• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাহস! চিণ্ডিকেট ৰাজৰ বিৰুদ্ধে তৎপৰ কাছাৰৰ নতুন আৰক্ষী অধীক্ষক আই পি এছ বৈভৱ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 22, 2021 8:17 am
WhatsApp Image 2021-05-21 at 8.34.34 PM

কাছাৰৰ নতুন আৰক্ষী অধীক্ষক আই পি এছ বৈভৱ চন্দ্রকান্ত নিম্বালকৰ।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাছাৰৰ আৰক্ষী অধীক্ষক আই পি এছ বৈভৱে ছিণ্ডিকেটৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে ৷ দায়িত্ব গ্ৰহণৰ পাছতে ১৩ খন অবৈধ চূন-শিল ভৰ্ত্তি ট্ৰাক জব্দ কৰিছে কাছাৰ নতুন আৰক্ষী অধীক্ষক বৈভৱ চন্দ্রকান্ত নিম্বালকৰে।

বিগত কেইবাবছৰো ধৰি কয়লা, সাৰ, চুপাৰিৰ ৰমৰমীয়া ব্যৱসায়ৰ লগতে কাছাৰত চলি আছিল চূন-শিলৰ ছিণ্ডিকেটৰাজ ৷ যাৰ বাবে প্ৰতিদিনেই শতাধিক চূন-শিল ভৰ্তি ট্ৰাকে অবৈধভাৱে মেঘালয়ৰ পৰা কাছাৰৰ দিগৰখাল হৈ বৰাক উপত্যকাত প্ৰৱেশ কৰি আহিছে ৷

Apply Now

তদুপৰি, প্ৰতিখন ট্ৰাকত থাকে অতিৰিক্ত বোজা ৷ মেঘালয়ৰ পৰা অহা চূন-শিল নিয়া ট্ৰাকৰ কেইবাবছৰো ধৰি কাছাৰত গঢ়ি উঠিছে এক বৃহৎ ছিণ্ডিকেট ৷

ছিণ্ডিকেট চক্ৰটোৱে অবৈধ ট্ৰাকসমূহ বৰাকৰ বিভিন্ন স্থানৰ লগতে কৰিমগঞ্জ হৈ বাংলাদেশতো এই বেহা বিস্তাৰ কৰি আহিছে ৷ যাৰফলত অবৈধভাৱে এক বিৰাট অংকৰ ধন সংগ্ৰহ কৰি আহিছে ছিণ্ডিকেট চক্ৰটোৱে ৷

বিগত কেইবা বছৰো ধৰি বৰাক উপত্যকাত চূন-শিলৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ পৰিপ্ৰেক্ষিতত কোনেও আজিলৈকে এই ছিণ্ডিকেটৰ বিৰুদ্ধে একো ব্যৱস্থা গ্ৰহণ কৰা দেখা নগৈছিল ৷

কিন্তু, কাছাৰত চলি থকা এই চূন-শিল ছিণ্ডিকেটৰ বিৰুদ্ধে এইবাৰ অভিযানত নামিছে কাছাৰৰ নতুন আৰক্ষী অধীক্ষক নিম্বালকৰ ৷

বৃহস্পতিবাৰে তেওঁ হঠাৎ অসম মেঘালয়ৰ সীমান্তৱৰ্তী দিঘৰখালত এই ছিণ্ডিকেটৰ বিৰুদ্ধে অভিযান চলাই ১৩ খন অবৈধ চূন-শিল ভৰ্তি ট্ৰাক জব্দ কৰাৰ লগতে ট্ৰাক কেইখনৰ চালককো কৰায়ত্ত কৰে ৷

জানিব পৰা মতে, জব্দ হোৱা ট্ৰাককেইখনৰ কোনো বৈধ নথিপত্ৰ নথকাৰ লগতে ট্ৰাক কেইখনে অত্যাধিক বোজা কঢ়িয়াইছিল ৷ আৰক্ষী অধীক্ষক বৈভৱ নিম্বালকৰৰ এনে হঠাৎ অভিযানত ছিণ্ডিকেট চক্ৰত তীব্ৰ জোকাৰণি সৃষ্টি হৈছে ৷

আনহাতে, কাছাৰ আৰক্ষী অধীক্ষকগৰাকীৰ ছিণ্ডিকেটৰ বিৰুদ্ধে এনে পদক্ষেপক স্থানীয় ৰাইজে ভূয়সী প্ৰশংসা কৰাৰ লগতে বিষয়াগৰাকীৰ পদক্ষেপক বিভিন্ন মহলে আদৰণি জনাইছে ৷ লগতে এই অভিযান অব্যাহত ৰখাৰ বাবে বিষয়াগৰাকীক আহ্বান জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm
প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

September 19, 2026 9:14 pm
নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

September 19, 2026 8:30 pm
কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 19, 2026 6:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm
প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

September 19, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd