• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৩০ বছৰৰ কাৰাবাসৰ অন্তত মুক্তি পাব নেকি ৰাজীৱ গান্ধীৰ হত্যাকাৰীয়ে? কি ক’লে কংগ্ৰেছে?

এন ই নাও নিউজ by এন ই নাও নিউজ
May 21, 2021 6:17 pm
396
VIEWS
Share on FacebookShare on Twitter

তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে যোৱাকালি ৰাষ্ট্ৰপতি ৰাম নাথ কোভিন্দক দিয়া এক দাবীৰ প্ৰতিবাদ কৰিছে ৰাজ্যখনৰ কংগ্ৰেছ কমিটিয়ে।

ৰাষ্ট্ৰপতিলৈ ষ্টেলিনে লিখিছিল যে ১৯৯১ চনত ৰাজীৱ গান্ধী হত্যাকাণ্ডৰ অভিযোগত জীৱনজোৰা কাৰাবাসৰ পৰা অনতিবিলম্বে মুক্তি দিব লাগে।

শুকুৰবাৰে ৰাজ্যখনৰ কংগ্ৰেছৰ সভাপতি কে এছ আলাগিৰিয়ে কয় যে মুখ্যমন্ত্ৰীৰ দাবীৰ প্ৰতি কংগ্ৰেছ সহমত নহয়।

ৰাজীৱ গান্ধীৰ ৩০তম মৃত্যুবাৰ্ষিকী উপলক্ষে চেন্নাইস্থিত ৰাজ্যিক কাৰ্যালয়ত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰি আলাগিৰিয়ে কয় যে অভিযুক্তকেইজনৰ ওপৰত কেৱল আদালতে ব্যৱস্থা ল’ব পাৰিব।

এইক্ষেত্ৰত কোনোধৰণৰ ৰাজনৈতিক চাপে ক্ৰিয়া নকৰে বুলি তেওঁ কয়।

আনহাতে, কিছু দিন পূৰ্বে কংগ্ৰেছ নেতা তথা ৰাজীৱ গান্ধীৰ পুত্ৰ ৰাহুল গান্ধীয়ে কৈছিল যে তেওঁৰ দেউতাকৰ হত্যাকাৰীসকলক তেওঁ ক্ষমা কৰি দিছে।

এই সংক্ৰান্তত আলাগিৰিয়ে কয় যে ক্ষমাদান আৰু অভিযুক্তৰ মুক্তি দুটা ভিন্ন বিষয়।

উল্লেখযোগ্য যে ১৯৯১ চনৰ ২১ মে’ত ৰাজ্যখনৰ শ্ৰীপাৰুমবুদুৰ নামৰ ঠাইখনৰ কংগ্ৰেছৰ নিৰ্বাচনী ৰেলীত ধনু নামৰ এগৰাকী মহিলা আত্মঘাটী বোমাৰুৰ বিস্ফোৰণত ৰাজীৱ গান্ধীৰ হত্যা কৰা হৈছিল।

Recent News

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd