• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বীভৎস! চৰাইদেউত কোভিডমুক্ত হৈ খোজকাঢ়ি ঘৰলৈ ওভতাৰ পথতে মহিলাক গণধৰ্ষণ

বহুবাৰ অনুৰোধ জনোৱাৰ পিছতো চিকিৎসালয়ে নিদিলে এম্বুলেন্স

 এন ই নাও নিউজ by এন ই নাও নিউজ
May 31, 2021 4:47 pm
rape-victim

প্ৰতিনিধিত্বমূলক ছবি

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ’নাতংকই বিৰাজ কৰা ৰাজ্যত সংঘটিত হৈছে এক বীভৎস ঘটনা। কোভিড চিকিৎসালয়ৰ পৰা ৰোগমুক্ত হৈ ঘৰলৈ উভতি অহাৰ পথতে এগৰাকী মহিলা গণধৰ্ষণৰ চিকাৰ হ’বলগীয়া হোৱাৰ ঘটনা পোহৰলৈ অহাৰ পিছতে সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

এই নিদাৰুণ ঘটনাটো সংঘটিত হৈছে চৰাইদেউ জিলাত। জিলা খনৰ এখন কোভিড চিকিৎসালয়ৰ পৰা কোভিড নিগেটিভ ৰিপ’ৰ্ট অহাৰ পিছতে প্ৰায় ৪০ বছৰীয়া মহিলাগৰাকীক ঘৰলৈ যাবলৈ দিয়া হৈছিল।

Apply Now

মহিলাগৰাকীয়ে তেওঁৰ কিশোৰী কন্যাৰ সৈতে ঘৰলৈ উভতি অহাৰ সময়তে তেওঁলোকৰ পিছ লৈছিল কেইটামান পাষণ্ডই।

অভিযোগ অনুসৰি চিকিৎসালয়ৰ পৰা ২৫ কিলোমিটাৰ দূৰৈত থকা ঘৰলৈ যাবলৈ মহিলাগৰাকীয়ে চিকিৎসালয় কৰ্তৃপক্ষক এম্বুলেন্স এখন যোগাৰ কৰি দিবলৈ কৈছিল যদিও চিকিৎসালয় কৰ্তপক্ষই এম্বুলেন্স যোগাৰ কৰি দিব নোৱাৰে বুলি কোৱাত মহিলাগৰাকীয়ে কন্যাৰ সৈতে খোজকাঢ়িয়েই ঘৰমুৱা হৈছিল।

বাটতে পোৱা এখন চাহ বাগিচাৰ মাজত মহিলাগৰাকীক দুটা পাষণ্ডই বলপূৰ্বক পথৰ পৰা উঠাই নিছিল। মহিলাগৰাকীৰ কন্যাই কোনোমতে সেই ঠাইৰ পৰা পলাই যাবলৈ সক্ষম হৈছিল।

কন্যাই ঘটনাটোৰ বিষয়ে কাষৰীয়া লোকক অৱগত কৰাত স্থানীয় লোকে বহু বিচাৰ-খোচাৰ কৰিও মহিলাগৰাকীৰ সন্ধান নাপালে।

পিছত মহিলাগৰাকীয়ে নিজেই ঘৰত গৈ উপস্থিত হয়। ঘৰত মহিলাগৰাকীয়ে গণধৰ্ষণৰ চিকাৰ হোৱাৰ কথা প্ৰকাশ কৰে। ২৭ মে’ৰ সন্ধিয়া সংঘটিত এই ঘটনাটোৰ কথা পিছতহে পোহৰলৈ আহে।

চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙে প্ৰকাশ কৰা মতে ২৯ মে’ৰ দিনাহে আৰক্ষীয়ে ঘটনাটোৰ বিষয়ে জানিব পাৰে আৰু অনুসন্ধান চলাই দুজন দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য কিছুদিন পূৰ্বে চৰাইদেউ জিলৰ বৰহাট নাগামাটি অঞ্চলৰ এটা পৰিয়াল কোভিডত আক্ৰান্ত হৈছিল। পৰিয়ালৰ সদস্য-সদস্যাসকলক ভৰ্তি কৰোৱা হৈছিল সাপেখাতি মডেল চিকিৎসালয়ত।

কোভিড নিগেটিভ পোৱাত মহিলগৰাকীৰ সৈতে তেওঁৰ কন্যাক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছিল।কিন্তু চিকিৎসালয়ৰ ফালৰ পৰা তেওঁলোকক বহু অনুৰোধ কৰাৰ পিছতো কোমো এম্বুলেন্স যোগান ধৰা হোৱা নাছিল।ফলত সংঘটিত হ’ল এই বীভৎস ঘটনাটো।

 এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেছক্ৰিপচন অবিহনে ঔষধ বিক্ৰীত বাধা : প্ৰতিখন ঔষধালয়ত চিচিটিভি বাধ্যতামূলক কৰাৰ প্ৰস্তুতি কেন্দ্ৰীয় চৰকাৰৰ

প্ৰেছক্ৰিপচন অবিহনে ঔষধ বিক্ৰীত বাধা : প্ৰতিখন ঔষধালয়ত চিচিটিভি বাধ্যতামূলক কৰাৰ প্ৰস্তুতি কেন্দ্ৰীয় চৰকাৰৰ

September 17, 2026 12:00 pm
মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

চৰকাৰী নিৰ্দেশ! প্ৰধানমন্ত্ৰীৰ জন্মদিনত মেধাৱী ছাত্ৰৰ ঘৰত বন্তি জ্বলাবলৈ যাব লাগিব শিক্ষক

September 17, 2026 11:41 am
বিজ্ঞান আৰু পৰিৱেশ্য কলাৰ অপূৰ্ব সংমিশ্ৰণ! নাছাৰ ‘কচি’ অভিযানত অসমৰ দুই প্ৰখ্যাত শিল্পী জয় বৰুৱা আৰু সমুদ্ৰ কাজল শইকীয়া

বিজ্ঞান আৰু পৰিৱেশ্য কলাৰ অপূৰ্ব সংমিশ্ৰণ! নাছাৰ ‘কচি’ অভিযানত অসমৰ দুই প্ৰখ্যাত শিল্পী জয় বৰুৱা আৰু সমুদ্ৰ কাজল শইকীয়া

September 17, 2026 10:07 am
অৰণ্যত ঘাটি পাতি কূটাঘাতৰ চেষ্টা! কাশ্মীৰত নিশা সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত ২ জইছ সন্ত্ৰাসবাদী

অৰণ্যত ঘাটি পাতি কূটাঘাতৰ চেষ্টা! কাশ্মীৰত নিশা সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত ২ জইছ সন্ত্ৰাসবাদী

September 17, 2026 9:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেছক্ৰিপচন অবিহনে ঔষধ বিক্ৰীত বাধা : প্ৰতিখন ঔষধালয়ত চিচিটিভি বাধ্যতামূলক কৰাৰ প্ৰস্তুতি কেন্দ্ৰীয় চৰকাৰৰ

প্ৰেছক্ৰিপচন অবিহনে ঔষধ বিক্ৰীত বাধা : প্ৰতিখন ঔষধালয়ত চিচিটিভি বাধ্যতামূলক কৰাৰ প্ৰস্তুতি কেন্দ্ৰীয় চৰকাৰৰ

September 17, 2026 12:00 pm
মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

চৰকাৰী নিৰ্দেশ! প্ৰধানমন্ত্ৰীৰ জন্মদিনত মেধাৱী ছাত্ৰৰ ঘৰত বন্তি জ্বলাবলৈ যাব লাগিব শিক্ষক

September 17, 2026 11:41 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd