• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁৱত ড্ৰাগছৰ বেহাৰ সৈতে জড়িত থকাৰ অভিযোগত সাংবাদিকসহ  দুজনক  গ্ৰেপ্তাৰ

জব্দ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ, চিৰিঞ্জ, বাহন

প্ৰণৱ কুমাৰ ডেকা by প্ৰণৱ কুমাৰ ডেকা
June 2, 2021 12:37 pm
bon
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ প্ৰতিখন জিলাতে এতিয়া ড্ৰাগছৰ অবৈধ বেহাই চানি ধৰিছে ৷ যুৱ প্ৰজন্মক তিল তিল কৈ মৃত্যুৰ মুখলৈ ঠেলি দিয়া এই ড্ৰাগছৰ ভয়াৱহ বেহাৰ সৈতে আৰক্ষীকে ধৰি বিভিন্নস্তৰৰ লোক জড়িত থকাৰ তথ্য পোহৰলৈ অহাৰ সময়তে এইবাৰ অবৈধ ড্ৰাগছৰ বেহাৰ সৈতে জড়িত থকাৰ অভিযোগত বঙাইগাঁও আৰক্ষীয়ে ৰাখালডুবিৰ পৰা এজন ৱেব পৰ্টেলৰ সাংবাদিকসহ আন এজন সহযোগীক আটক কৰিছে ৷

আটকাধীন সাংবাদিকজন এন ই লাইভ টুডে নামৰ এটা ৱেব পৰ্টেলৰ সাংবাদিক নিতু বনিক্য বুলি জানিব পৰা গৈছে ৷ নিতু বনিক্যৰ ঘৰ বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ ৱৰ্কশ্বপত ৷

Apply Now

Get 'high' on Life, not on drugs.

Two persons were apprehended by a police team in Bongaigaon. Suspended Brown sugar has been recovered. The recovered drugs is seized as per NDPS Act and the accused persons are arrested.@assampolice
@#warOnDrugs
@#AssamSaysNoToDrugs pic.twitter.com/w4GFxs3vfv

— Bongaigaon Police (@bongaigaonpolic) June 1, 2021

আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা ‘প্ৰেছ’ লিখা এখন এএছ-০১বিএম/৩৮৪২ ( As-01BM-3842) নম্বৰৰ ইণ্ডিগো চাৰিচকীয়া বাহনৰ লগতে ড্ৰাগছসহ এটা কণ্টেইটাৰ ,দুটা খালি কণ্টেইনাৰ ,চিৰিঞ্জ, মোবাইল, প্ৰেছকাৰ্ড আদি জব্দ কৰা বুলি জানিবলৈ দিছে ৷
ইপিনে উত্থাপিত অভিযোগ মতে নিতু বনিক্য নামৰ যুৱকজনে বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত ৰাখালডুবিৰ কাপোৰৰ দোকানী অমৃত ৰায়ৰ ঘৰলৈ সঘনাই অহা যোৱা কৰি থকাত স্থানীয় ৰাইজৰ বহুদিনৰে পৰা সন্দেহ উপজিছিল ৷

নিত্যু বনিক্যই নিজৰ প্ৰেছ লিখা চাৰিচকীয়া বাহনখনলৈ ৰাখালডুবিৰ অমৃত ৰায়ৰ গৃহলৈ যোৱাৰ বাবে উপস্থিত হৈছিল ৷

বাহনখন পথৰ কাষত ৰাখি অমৃত ৰায়ৰ গৃহলৈ যোৱাৰ যো-জা চলোৱাৰ সময়তে উক্ত স্থানত স্থানীয় ৰাইজ উপস্থিত হৈ নিতু বনিক্যৰ সৈতে সঘনাই আহি থকাৰ কাৰণ আদি কথা জানিব বিচাৰি কথাৰ কটাকটি লাগে৷ পিছত নিতু বনিক্য অমৃত ৰায়ৰ গৃহলৈ যোৱাৰ সময়তো ৰাইজে অনুসৰণ কৰে ৷

আনহাতে ৰাইজে পিছত বাহনৰ ভিতৰত ড্ৰাগৰ কণ্টেইনাৰ , চিৰিঞ্জ আদি প্ৰত্যক্ষ কৰে ৷ অৱশ্যে স্থানীয় ৰাইজে গাড়ীখন তালাচী চলাওঁতে গাড়ীৰ গৰাকী নিতু বনিক্য তেওঁৰ সহযোগী অমৃত ৰায়ৰ ঘৰত গৈছিল ৷ পিছত সহযোগী অমৃত ৰায় আৰু নিতু বনিক্যই গাড়ীৰ ওচৰত অহাৰ পিছতে স্থানীয় ৰাইজে দুজনকে আটক কৰে আৰু আৰক্ষীক খবৰ দিয়ে ৷

আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুয়োজনকে আটক কৰি বঙাইগাঁও থানাত লৈ আহে ৷
আৰক্ষীয়ে অমৃত ৰায়ৰ গৃহৰ লগতে দোকানতো অভিযান চলায় ৷ উল্লেখ্য যে নিতু বনিক্য বজৰং দলৰো এগৰাকী নেতা বুলি জানিব পৰা গৈছে ৷

সেইদৰে এগৰাকী মহিলাৰ মোবাইল চুৰি ঘটনা আৰু নয়াগাৱৰ এগৰাকী লোকক গাড়ী বিক্ৰীৰ নামত প্ৰবঞ্চনা কৰাৰ অভিযোগত কিছুদিন পূৰ্বে অভয়াপুৰী আৰক্ষীৰ জালত পৰা বুলিও অভিযোগ আছে৷

প্ৰণৱ কুমাৰ ডেকা

প্ৰণৱ কুমাৰ ডেকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd