• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাহস! চিণ্ডিকেট ৰাজৰ বিৰুদ্ধে তৎপৰ কাছাৰৰ নতুন আৰক্ষী অধীক্ষক আই পি এছ বৈভৱ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 22, 2021 8:17 am
WhatsApp Image 2021-05-21 at 8.34.34 PM

কাছাৰৰ নতুন আৰক্ষী অধীক্ষক আই পি এছ বৈভৱ চন্দ্রকান্ত নিম্বালকৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাছাৰৰ আৰক্ষী অধীক্ষক আই পি এছ বৈভৱে ছিণ্ডিকেটৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে ৷ দায়িত্ব গ্ৰহণৰ পাছতে ১৩ খন অবৈধ চূন-শিল ভৰ্ত্তি ট্ৰাক জব্দ কৰিছে কাছাৰ নতুন আৰক্ষী অধীক্ষক বৈভৱ চন্দ্রকান্ত নিম্বালকৰে।

বিগত কেইবাবছৰো ধৰি কয়লা, সাৰ, চুপাৰিৰ ৰমৰমীয়া ব্যৱসায়ৰ লগতে কাছাৰত চলি আছিল চূন-শিলৰ ছিণ্ডিকেটৰাজ ৷ যাৰ বাবে প্ৰতিদিনেই শতাধিক চূন-শিল ভৰ্তি ট্ৰাকে অবৈধভাৱে মেঘালয়ৰ পৰা কাছাৰৰ দিগৰখাল হৈ বৰাক উপত্যকাত প্ৰৱেশ কৰি আহিছে ৷

তদুপৰি, প্ৰতিখন ট্ৰাকত থাকে অতিৰিক্ত বোজা ৷ মেঘালয়ৰ পৰা অহা চূন-শিল নিয়া ট্ৰাকৰ কেইবাবছৰো ধৰি কাছাৰত গঢ়ি উঠিছে এক বৃহৎ ছিণ্ডিকেট ৷

ছিণ্ডিকেট চক্ৰটোৱে অবৈধ ট্ৰাকসমূহ বৰাকৰ বিভিন্ন স্থানৰ লগতে কৰিমগঞ্জ হৈ বাংলাদেশতো এই বেহা বিস্তাৰ কৰি আহিছে ৷ যাৰফলত অবৈধভাৱে এক বিৰাট অংকৰ ধন সংগ্ৰহ কৰি আহিছে ছিণ্ডিকেট চক্ৰটোৱে ৷

বিগত কেইবা বছৰো ধৰি বৰাক উপত্যকাত চূন-শিলৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ পৰিপ্ৰেক্ষিতত কোনেও আজিলৈকে এই ছিণ্ডিকেটৰ বিৰুদ্ধে একো ব্যৱস্থা গ্ৰহণ কৰা দেখা নগৈছিল ৷

কিন্তু, কাছাৰত চলি থকা এই চূন-শিল ছিণ্ডিকেটৰ বিৰুদ্ধে এইবাৰ অভিযানত নামিছে কাছাৰৰ নতুন আৰক্ষী অধীক্ষক নিম্বালকৰ ৷

বৃহস্পতিবাৰে তেওঁ হঠাৎ অসম মেঘালয়ৰ সীমান্তৱৰ্তী দিঘৰখালত এই ছিণ্ডিকেটৰ বিৰুদ্ধে অভিযান চলাই ১৩ খন অবৈধ চূন-শিল ভৰ্তি ট্ৰাক জব্দ কৰাৰ লগতে ট্ৰাক কেইখনৰ চালককো কৰায়ত্ত কৰে ৷

জানিব পৰা মতে, জব্দ হোৱা ট্ৰাককেইখনৰ কোনো বৈধ নথিপত্ৰ নথকাৰ লগতে ট্ৰাক কেইখনে অত্যাধিক বোজা কঢ়িয়াইছিল ৷ আৰক্ষী অধীক্ষক বৈভৱ নিম্বালকৰৰ এনে হঠাৎ অভিযানত ছিণ্ডিকেট চক্ৰত তীব্ৰ জোকাৰণি সৃষ্টি হৈছে ৷

আনহাতে, কাছাৰ আৰক্ষী অধীক্ষকগৰাকীৰ ছিণ্ডিকেটৰ বিৰুদ্ধে এনে পদক্ষেপক স্থানীয় ৰাইজে ভূয়সী প্ৰশংসা কৰাৰ লগতে বিষয়াগৰাকীৰ পদক্ষেপক বিভিন্ন মহলে আদৰণি জনাইছে ৷ লগতে এই অভিযান অব্যাহত ৰখাৰ বাবে বিষয়াগৰাকীক আহ্বান জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

September 18, 2025 10:16 am
গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

September 18, 2025 9:07 am
১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

September 18, 2025 9:03 am
ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

September 18, 2025 8:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

September 18, 2025 10:16 am
গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

September 18, 2025 9:07 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd