• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এক আৱেগিক মুহূৰ্ত! বিগত ১৯ বছৰে বিনা বেতনে অধ্যক্ষতা কৰা মহাবিদ্যালয়ৰ অধ্যক্ষই ল’লে অৱসৰ

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
June 1, 2021 4:12 pm
Principal retired

ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোকৰাঝাৰ জিলাৰ অন্তৰ্গত শক্তিআশ্ৰম অঞ্চলৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী তথা শক্তিআশ্ৰম স্বামী যোগানন্দ গিৰি মহাবিদ্যালয়ৰ এগৰাকী অধ্যক্ষ ড° পৰেশ চন্দ্ৰ ৰায়। শক্তিআশ্ৰম অঞ্চলৰ এখন অতি চিনাকী মুখ এইগৰাকী ড° পৰেশ চন্দ্ৰ ৰায়।

সৰুৰে পৰা আৰ্থিক দৈন্যতাৰ মাজেৰে ডাঙৰ-দীঘল হোৱা ব্যক্তিগৰাকীৰ পিন্ধনত শক্তিআশ্ৰম অঞ্চলবাসী ৰাইজে আজিলৈকে কেৱল প্ৰত্যক্ষ কৰিছে বগা আৰু মাটিয়া ৰঙৰ চাৰ্ট-পেন্টহে৷

Apply Now

আজিৰ পৰা ১৯ বছৰ পূৰ্বে এইগৰাকী অধ্যক্ষই কাম কৰিছিল কোকৰাঝাৰ জিলাৰ অন্তৰ্গত শক্তিআশ্ৰম উচ্চতৰ মাধ্যমিক আৰু কাৰিকৰী বিদ্যালয়ৰ এগৰাকী বিষয় শিক্ষক হিচাপে।

কিন্তু গাঁৱৰ দৰিদ্ৰ ল’ৰা-ছোৱালীসকলৰ বাবে শক্তিআশ্ৰম অঞ্চলত এখন উচ্চ শিক্ষানুষ্ঠান গঢ় দিয়াৰ স্বাৰ্থত ড° পৰেশ চন্দ্ৰ ৰায় নামৰ শিক্ষকগৰাকীয়ে বিগত ২৭ টা বছৰে জৰিত হৈ আহিছিল শক্তিআশ্ৰম স্বামী যোগানন্দ গিৰি মহাবিদ্যালয়ৰ লগত।

ভেন্সাৰ হিচাপে খোলা স্বামী যোগানন্দ গিৰি মহাবিদ্যালয়ৰ কামৰ স্বাৰ্থতেই পিছত এইগৰাকী শিক্ষকে শক্তিআশ্ৰম উচ্চতৰ মাধ্যমিক আৰু কাৰিকৰী বিদ্যালয়ৰ অসমীয়া বিভাগৰ বিষয় শিক্ষকৰ চাকৰিটো এৰি দিবলগীয়াত পৰে আৰু স্বামী যোগানন্দ গিৰি মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিবলৈ বাধ্য হয়।

উল্লেখ্য যে, আজিৰ পৰা ৮ বছৰ পূৰ্বে ভেন্সাৰৰ পৰা চৰকাৰীকৰণ হৈছিল কোকৰাঝাৰৰ এই শক্তিআশ্ৰম স্বামী যোগানন্দ গিৰি মহাবিদ্যালয়খন৷

তেওঁৰ কাৰ্যকালতে কোকৰাঝাৰৰ লগতে বিভিন্ন প্ৰান্তৰ বহু ল’ৰা-ছোৱালীও সুখ্যাতিৰ উত্তীৰ্ণ হৈছে এইখন মহাবিদ্যালয়ৰ পৰা। কিন্তু দুখৰ বিষয় ৰাজ্যচৰকাৰে লোৱা সিদ্ধান্তমৰ্মে নতুন শিক্ষানীতি অনুসৰি অধ্যক্ষৰ বাবে লগা সকলো উচিত ডিগ্ৰী থকাৰ পিছতো আজি চৰকাৰী দৰমহা পোৱাৰ পৰা বঞ্চিত হৈ একমাত্ৰ ত্যাগ স্বীকাৰেৰে শক্তিআশ্ৰম স্বামী যোগানন্দ গিৰি মহাবিদ্যালয়ৰ অধ্যক্ষ পদৰ পৰা সোমবাৰে এনেদৰে অৱসৰ ল’লে এইগৰাকী নিষ্ঠাবান অধ্যক্ষই৷

অধ্যক্ষগৰাকীৰ অৱসৰৰ মুহূৰ্তত ছাত্ৰ-ছাত্ৰীসকলৰ লগতে তেওঁৰ সহকৰ্মী, গুণমুগ্ধসকল অত্যন্ত ব্যথিত হৈ পৰে আৰু এক অতি আৱেগিক পৰিৱেশত তেওঁক বিদায় দিয়ে।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd