• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁৱত মাৰোৱাৰী যুৱ মঞ্চৰ অক্সিজেন কনচেনট্ৰেটৰ সেৱা আৰম্ভ

প্ৰণৱ কুমাৰ ডেকা by প্ৰণৱ কুমাৰ ডেকা
June 3, 2021 8:44 pm
klklkl
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অতিমাৰী ক’ভিডৰ সংকটকালত সহায়ৰ বাবে আগবাঢ়ি আহিছে মাৰোৱাৰী যুৱ মঞ্চৰ বঙাইগাঁও শাখা৷

ইতিমধ্যে ২৪ ঘন্টীয়া অক্সিজেন সেৱা আৰু এম্বুলেন্স সেৱা আগবঢ়োৱাৰ পিছত এইবাৰ মাৰোৱাৰী যুব মঞ্চৰ বঙাইগাঁও শাখাই আৰম্ভ কৰিলে অক্সিজেন কনচেনট্ৰেটৰ সেৱা ৷

Apply Now

কোনোৱা ব্যক্তিৰ দেহত অক্সিজেনৰ লেভেল হ্ৰাস পালে এই অক্সিজেন কনচেনট্ৰেটৰৰ দ্বাৰা অক্সিজেনৰ লেভেল বৃদ্ধি কৰাত সহায় কৰিব ৷
উল্লেখ্য যে অক্সিজেন কনচেনট্ৰেটৰে নিজাববীয়াকৈ অক্সিজেন উৎপাদন কৰিব পাৰে অক্সিজেন ৷
বৰ্তমান দুটা অক্সিজেন কনচেনট্ৰেটৰৰ দ্বাৰা মঞ্চই আৰম্ভ কৰিছে এই সেৱা ৷

তদুপৰি মাৰোৱাৰী যুৱ মঞ্চৰ বঙাইগাঁও শাখাত ২০ টা অক্সিমিটাৰো মজুত ৰখা হৈছে অক্সিজেন লেভেল জোখাৰ কাৰণে ৷

গতিকে বঙাইগাঁৱত এতিয়াৰ পৰা এই সেৱা সমূহ কোনোবা ব্যক্তিৰ প্ৰয়োজন হ’লে মাৰোৱাৰী যুৱ মঞ্চৰ বঙাইগাঁও শাখাৰ স্বাস্থ্য বিভাগৰ দায়িত্বত থকা মুকেশ ডুগ্গৰ তথা ৯৪৩৫৩২৫১২৮ নম্বৰত যোগাযোগ কৰিব পাৰিব ৷

২৪ ঘন্টাই এই সেৱা উপলব্ধ হ’ব বুলিও জানিবলৈ দিছে ।

উল্লেখ্য যে ভাৰতীয় ষ্টেট বেংকৰ বঙাইগাঁও শাখাই প্ৰদান কৰা দুই লাখ টকাৰ আৰ্থিক সাহায্যৰ ধনেৰে স্বেচ্ছাসেৱী সংগঠনটোৱে এই সেৱা আৰম্ভ কৰা বুলি জানিবলৈ দিছে ৷

ইপিনে মাৰোৱাৰী যুৱ মঞ্চই বৃহস্পতিবাৰৰ পৰা ৰাইজৰ মাজত চাৰি হেজাৰ মাস্ক আৰু চাৰিশ চেনিটাইজাৰ বিতৰণ আৰম্ভ কৰিছে ৷

সাংবাদিকৰ মাজত মাস্ক চেনিটাইজাৰ বিতৰণ কৰি এই কাৰ্যসূচীৰ আৰম্ভণি কৰে ৷
এই কাৰ্যসূচীত ভাৰতীয় ষ্টেট বেংকৰ মুখ্য প্ৰবন্ধক কৃষ্ণ গোপাল মিশ্ৰ , সহকাৰী প্ৰবন্ধক গুৰুপদ হালদাৰ , মুখ্য সহযোগী বিষয়া দেৱজিৎ চেটাৰ্জী , সাংবাদিক ধীৰাজ চক্ৰৱৰ্তী , জাগৃতি শাখাৰ সভাপতি উৰ্মিলা লুনীয়া , মাৰোৱাৰী যুৱ মঞ্চৰ বঙাইগাঁও শাখাৰ সভাপতি হিমাংশু তুৱানি , সাধাৰণ সম্পাদক মুকুল জৈনৰ লগতে সুৰজিত সিং ভাৰি , নিৰ্মল বৈদ , মনীষ লাখোটীয়া , মুকেশ ডুগ্গৰসহ অন্যান্য কৰ্মকৰ্তা সকল ক্ৰমে উপস্থিত থাকে৷

প্ৰণৱ কুমাৰ ডেকা

প্ৰণৱ কুমাৰ ডেকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd