• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

#AchapterforNE :উত্তৰ পূৰ্বাঞ্চলক কৰি অহা বঞ্চনাৰ বিৰুদ্ধে টুইটাৰত ছাত্ৰ সংগঠনৰ হেছটেগ

 এন ই নাও নিউজ by এন ই নাও নিউজ
June 4, 2021 10:00 pm
ts
309
VIEWS
Share on FacebookShare on Twitter

উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি দেশৰে একাংশ লোকে পোষণ কৰি অহা অৱহেলাৰ মনোভাৱৰ বিৰুদ্ধে জাগ্ৰত হৈ উঠিছে ৩০ টাতকৈও অধিক ছাত্ৰ সংগঠন।

 

সেয়ে টুইটাৰত #AchapterforNE আৰু #NortheastMatters হেছটেগৰ জৰিয়তে ছাত্ৰ সংগঠন কেইটাই উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি দেশবাসীৰ মনোভাৱ তথা দৃষ্টিভংগীৰ সলনি কৰিবলৈ চেষ্টা চলাইছে।

 

শেহতীয়াকৈ পৰশ সিং নামৰ ইউটিউবাৰ জনে লোকসভাৰ প্ৰাক্তন সাংসদ তথা বৰ্তমানৰ কংগ্ৰেছ বিধায়ক নিনং ইৰিঙক অনা-ভাৰতীয় বুলি কোৱাৰ লগতে অৰুণাচলক চীনৰ অংশ হিচাবে অভিহিত কৰিছে।

 

ইউটিউবাৰ জনৰ এনে ধৃষ্টতাৰ পিছতে ছাত্ৰ সংগঠন কেইটাই টুইটাৰত এনে হেছটেগ ব্যৱহাৰ কৰিছে। ছাত্ৰ সংগঠন কেইটাই দেশৰ বুৰঞ্জীৰ পাঠ্যক্ৰমত উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতি,ইতিহাসৰ বিষয়ে অধিক তথ্য অন্তৰ্ভূক্ত কৰাৰো দাবী উত্থাপন কৰিছে।

 

টুইটাৰত সৃগঠন কেইটাই প্ৰকাশ কৰা পোষ্টাৰত এইবুলি কোৱা হৈছে ‘ বৰ্ণ বৈষম্যবাদী মনোভাৱৰ গুৰি কথা হৈছে অজ্ঞানতা।

 

সেয়ে আমাৰ বুৰঞ্জী, জীৱনশৈলী, ব্যক্তিক্ত, প্ৰাকৃতিক সম্পদ , দেশপ্ৰেম আদিৰ কথা NCERT ৰ পাঠ্যক্ৰমত সন্নিবিষ্ট কৰিব লাগে।

Recent News

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd