• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গোলাঘাটত কোভিড মৃত্যুৰ সংখ্যাই ৫০ স্পৰ্শ কৰিলে : আক্ৰান্তৰ সংখ্যাও দৈনিক বৃদ্ধি

মীনাক্ষী ফুকন by মীনাক্ষী ফুকন
May 26, 2021 8:14 am
Covid19-and-Media-750x375
335
VIEWS
Share on FacebookShare on Twitter

গোলাঘাটত মংগলবাৰে কোভিড মৃত্যুৰ সংখ্যাই ৫০ ঘৰত ভৰি দিলে।

চৰকাৰী সূত্ৰে প্ৰকাশ যে, সোমবাৰ আৰু মংগলবাৰৰ ভিতৰত জিলাখনত মুঠ ৪ জন কোভিড ৰোগীৰ মৃত্যু হৈছে।

সোমবাৰে মৃত্যু হোৱা দুজন হৈছে কেশৱ ছেত্ৰী (৪৫) মেলামৰা গোলাঘাট আৰু মহঃ আফেল হক (৫২)কুমাৰপট্টি, গোলাঘাট ৱাৰ্ড নং ২ৰ।

একেদৰে মংগলবাৰে মৃত্যু হোৱা দুজন হৈছে অৰুণ কুমাৰ সোনা(৫৫) কছাৰীহাট বনগাঁও আৰু প্ৰশান্ত গগৈ (৩৪) কাকডোঙা গোলাঘাটৰ।

ইয়াৰে দুজন মেডিকেল কলেজ হাস্পাতালত মৃত্যু হোৱাৰ লগতে দুজনৰ গোলাঘাট কুশল কোঁৱৰ কোভিড হাস্পাতালত মৃত্যু হয়।

ইফালে কোভিড আক্ৰান্তৰ সংখ্যাও ভয়ংকৰভাৱে বৃদ্ধি পাইছে জিলাখনত।

মংগলবাৰে নতুনকৈ ২৮৫ জন লোক এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে।

সৰ্বাধিক বোকাখাতত ৬৭ জনকৈ লোক চিনাক্ত হোৱাৰ লগতে কমাৰবন্ধা আলিত ৩০, সৰুপথাৰত ৩০, মিছামৰাত ৩৫, শ্বহীদ কুশল কোঁৱৰ কোভিড হাস্পাতালত ১৬, চাৰিঙীয়াত ২৯, মৰঙীত ২৯, ৱাৰ্ডত ৩, নাৰ্চিংহ’মত ৩ আৰু আৰ টি পি চি আৰ ৪৩ জনকৈ কোভিড ৰোগী চিনাক্ত হয়।

Tags: COVID-19

Recent News

আপোনাৰ চকুযুৰিৰ যতন কেনেকৈ ল’ব? জানো অহক…

আপোনাৰ চকুযুৰিৰ যতন কেনেকৈ ল’ব? জানো অহক…

মধুমেহ ৰোগীয়ে কুঁহিয়াৰ ৰস খাব পাৰিবনে? বিশেষজ্ঞই কি কয় জানো আহক?

মধুমেহ ৰোগীয়ে কুঁহিয়াৰ ৰস খাব পাৰিবনে? বিশেষজ্ঞই কি কয় জানো আহক?

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd