• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

CBSEৰ নিয়মৰ বৃহৎ সলনি! অকল মূল বিষয়সমূহৰ পৰীক্ষা ল’ব পাৰে বোৰ্ডে

এন ই নাও নিউজ by এন ই নাও নিউজ
May 23, 2021 12:40 pm
CBSC-Exam-750x375

প্ৰতিনিধিত্বমূলক ফটো।

482
VIEWS
Share on FacebookShare on Twitter

কৰ’না সংকটৰ মাজতে পুনৰ নিয়মৰ সলনি কৰিবলৈ আগবাঢ়িছে চিবিএছই বোৰ্ডে। বোৰ্ডে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত এইবাৰ অকল মূল বিষয়সমূহৰ পৰীক্ষা ল’বলৈ আগ্ৰহী।

দেওবাৰে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডৰ গুৰুত্বপূৰ্ণ বৈঠকত এনে সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে।

ৰাজ্যসমূহৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চলৰ শিক্ষামন্ত্ৰী, শিক্ষা সচিব তথা ৰাজ্যিক পৰীক্ষা পৰিষদৰ অধ্যক্ষসমূহে এই বৈঠকত অংশগ্ৰহণ কৰিব।

দেওবাৰৰ বৈঠকত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়াল, মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী স্মৃতি ইৰাণী উপস্থিত থাকিব। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বৈঠকত অধ্যক্ষতা কৰিব।

ইতিমধ্যে মূল বিষয়সমূহৰ পৰীক্ষাক লৈ চিবিএছই বোৰ্ডে শিক্ষা মন্ত্ৰ্যালয়ৰ ওচৰত দুটা প্ৰস্তাৱ ৰাখিছে। পৰীক্ষাৰ্থী তথা শিক্ষকসকলৰ সুৰক্ষাৰ কথা আগত ৰাখিয়েই এনে বিকল্পৰ সন্ধান চলোৱা হৈছে।

পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ২০২১বৰ্ষৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষা স্থগিত ৰাখিবলৈ চিবিএছই, আইচিএছই আৰু ৰাজ্যিক বোৰ্ডসমূহ বাধ্য হৈছে।

দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলক মুঠ ১৭৪টা বিষয় দিয়া হয়। ইয়াৰ ভিতৰত ২০টা মূল বিষয় থাকে। শিক্ষাৰ্থী, অভিভাৱক, শিক্ষক তথা আন সংশ্লিষ্টসকলক টুইটাৰত নিজৰ মতামত জনাবলৈ কেন্দ্ৰীয় শিক্ষামন্ত্ৰীয়ে আহ্বান জনাইছে।

Recent News

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd