• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৭ জুনৰ পৰা ৰাজ্যত আৰম্ভ হ’ব সামান্য আনলক প্ৰক্ৰিয়া; কি ইংগিত দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 29, 2021 7:18 pm
17d95bc5-735b-4e13-aa87-9548ae566617
870
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত অহা ৭ জুনৰ পৰা সামান্য আনলক প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

তেওঁ কয় ‘সামান্য আনলক প্ৰক্ৰিয়া ৭ জুনৰ পৰা সম্ভৱ হ’ব পাৰে, কিন্তু সম্পূৰ্ণ আনলক প্ৰক্ৰিয়া ১৫ জুনৰ ভিতৰত সম্ভৱ নহয়।‘

‘মৃত্যুৰ সংখ্যাৰ ক্ষেত্ৰত প্ৰথম যেতিয়া কোভিড হয় তেতিয়া কেচ ধৰা পৰিলেও মানুহৰ মৃত্যু নহয়। কিন্তু শেষৰ ফালে কোভিড আক্ৰান্তৰ সংখ্যা কমে কিন্তু মৃত্যুৰ সংখ্যা বাঢ়ে।‘ কোভিড আক্ৰান্তৰ মৃত্যুৰ হাৰক লৈ এই মন্তব্য মুখ্যমন্ত্ৰীৰ।

তেওঁ আৰু কয় ‘হাস্পতালত বহু ৰোগীয়ে ১০-১৫ দিন সংগ্ৰাম কৰি থাকে। কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যা যেতিয়া দ্ৰুতগতিত কমি যাব তেতিয়া মৃত্যুৰ সংখ্যাও লাহে লাহে কমি যাব।‘

তাৎপৰ্যপূৰ্ণভাৱে অহা ৫-৬ দিনৰ ভিতৰত কোভিডত আক্ৰান্ত হৈ মৃত্যুৰ সংখ্যা নিম্নগামী হোৱা দেখা যাব বুলি তেওঁ ভৱিষ্যত বাণী কৰে।

তেওঁ লগতে কয় ‘প্ৰতিদিনে অসমত ৬০ হাজাৰকৈ ভেকচিন প্ৰদান কৰি থকা হৈছে। অসমত ৪০ লাখ ভেকচিন লোৱা লোকৰ সংখ্যা অতিক্ৰম কৰিছে। জুলাই মাহত ভেকচিনৰ উৎপাদন দুগুণ হৈ যাব। ডিচেম্বৰৰ ভিতৰত ভাৰতৰ প্ৰতিজন ব্যক্তিয়ে ভেকচিনৰ দুটা ড’জ লাভ কৰিব পাৰিব।‘

Tags: COVID-19

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ৰাজপথত কুকুৰৰ আক্ৰমণৰ ভয়ত আত্মৰক্ষাৰ বাবে অভিনৱ পন্থা এইগৰাকী ছোৱালীৰ! পিছে কি?

ৰাজপথত কুকুৰৰ আক্ৰমণৰ ভয়ত আত্মৰক্ষাৰ বাবে অভিনৱ পন্থা এইগৰাকী ছোৱালীৰ! পিছে কি?

দুই মহাৰথীৰ যুঁজত কম্পন আমেৰিকাত! ট্ৰাম্পেতো কৈয়েই দিলে ‘মাস্কৰ সৈতে সম্পৰ্ক শেষ’

দুই মহাৰথীৰ যুঁজত কম্পন আমেৰিকাত! ট্ৰাম্পেতো কৈয়েই দিলে ‘মাস্কৰ সৈতে সম্পৰ্ক শেষ’

‘ইয়াতে থাকিব বিচাৰো’: বেংগালুৰুৰ পদপিষ্টৰ ঘটনাত নিহত পুত্ৰৰ কবৰৰ ওপৰত হুকহুকাই কান্দিলে পিতৃয়ে

‘ইয়াতে থাকিব বিচাৰো’: বেংগালুৰুৰ পদপিষ্টৰ ঘটনাত নিহত পুত্ৰৰ কবৰৰ ওপৰত হুকহুকাই কান্দিলে পিতৃয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd