• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিবাহ ভৱন নহ’ল! সহযাত্ৰী হৈ আগবঢ়াৰ বাৰ্তা লৈ অগপৰ মুখ্য কাৰ্য্যালয়ত মুখ্যমন্ত্ৰী

দলীয় দৃষ্টিকোণ সুকীয়া হ’লেও অসমৰ স্বাৰ্থত ঐক্যবদ্ধ বুলি দাবী মুখ্যমন্ত্ৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 25, 2021 9:21 am
E2KMOEKVoAMsrVF

ফটো সৌজন্য: টুইটাৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজনীতিত বৈৰী, বন্ধু বুলি কোনো কথা নাই। জনতাক মোহাচ্ছন্ন কৰি ৰাখি ক্ষমতাৰ বাঘজৰী হাতত লোৱাটোৱেই হৈছে চতুৰ ৰাজনীতিকৰ লক্ষ্য। অসমতো ৰাজনীতিৰ নতুন পৰিভাষাই পৰম্পৰাগত ধাৰাক ‘অচল টকা’ কৰি তুলিছে।

বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাই অগপৰ কাৰ্যালয়তো এদিন বিবাহ ভৱনলৈ পৰিণত হ’ব বুলি ভৱিষ্যদ্বাণী কৰিছিল।

Apply Now

সেইদৰে অগপৰ নেতাসকলেও এসময়ত নেতাগৰাকীক আঞ্চলিক-জাতীয়তাবাদ বিৰোধী নেতা হিচাপে অভিহিত কৰি আহিছিল। কিন্তু সময় পৰিৱৰ্তন হৈছে, সন্মুখত ‘সমাগত সময়’।

সোমবাৰে চৰকাৰৰ মিত্ৰদল অসম গণ পৰিষদৰ আমবাৰীস্থ মুখ্য কাৰ্য্যালয়ত উপস্থিত হৈ দলটোৰ বিষয়ববীয়া আৰু সদস্যসকলৰে মতবিনিময় কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

অসম বিধান সভাৰ পৰা পোনে পোনে অসম গণ পৰিষদৰ কাৰ্য্যালয়ত উপস্থিত হোৱা মুখ্যমন্ত্ৰী গৰাকীক দলটোৰ নেতৃত্বৰ লগতে বিভিন্ন স্তৰৰ বিষয়ববীয়া আৰু সদস্যসকলে বিপুল বাৱে আদৰণি জনায়।

দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা, কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত, জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী, সাধাৰণ সম্পাদক বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ডাঃ কমলাকান্ত কলিতা, নুৰুল হুছেইন, হিৰণ্য কুমাৰ কোৱঁৰ, প্ৰবীন হাজৰিকা, ভূপেন ৰায়, মনোজ শইকীয়া, সত্যব্ৰত কলিতা, পোণাকন বৰুৱা, বিধায়কসকল, সম্পাদক প্ৰচাৰ ড০ তপন দাস, সম্পাদক তথ্য প্ৰযুক্তি মণি মাধৱ মহন্ত আদি উপস্থিত থাকে।

সভাপতি অতুল বৰাই মুখ্যমন্ত্ৰীৰ উপস্থিতিয়ে মিত্ৰতাৰ ৰাজনীতিৰ বিশ্বাসযোগ্যতাক অধিক দৃঢ় কৰিলে বুলি মতপোষণ কৰে। বৰাই কয় যে, দলে মুখ্যমন্ত্ৰীক ৰাজ্যখনৰ স্বাৰ্থত সকলোধৰণৰ সহায়ৰ অংগীকাৰ প্ৰকাশ কৰে।

কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই বিশ বছৰৰ পাছত এগৰাকী মুখ্যমন্ত্ৰীয়ে দলৰ কাৰ্য্যালয়ত উপস্থিত হোৱা কাৰ্য্যই জাতীয় জীৱনৰ বাবে অৰ্থৱহ বুলি মন্তব্য কৰিছে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঐক্যবদ্ধ ভাৱে ৰাজ্যখনৰ স্বাৰ্থত আত্মনিয়োগ কৰাত গুৰুত্ব আৰোপ কৰে। দলীয় দৃষ্টিকোণ সুকীয়া হ’লেও অসমৰ স্বাৰ্থত আমি ঐক্যবদ্ধ বুলি মুখ্যমন্ত্ৰী শৰ্মাই দৃঢ়মত পোষণ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd