• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউলৰ চোৰাং ব্যৱসায়ত জড়িত থকাৰ সন্দেহ : ডিফুত ব্যৱসায়িক প্ৰতিষ্ঠানত আয়কৰ বিভাগৰ তালাচী

এন ই নাও নিউজ by এন ই নাও নিউজ
March 28, 2018 7:37 am
PDS

প্ৰতিনিধিত্বমূলক ছবি

91
VIEWS
Share on FacebookShare on Twitter

দীৰ্ঘ দিনৰ পৰা ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউলৰ চোৰাং ব্যৱসায়ত জড়িত থকাৰ অভিযোগ থকা ডিফুৰ প্ৰতিষ্ঠিত ব্যৱসায়ী সবৰমল স্বামীৰ ব্যৱসায়িক প্ৰতিষ্ঠানত আয়কৰ বিভাগে ২৭ মাৰ্চত হঠাতে তালাচী চলায়। তেওঁৰ হনুমন্ত এণ্টাৰপ্ৰাইজ নামৰ ডিফুৰ বজাৰস্থিত ব্যৱসায়িক প্ৰতিষ্ঠানটোত আয়কৰ বিভাগৰ দলটো উপস্থিত হৈ তন্নতন্নকৈ অনুসন্ধান কৰে। লগতে তেওঁৰ মাঞ্জাস্থিত ব্যৱসায়িক প্ৰতিষ্ঠানটো আয়কৰ বিভাগৰ দলটোৱে তালাচী চলায় বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে ব্যৱসায়ীজনে দীৰ্ঘদিনৰ পৰা দৰিদ্ৰ লোকক সকাহ দিবৰ বাবে চৰকাৰে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ জৰিয়তে যোগান ধৰা চাউলৰ চোৰাং ব্যৱসায়ত জড়িত থকাৰ অভিযোগ আছে। খাদ্য আৰু অসামৰিক বিভাগৰ চাউলৰ এখন বৃহৎ চোৰাং বজাৰ থকাৰ কথাটো প্ৰায় সকলোৱে জনা কথা। বিশেষকৈ এই বিভাগকেইটাৰ বিষয়া কৰ্মচাৰীৰে চাউলৰ চোৰাং কাৰবাৰীৰ সুসম্পৰ্ক থকাৰ কথাটো।

আনহাতে সূত্ৰটোৱে জনোৱা মতে, আয়কৰ বিভাগৰ দলটোৱে ডিফুৰ খাদ্য নিগমৰ গুদামতো অনুসন্ধান কৰিছিল। দলটো ডিফুৰ আন এজন প্ৰতিষ্ঠিত ব্যৱসায়ী সুৰেশ শৰ্মাৰ বাসগৃহলৈও গৈছিল বুলি জানিব পৰা গৈছে। কিন্তু ব্যৱসায়ীজনৰ ঘৰত তালাচীত যোৱা দলটোক দুৱাৰ খুলি নিদিয়াত বিমুখ হৈ ঘূৰি আহে।

আয়কৰ বিভাগৰ দলটো ডিমাপুৰৰ পৰা আহিছিল বুলি জানিব পৰা গৈছে।

Recent News

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd