এটা বৃহৎ ভূমিকম্পই কঁপাই তুলিলে অৰুণাচল প্ৰদেশ।
৫.৮ মেগনিটিউডৰ ভূমিকম্পটো সংঘটিত হয় আজি সন্ধিয়া ৭.১৮ বজাত।
ভূমিকম্পটোৰ কেন্দ্ৰবিদন্দু চাংলং নামৰ জিলাখনৰ পপা ৪০২ নিলগৰ দক্ষিণ পূব দিশত।
Earthquake of Magnitude:5.8, Occurred on 21-05-2021, 19:18:41 IST, Lat: 25.67 & Long: 99.96, Depth: 100 Km ,Location: China, for more information Download the BhooKamp App https://t.co/EfLaQJhKlc @ndmaindia @IMD_Earthquake pic.twitter.com/L74hiVUlRK
— National Center for Seismology (@NCS_Earthquake) May 21, 2021
ভূমিকম্পটো ভূমিপৃষ্ঠটোৰ ১০০ কিলোমিটাৰ গভীৰৰ পৰা অনুভূত হৈছিল।
উল্লেখযোগ্য উত্তৰ পূবত শেহতীয়াকৈ কেইবাটাও সৰু-ডাঙৰ ভূমিকম্প হৈ আছে।
ভূমিকম্পটোৰ ফলত বৰ্তমানলৈকে কোনো ক্ষয়-ক্ষতিৰ খবৰ অহা নাই।