• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অক্সিজেন এক্সপ্ৰেছত ৰাজ্যলৈ অহা ৮০ মেট্ৰিক টন তৰল মেডিকেল অক্সিজেন গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
May 23, 2021 1:19 pm
Oxygen

ফটো সৌজন্য: টুইটাৰ।

269
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যখনৰ কোভিড আক্ৰান্তৰ ৰোগীৰ বাবে সকাহ প্ৰদান কৰি অসমত আহি উপস্থিত হ’ল অক্সিজেন এক্সপ্ৰেছ।

জামেছদপুৰৰ পৰা ৮০ মেট্ৰিক টন তৰল মেডিকেল অক্সিজেন কঢ়িয়াই অক্সিজেন এক্সপ্ৰেছ দেওবাৰে দিনৰ ১২ বজাত আহি আমিনগাওঁৰ ইনলেণ্ড কন্টেইনাৰ ডিপ’ত উপস্থিত হয়।

চাৰিটা ডবাত এই ৮০মেট্ৰিক টন তৰল মেডিকেল অক্সিজেন লৈ উপস্থিত হোৱা অক্সিজেন এক্সপ্ৰেছৰ পৰা অক্সিজেনখিনি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেউ উপস্থিত থাকি আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে।

অক্সিজেন এক্সপ্ৰেছক আদৰণি জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে প্ৰতি সপ্তাহত দুবাৰকৈ এই অক্সিজেন এক্সপ্ৰেছ অসমলৈ আহিব। এইদৰে নিয়মীয়াকৈ অক্সিজেন অহাৰ পাছত ৰাজ্যত অক্সিজেনৰ নাটনি দূৰ হ’ব।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে জানিবলৈ দিয়ে যে ইয়াৰে ৰাহি হোৱা অক্সিজেন উত্তৰ-পূবৰ আন ৰাজ্যলৈয়ো প্ৰেৰণ কৰা হ’ব।

মাননীয় প্ৰধানমন্ত্ৰী @narendramodi ডাঙৰীয়াৰ ওচৰত আমি কৃতজ্ঞ!#অক্সিজেনএক্সপ্ৰেছ-ৰ দ্বাৰা ৮০ মেট্ৰিকটন মেডিকেল #অক্সিজেন অসমলৈ প্ৰেৰণ কৰাৰ বাবে ৰাজ্যবাসীৰ হৈ ভাৰত চৰকাৰক ধন্যবাদ জনাইছোঁ ।

এই কঠিন সময়ত ই আমাৰ মনোবল আৰু অক্সিজেনৰ সামৰ্থ্য বৃদ্ধি কৰিছে।@PMOIndia @PiyushGoyal pic.twitter.com/V19TijP9d7

— Himanta Biswa Sarma (@himantabiswa) May 23, 2021

আনহাতে, ৰাজ্যখনত বৰ্তমান প্ৰতিদিনে প্ৰয়োজন হোৱা ৭০ মেটিক টন অক্সিজেনৰ বিপৰীতে প্ৰায় ৮০টন অক্সিজেন উৎপাদন হৈ আছে।

কেন্দ্ৰীয় চৰকাৰৰ পৰা এতিয়া লাভ কৰা এই অতিৰিক্ত ৮০টন অক্সিজেনএ ৰাজ্যখনৰ বাবে বৃহৎ সকাহ যোগাব।

মুখ্যমন্ত্ৰীগৰাকীয়ে এই কঠিন সময়ত এই অক্সিজেনে মনোবল আৰু অক্সিজেনৰ সামৰ্থ্য বৃদ্ধি কৰিছে বুলি সদৰী কৰে।

Recent News

এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে ক্ষতিপূৰণ প্ৰদানত জালিয়াতিৰ অভিযোগ! ক্ষুব্ধ ভুক্তভোগীৰ পৰিয়ালৰ

এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে ক্ষতিপূৰণ প্ৰদানত জালিয়াতিৰ অভিযোগ! ক্ষুব্ধ ভুক্তভোগীৰ পৰিয়ালৰ

১০২ বছৰ বয়সতো চাকৰি বিচাৰিছে এইগৰাকী চিকিৎসকে; জনালে দীৰ্ঘজীৱনৰ ৰহস্য

১০২ বছৰ বয়সতো চাকৰি বিচাৰিছে এইগৰাকী চিকিৎসকে; জনালে দীৰ্ঘজীৱনৰ ৰহস্য

ক’ত গ’ল পুৰুষাংগ! অস্ত্ৰোপচাৰৰ পিছত জ্ঞান পাই হাহাকাৰ ৰোগীৰ; অসমৰ হাস্পাতালতে ঘটিল এই কাণ্ড

ক’ত গ’ল পুৰুষাংগ! অস্ত্ৰোপচাৰৰ পিছত জ্ঞান পাই হাহাকাৰ ৰোগীৰ; অসমৰ হাস্পাতালতে ঘটিল এই কাণ্ড

‘মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গুৱাহাটীত নিৰ্মাণ কৰিছে পত্নীৰ নামত তিনি তাৰকাযুক্ত বিশাল হোটেল’-অখিল গগৈ

‘মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গুৱাহাটীত নিৰ্মাণ কৰিছে পত্নীৰ নামত তিনি তাৰকাযুক্ত বিশাল হোটেল’-অখিল গগৈ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd