• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাইলৈ পূৰ্ণ চন্দ্ৰগ্ৰহণ : অসম তথা উত্তৰপূবৰ কি কি ঠাইৰ পৰা দেখা পোৱা যাব, কিমান সময়ত!

এন ই নাও নিউজ by এন ই নাও নিউজ
May 25, 2021 1:28 pm
(প্ৰতিনিধিত্বমূলক ফটো)

(প্ৰতিনিধিত্বমূলক ফটো)

617
VIEWS
Share on FacebookShare on Twitter

কাইলৈ পূৰ্ণ চন্দ্ৰগ্ৰহণ।

বিশ্বৰ কেইবাখনো দেশৰ পৰা কাইলৈ চন্দ্ৰটো ৰঙা হৈ পৰা দেখা যাব।

ভাৰতত অৱশ্যে আংশিকভাৱেহে পূৰ্ণগ্ৰাসী চন্দ্ৰ প্ৰত্যক্ষ কৰিব পৰা যাব।

আকাশত চন্দ্ৰ উদয় হোৱাৰ লগে লগে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ইয়াক স্পষ্টভাৱে দেখা পোৱা যাব।

পশ্চিম বংগৰ কিছু অংশ, ঊৰিষ্যাৰ সাগৰীয় উপকূলীয় কিছু অঞ্চল আৰু আন্দামান- নিকোবৰ দ্বীপপুঞ্জৰ পৰাও দেখা পোৱা যাব চন্দ্ৰগ্ৰহণটো।

ভূবিজ্ঞান মন্ত্ৰালয়ে জনোৱামতে, চন্দ্ৰগ্ৰহণটো ভাৰতত আংশিকভাৱে দেখা পোৱা যাব আবেলি ৩.১৫ বজাৰ পৰা।

ভাৰতৰ উপৰিও নেপাল, পশ্চিম চীন, মংগোলীয়া আৰু ৰাছিয়াৰ পূব অংশৰ পৰা আংশিক চন্দ্ৰগ্ৰহণ দেখা পোৱা যাব।

পূৰ্ণ চন্দ্ৰগ্ৰহণটো আবেলি ৪.৫৮ বজাত শেষ হ’ব যদিও আংশিক চন্দ্ৰগ্ৰহণটো শেষ অন্ত পৰিব সন্ধ্যা ৬.২৩ বজাত।

উত্তৰপূৰ্বাঞ্চলৰ আগৰতলা, আইজল, চেৰাপুঞ্জি, গুৱাহাটী, ইম্ফল, ইটানগৰ, পাছিঘাট, শিলচৰ, কোহিমা, লামডিং, উত্তৰ লখিমপুৰ, শ্বিলং, শিৱসাগৰ আৰু আইজলৰ পৰা চন্দ্ৰগ্ৰহণটো প্ৰত্যক্ষ কৰিব পৰা যাব।

আনহাতে, কলকাতা, কোচবিহাৰ, ডাইমণ্ড হাৰ্বাৰ, দীঘা, মালদা, পাৰাডী, পৰ্ট ব্লেয়াৰ, পুৰীৰ পৰাও গ্ৰহণটো দেখা পোৱা যাব।

আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই জনোৱামতে, পূৰ্ণ চন্দ্ৰগ্ৰহণটো চন্দ্ৰ অস্ত যোৱাৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডা, মেক্সিকো, মধ্য আমেৰিকা, ইকুৱেডৰ, পেৰু, চিলী আৰু আৰ্জেণ্টিনাত সম্পূৰ্ণভাৱে দেখা পোৱা যাব।

ইয়াৰ পৰৱৰ্তী চন্দ্ৰগ্ৰহণটো ভাৰতত দেখা পোৱা যাব চলিত বৰ্ষৰ ১৯ নৱেম্বৰত।

Recent News

চাহ একাপত চুমুক দি চিগাৰেটৰ বাবে হাহাকাৰ কৰে নেকি? হ’ব পাৰে শৰীৰৰ গুৰুতৰ ক্ষতি

চাহ একাপত চুমুক দি চিগাৰেটৰ বাবে হাহাকাৰ কৰে নেকি? হ’ব পাৰে শৰীৰৰ গুৰুতৰ ক্ষতি

খোৱাৰ পিছত পেট ফুলি উঠে নেকি? কেনেকৈ আঁতৰাব এই সমস্যা?

খোৱাৰ পিছত পেট ফুলি উঠে নেকি? কেনেকৈ আঁতৰাব এই সমস্যা?

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd