াৰ পিছতো, কোভিডৰ প্ৰথমটো ঢৌ শাম কটাৰ পিছত যিখিনি সময় পোৱা গৈছিল সেই সময় খিনিত চৰকাৰে স্বাস্থ্যকৰ্মী,চিকিৎসালয়ৰ বিচনা,অক্সিজেনৰ যোগান, ভেণ্টিলেটৰ , দৰৱ আদিৰ যোগান নিশ্চিত কৰাৰ ব্যৱস্থা হাতত ল’ব পাৰিব লাগিছিল’।

এনেবোৰ বিফলতাৰ বাবেই মোদীৰ আত্মনিৰ্ভৰ ভাৰতৰ শ্ল’গান চৰকাৰ খনৰ বাবেই বুমেৰাং হৈ পৰিছে। আত্মনিৰ্ভৰ ভাৰতৰ কথা কোৱা মোদীৰ চৰকাৰে এতিয়া বাহিৰৰ দেশৰ পৰা সহায় বিচাৰিবলগীয়া হৈছে।

২০২০ চনৰ মাৰ্চ মাহত দেশত কোভিডৰ প্ৰথম সংক্ৰমণ আৰম্ভ হোৱাৰ সময়ৰে পৰাই মোদীৰ চৰকাৰে ৰাজ্য সমূহক কোভিড নিয়ন্ত্ৰণৰ বাবে সঠিক ভাবে পূঁজিৰ যোগান ধৰাত ব্যৰ্থ হোৱাৰ বিষয়টোও পত্ৰ খনত উদঙাই দিয়া হৈছে।

PM-CARES fund ৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰি পত্ৰ খনত লিখা হৈছে—’প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় দুৰ্যোগ পূঁজি এটা থকাৰ পিছতো PM-CARES fund গঠন কৰা হ’ল। এই পূঁজিত কিমান ধন জমা হ’ল, কিমান খৰচ হ’ল তাৰ কোনো হিচাব আজিলৈকে নাই’।

মোদীক সমালোচনাৰে থকা-সৰকা কৰা পত্ৰ খনত স্বাক্ষৰ কৰিছে ক্ৰমে ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰাক্তন বিষয়া অনিতা অগ্নিহোত্ৰী, অশোক বাজপেয়ী,শিৱশংকৰ মেনন,অদিতি মেহতা,সুশীল ডুবে,নিতীন দেশাই,মীনা গুপ্তা,দীপা হৰি,অমিতাভ মাথুৰ আদি ব্যক্তিসকলে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

September 13, 2026 8:10 pm
সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm
চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

September 13, 2026 5:49 pm
ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

September 13, 2026 4:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

September 13, 2026 8:10 pm
সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd