• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাঞ্চল্য! বিদ্যালয়ৰ ভিতৰত উদ্ধাৰ কণ কণ ছাত্ৰ-ছাত্ৰীৰ গণ কবৰ, ক’ত?

 এন ই নাও নিউজ by এন ই নাও নিউজ
May 29, 2021 6:25 pm
zz
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিশুৰ কলৰৱেৰে মুখৰিত হৈ থকা এখন বিদ্যালয়। এই বিদ্যালয় খনতে এটা সময়ত শ শ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰিছিল।

কিন্তু সেইখন বিদ্যালয়তে উদ্ধাৰ হৈছে এটা গণ কবৰ।গণ কবৰত উদ্ধাৰ হোৱা মৃতদেহ বোৰ বিদ্যালয় খনতে পঢ়া শিক্ষাৰ্থীৰ বুলি নিশ্চিত কৰা হৈছে। কানাডাৰ ব্ৰিটিছ কলম্বিয়াত থকা কামলুপছ ইণ্ডিয়ান ৰেছিডেঞ্চিয়েল স্কুলত উদ্ধাৰ হোৱা গণ কবৰত এতিয়ালৈকে ২১৫ টি শিশুৰ মৃতদেহ থকাৰ কথা নিশ্চিত হৈছে।

Apply Now

ধাৰণা কৰা অনুসৰি এই বিদ্যালয় খনত যিসকল শিশুৰ মৃতদেহ উদ্ধাৰ হৈছে সেয়া কেইবাদশকো আগৰ মৃতদেহ। গণ কবৰটোত শিশুসকলে পিন্ধা জোতাকে ধৰি আন সামগ্ৰীও উদ্ধাৰ হৈছে।

১৯৭৮ চনত বন্ধ হৈ যোৱা এই বিদ্যালয় খনলৈ কানাডাৰ জনগোষ্ঠীয় সম্প্ৰদায়ৰ শিশুসকলক বলপূৰ্বক অনা হৈছিল। ৰোমান কেথলিকৰ অধীনত এই বিদ্যালয় খন স্থাপন কৰা হৈছিল ১৮৯০ চনত।

অভিযোগ অনুসৰি এই বিদ্যালয় খনৰ লগতে সেই সময়ৰ আন বহু কেইখন ৰেছিডেঞ্চিয়েল বিদ্যালয়ত স্থানীয় জনগোষ্ঠীয় শিশু সকলক শিক্ষা প্ৰদানৰ নামত অকথ্য নিৰ্যাতন চলোৱা হৈছিল।

কানাডাৰ এনে ৰেছিডেঞ্চিয়েল বিদ্যালয়লৈ অনাৰ পিছৰে পৰা ৪১০০ৰো অধিক শিশু চিৰদিনৰ বাবে নিৰুদ্দেশ হৈ পৰিছিল।শেহতীয়াকৈ ১৯৭৮ চনত বন্ধ হৈ পৰা কামলুপছ ইণ্ডিয়ান ৰেছিডেঞ্চিয়েল স্কুলত উদ্ধাৰ হোৱা মৃতদেহসমূহ ঙত্যা কৰা শিশুৰেই মৃতদেহ বুলি ভবা হৈছে।

শিশুসকলক কেতিয়া হত্যা কৰি গণ কবৰত পুতি থোৱা হৈছিল সেয়া উপযুক্ত পৰীক্ষাৰ পিছতহে জানিব পৰা যাব। গণ কবৰ উদ্ধাৰৰ ঘটনাত হতচকিত হৈ পৰা কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডেৱে গভীৰ শোক ব্যক্ত কৰাৰ লগতে এয়া দেশৰ ইতিহাসক লজ্জানত কৰা ঘটনা আখ্যা দিছে।

উল্লেখ্য কানাডাৰ চৰকাৰে ১৯৬৯ চনত এই বিদ্যালয় খন নিজৰ অধীনলৈ আনিছিল। ইয়াৰ পৰা বুজা যায় যে শিশুসকলক ১৯৬৯ চনৰ আগতেই হত্যা কৰি পুতি থোৱা হৈছিল।

বিদ্যালয়তে ২১৫ টিকৈ শিশুৰ গণ কবৰ উদ্ধাৰৰ ঘটনাই সমগ্ৰ বিশ্বতে জোকাৰণিৰ সৃষ্টি কৰিছে।

 এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

July 7, 2026 3:00 pm
ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

July 7, 2026 2:43 pm
৫,২৭৯ কোটি টকীয়া ৰিং ৰোড প্ৰকল্পৰ বাবে উচ্ছেদৰ ভাবুকি! ক্ষতিপূৰণ আৰু পৰিৱেশ ধ্বংসৰ আশংকাত উত্তাল উত্তৰ কামৰূপ আৰু সোণাপুৰ

৫,২৭৯ কোটি টকীয়া ৰিং ৰোড প্ৰকল্পৰ বাবে উচ্ছেদৰ ভাবুকি! ক্ষতিপূৰণ আৰু পৰিৱেশ ধ্বংসৰ আশংকাত উত্তাল উত্তৰ কামৰূপ আৰু সোণাপুৰ

July 7, 2026 2:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

July 7, 2026 3:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd