• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোভিধ বিধি : দৈনিক শ শ লিটাৰ গাখীৰ পেলাই দিবলৈ বাধ্য হৈছে দুগ্ধ ব্যৱসায়ীয়ে

নীৰ্মলেন্দু পাঠক by নীৰ্মলেন্দু পাঠক
May 23, 2021 2:03 pm
Teok
289
VIEWS
Share on FacebookShare on Twitter

কোভিডৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে চৰকাৰে শেহতীয়াকৈ দিনৰ ১১ বজাত ব্যৱসায় প্ৰতিষ্ঠান বন্ধ আৰু ১২ বজাৰ পৰা কাৰ্ফিউৰ যি নতুন SOP জাৰি কৰিলে সেই নিৰ্দেশনাই ক্ষুদ্ৰ একাংশ দুগ্ধ ব্যৱসায়ীক বাৰুকৈ প্ৰভাৱ পেলাইছে।

যোৰহাট জিলাৰ টীয়কৰ গোস্বামী মিল্ক প্ৰডাক্ট নামৰ দুগ্ধ ব্যৱসায়িক প্ৰতিষ্ঠানটোৱে নিতৌ শ শ লিটাৰ গাখীৰ পেলাই দিবলগীয়া হৈছে।

কিয়নো গোস্বামী মিল্ক প্ৰডাক্টৰ লগত জড়িত প্ৰায় ৫৫০ টা পৰিয়ালে দৈনিক ৮০০ৰ পৰা ১০০০ লিটাৰ গাখীৰ উক্ত ক্ষুদ্ৰ উদ্যোগত যোগান ধৰে আৰু সেই গাখীৰে দৈ, ক্ৰীম, পেৰা, ঘিউ আদি প্ৰস্তুত কৰি উজনি অসমত এক সুন্দৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছিল।

ইপিনে সেই গাখীৰসমূহ খুটিৰ পৰা পুৱা ১১ মান বজাত পাইহিহে আৰু বৰ্তমান মিনি লক ডাউনৰ ফলত দুগ্ধজাত সামগ্ৰীৰ চাহিদা কমি গৈছে।

সেয়ে সামগ্ৰীসমূহ প্ৰস্তুত কৰিলেও বিক্ৰীৰ উপযুক্ত বজাৰৰ অভাৱত নষ্ট হৈ গৈছে।

দেশৰ ভয়ানক পৰিস্থিতিলৈ চাই চৰকাৰৰ এনে কঠোৰ পদক্ষেপক এইসকল দুগ্ধ ব্যৱসায়ীয়ে সমৰ্থন জনাইছে যদিও তাৰ মাজতে সম্ভৱ হ’লে এইসকল ব্যৱসায়ীক কিছু আৰ্থিক সহায় কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছে।

Recent News

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd