• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শোকাৱহ! দৰাক মাল্যবৰণ কৰাৰ সময়তে অসুস্থ হৈ পৰিল কইনা, মৃত্যুও হ’ল, তাৰপাছত….

এন ই নাও নিউজ by এন ই নাও নিউজ
May 30, 2021 4:30 pm
(প্ৰতিনিধিত্বমূলক ফটো)

(প্ৰতিনিধিত্বমূলক ফটো)

113
VIEWS
Share on FacebookShare on Twitter

আনন্দ উল্লাসৰ মাজতে বিয়াৰ অনুষ্ঠান আৰম্ভ হৈ গৈছে, কেৱল মাল্যদান পৰ্বৰ বাবে দৰাঘৰীয়া কইনাঘৰীয়া সকলো অপেক্ষা কৰি আছে।

ঠিক সেই সময়তে হঠাৎ অসুস্থ হৈ পৰে কইনা।

কিছু মুহূৰ্তৰ পাছতে মৃত্যুও হ’ল কইনাগৰাকী।

কইনাৰ মৃত্যুৰ পাছত কইনাৰ ভণীয়েকক বিয়া কৰাবলগা হয় দৰাই।

শোকাৱহ ঘটনাটো সংঘটিত হৈছে উত্তৰপ্ৰদেশৰ এটাৱাহ জিলাৰ চমচপুৰ গাঁৱত।

গাঁওখনৰ সুৰভী নামৰ যুৱতীগৰাকীৰ বিয়া হৈছিল নিকটৱৰ্তী নাওলি গাঁৱৰ মংগেশ কুমাৰৰ স’তে।

কিন্তু মাল্যবৰণৰ সময়তে অসুস্থ হৈ পৰে সুৰভী।

লগে লগে সুৰভীক হস্পিতাললৈ লৈ যোৱা হয়।

কিন্তু চিকিৎসকসকলে সুৰভীৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি ঘোষণা কৰে।

বিয়াৰ আনন্দ উল্লাস পৰ্যবসিত হয় শোকাকূল পৰিৱেশলৈ।

শোকাকূল পৰিৱেশৰ মাজতে দৰা মংগেশে প্ৰস্তাৱ দিয়ে যে বিবাহানুষ্ঠান ভংগ নকৰি সুৰভীৰ ভণী নিশাকে বিয়া কৰিবলৈ বিচাৰে তেওঁ।

লগে লগে কইনাপক্ষ সেই প্ৰস্তাৱত ৰাজী হৈ যায়।

যেতিয়া ঘৰখনৰ এগৰাকী জীয়ৰীৰ বিবাহ হৈ আছিল, আন এগৰাকী জীয়ৰীৰ মৃতদেহ আন এটা ঘৰত থোৱা আছিল।

কইনা বিদায়ৰ পাছতে সুৰভীৰ শেষকৃত্য সম্পন্ন কৰে পৰিয়ালটোৱে।

Recent News

হত্যা কৰি ঘৰতে পুতি থৈছিল মৃতদেহ; গুৱাহাটীত স্বামীক হত্যা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ পত্নী

হত্যা কৰি ঘৰতে পুতি থৈছিল মৃতদেহ; গুৱাহাটীত স্বামীক হত্যা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ পত্নী

ট্ৰেজিক হিৰো! অথলে গ’ল জাদেজাৰ যুঁজ; ২২ ৰানত পৰাস্ত ভাৰত, শৃংখলাত আগবাঢ়িল ইংলেণ্ড

ট্ৰেজিক হিৰো! অথলে গ’ল জাদেজাৰ যুঁজ; ২২ ৰানত পৰাস্ত ভাৰত, শৃংখলাত আগবাঢ়িল ইংলেণ্ড

ভ্ৰমণ প্ৰিয় এটা বান্দৰ! বান্দৰৰ ভ্ৰমণ কাহিনীয়ে খলকনি তুলিছে সামাজিক মাধ্যমত

ভ্ৰমণ প্ৰিয় এটা বান্দৰ! বান্দৰৰ ভ্ৰমণ কাহিনীয়ে খলকনি তুলিছে সামাজিক মাধ্যমত

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd