• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ছাত্ৰীলৈ শিক্ষকৰ হোৱাটচাপত অশ্লীল বাৰ্তা প্ৰেৰণ! ক্ষোভত ফাটি পৰিল ছাত্ৰ-ছাত্ৰীসকল, ক’ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
May 24, 2021 6:54 pm
(প্ৰতিনিধিত্বমূলক ফটো)

(প্ৰতিনিধিত্বমূলক ফটো)

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এগৰাকী শিক্ষকৰ যৌন আতিশয্যৰ প্ৰতিবাদত গুজৰি উঠিল বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকল।

পদ্ম সেসাদদ্ৰী বালা ভৱন স্কুল নামৰ চেন্নাইৰ এখন শীৰ্ষস্থানীয় বিদ্যালয়ত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।

Apply Now

ছাত্ৰ-ছাত্ৰীসকলে শিক্ষকগৰাকীৰ ওপৰত যথাযোগ্য ব্যৱস্থা ল’বলৈ অনলাইন অভিযান আৰম্ভ কৰিছে।

ছাত্ৰ-ছাত্ৰীসকলে জনোৱামতে, লকডাউনৰ সময়ত অনলাইন ক্লাছত শিক্ষকজনে এখন টাৱেল পিন্ধি ক্লাছ লৈছিল।

তেওঁ ছাত্ৰীসকললৈ হোৱাটচাপযোগেও কামুকসুলভ বাৰ্তাও প্ৰেৰণ কৰিছিল।

তদুপৰি শিক্ষকজনে এগৰাকী ছাত্ৰীক চিনেমা চাবলৈও লগ ধৰাৰ কথা ছাত্ৰ-ছাত্ৰীসকলে জানিবলৈ দিছে।

ছাত্ৰ-ছাত্ৰীসকলে সামাজিক মাধ্যমযোগে অভিযোগ কৰে বিদ্যালয় কৰ্তৃপক্ষক শিক্ষকগৰাকীৰ যৌন আতিশয্যৰ বিষয়টো উত্থাপন কৰাৰ পাছতো কোনো ব্যৱস্থা লোৱা হোৱা নাই।

বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলেও বিদ্যালয় কৰ্তৃপক্ষলৈ এখন বিজ্ঞপ্তি প্ৰেৰণ কৰিছে।

বিজ্ঞপ্তিখনত প্ৰকাশ কৰা মতে, একাউণ্টেন্সি এণ্ড বিজনেছ ষ্টাডিজৰ ৰাজাগোপালন নামৰ এই শিক্ষকজনে যোৱা ২০ বছৰ ধৰি এনেধৰণে বিদ্যালয়খনৰ ছাত্ৰীসকলৰ ওপৰত যৌন নিৰ্যাতন চলাই আহিছে।

তদুপৰি ভুক্তভোগী ছাত্ৰীসকলে তেওঁৰ বিৰুদ্ধে কিবা অভিযোগ উত্থাপন কৰিলে শিক্ষকজনে পৰীক্ষাৰ নম্বৰ কমাই দিয়াৰো ভাবুকি প্ৰদান কৰি আহিছে বুলি বিজ্ঞপ্তিখনত প্ৰকাশ কৰা হৈছে।

বিজ্ঞপ্তিখনত শিক্ষকজনৰ ওপৰত অনুসন্ধান চলাই নিলম্বণ জনাবলৈ বিদ্যালয়খনক দাবী জনোৱা হৈছে।

ৰাজ্যখনৰ শাসনাধিষ্ঠ দল ডিএমকেৰ সাংসদ কানিমঝীয়ে বিষয়টো সম্পৰ্কত ব্যৱস্থা লোৱা হ’ব বুলি জনাইছে।

আনহাতে, বিদ্যালয় কৰ্তৃপক্ষই জনাইছে শিক্ষকগৰাকীৰ বিৰুদ্ধে পূৰ্বতে এনেধৰণৰ অভিযোগ কৰ্তৃপক্ষই লাভ কৰা নাই।

অতি শীঘ্ৰে এনেধৰণৰ অভিযোগৰ ক্ষেত্ৰত ‘শূণ্য সহনশীল’ ব্যৱস্থা ল’ব বুলিও কৰ্তৃপক্ষই জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

September 19, 2026 8:30 pm
কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 19, 2026 6:47 pm
 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

September 19, 2026 5:33 pm
পৰিৱেশ সুৰক্ষাৰ কোনো ভৌগোলিক সীমা নাই: ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ সন্মিলনত মুখ্য ন্যায়াধীশ

পৰিৱেশ সুৰক্ষাৰ কোনো ভৌগোলিক সীমা নাই: ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ সন্মিলনত মুখ্য ন্যায়াধীশ

September 19, 2026 4:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

September 19, 2026 8:30 pm
কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 19, 2026 6:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd