• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশ্বনাথৰ বাঘমাৰীত সংঘটিত সভ্য সমাজক লজ্জানত কৰা ঘটনা!

বৌৱেক আৰু দেওৰেকৰ অবৈধ সম্পৰ্কৰ কালিমা ঢাকিবলৈ হত্যা কৰিলে নৱজাতকক

কাজী জেইদুল ইছলাম by কাজী জেইদুল ইছলাম
May 27, 2021 3:58 pm
Cyclone Yaas likely to hit Assam, Meghalaya
336
VIEWS
Share on FacebookShare on Twitter

জীৱ শ্ৰেষ্ঠ মানৱৰ অমানৱীয় কৰ্মকাণ্ড । এটি নৱজাতকৰ মৃত্যুক লৈ বিশ্বনাথৰ নিজ বাঘমাৰীত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ৷ জন্মৰ আধা ঘন্টাৰ পাছতে নৱজাতকটিক হত্যা কৰি বাৰীত পুতি থোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

স্থানীয় ৰাইজ আৰু পৰিয়ালৰ লোকৰ অভিযোগ মতে দীৰ্ঘদিন ধৰি এক অবৈধ সম্পৰ্ক আছিল বিশ্বনাথৰ নিজ বাঘমাৰীৰ এগৰাকী বিধৱা মহিলা আৰু নিজৰ দেওৰেকৰ মাজত । তাৰেই পৰিণতিত অন্তঃসত্বা হয় বিধৱা বৌয়েক।

উল্লেখ্য যে সম্বন্ধত দুয়ো আছিল বৌয়েক আৰু বাই শাহু। কিয়নো দেওৰেক নবীন কৰ্মকাৰে বিয়া কৰাইছিল মহিলা গৰাকীৰ ভনীয়েকক।

আজি পুৱা চাৰি মান বজাত অন্তঃসত্বা বিধৱা বৌয়েকে প্ৰসৱ যন্ত্ৰণা অনুভৱ কৰে আৰু পুৱা এটি নৱজাতকৰ জন্ম দিয়ে ৷

পিছত মানৱ সমাজক লজ্জানত কৰা এই বৌয়েক- দেওৰেকৰ অবৈধ সম্পৰ্ক ঢাকিবলৈকে দেওৰেক নবীন কৰ্মকাৰে বৌয়েকে গম পোৱাৰ আগতেই দেৱশিশুটিক হত্যা কৰি পুতি থয়।

এই কথা জানিব পাৰি স্থানীয় ৰাইজে নবীন কৰ্মকাৰক উত্তম মধ্যম দি এজোপা গছত বান্ধি ৰাখে।
পিছত জিনজিয়া আৰক্ষী আহি দেওৰেক নবীন কৰ্মকাৰক থানালৈ লৈ যায়। স্থানীয় লোক,গাঁওৰক্ষী বাহিনী আৰু প্ৰসূতি গৰাকীৰ ভগ্নীয়ে জনোৱা মতে মৃত্যু হোৱা নৱজাতকটিৰ পিতৃ নবীন কৰ্মকাৰ ওৰফে তন্টু আৰু নৱজাতকটিক নবীন কৰ্মকাৰে হত্যা কৰিছে।

ইফালে দুয়োৰে মাজত থকা অবৈধ সম্পৰ্ক আছিল আৰু তাৰে ফলশ্ৰুতিত নৱজাতকটিৰ জন্ম হোৱা বুলি ভূক্তভোগী আৰু দোষীয়ে স্বীকাৰ কৰে।

সম্প্ৰতি বিশ্বনাথ জিলা দণ্ডাধীশ ঘটনাস্থলীত উপস্থিত হৈ পুতি থোৱা মৃতদেহটো উদ্ধাৰৰ যো জা কৰিছে বুলি জানিব পৰা গৈছে।

Recent News

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd