• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বাঁহতলি¸ জংঘলৰ মাজত লুকুৱাই ৰখা এহাজাৰ লিটাৰ অবৈধ চুলাই নষ্ট কৰিলে উলুৱনী আৰক্ষীয়ে

ৰিদীপ শৰ্মা by ৰিদীপ শৰ্মা
June 7, 2021 2:03 pm
liquer destroyed final

ফটো: নৰ্থইষ্ট নাও।

341
VIEWS
Share on FacebookShare on Twitter

এইবাৰ অবৈধ চুলাই ভাটিৰ বিৰুদ্ধে যৌথ অভিযানত নামিল আৰক্ষী আৰু সাংবাদিকৰ। কলিয়াবৰৰ উলুৱনি আৰক্ষীয়ে সোমবাৰে বেঙেনাআটীত নষ্ট কৰিলে এহাজাৰ লিটাৰ অবৈধ চুলাই।

আগে-আগে আৰক্ষী¸ পিছে-পিছে সাংবাদিক। এইদৰে গৈ বেঙেনাআটীৰ একাংশ ঘৰৰ বাহিৰে-ভিতৰে অবৈধ চুলাইৰ বিৰুদ্ধে অভিযান চলালে আৰক্ষীয়ে।

আৰক্ষী-সাংবাদিকৰ দল অহা গ’ম পাই ঘৰ এৰি পলায়ন চুলাই কৰে বেপাৰী। বেঙেনাআটীৰ কেইবাঘৰতো উলুৱনী আৰক্ষীয়ে অভিযান চলায়।

আশ্চৰ্যজনকভাৱে আৰক্ষী অহা গ’ম পাই  চুলাই বেপাৰীসকলে অবৈধভাৱে প্ৰস্তুত কৰা চুলাই লুকুৱাই ৰাখে বাঁহতলি¸ জংঘলৰ মাজত।

অৱশেষত বাঁহৰ তলি¸ জংঘলৰ মাজলৈ সোমাই গৈ আৰক্ষীয়ে এহাজাৰ লিটাৰ চুলাই নষ্ট কৰাৰ লগতে চুলাই বনোৱা সা-সৰঞ্জাম¸বাচন-গামলা আদিও ধ্বংস কৰে।

কলিয়াবৰৰ উলুৱনী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৌৰৱজ্যোতি মহন্তৰ নেতৃত্বত চুলুং আৰক্ষী আৰু কলিয়াবৰৰ সাংবাদিকৰ এটি দলে অবৈধ চুলাই ভাটিসমূহ উচ্ছেদ কৰিবলৈ সক্ষম হয়।

ড্ৰাগছ¸ চুলাইৰ নিষিদ্ধ বেহাৰ বিৰুদ্ধে ধাৰাবাহিক অভিযানৰ অংশ হিচাপে এতিয়া তৎপৰ হৈছে কলিয়াবৰ আৰক্ষী প্ৰশাসন।

সাম্প্ৰতিক কৰ’না মহামাৰীৰ এই ভয়াৱহ সময়তো একাংশই চলাই গৈছে এই দুস্কাৰ্য। আংশিক লকডাউনত জনজীৱন স্তব্ধ হোৱাৰ সময়তো গা লৰা নাই অবৈধ চুলাই ব্যৱসায়ীৰ। এইসকল অবৈধ চুলাই ব্যৱসায়ীয়ে কেতিয়া যে শিক্ষা ল’ব সেয়া সময়েহে কব।

Recent News

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd