• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যসমূহলৈ সকাহ: ১৮-৪৪ বছৰৰ লোকৰ বাবেও কেন্দ্ৰই দিব বিনামূলীয়া ভেকচিন

 এন ই নাও নিউজ by এন ই নাও নিউজ
June 7, 2021 7:27 pm
modi
339
VIEWS
Share on FacebookShare on Twitter

ক’ভিডৰ ভয়াৱহতা ৰোধৰ বাবে চৰকাৰে যোৱা ১ মে’ৰ পৰা ১৮ৰ পৰা ৪৪ বছৰৰ ভিতৰত ব্যক্তিসকলক ক’ভিড ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰিছিল।দুটাকৈ এপৰ যোগেদি নিজৰ মোবাইলৰ পৰা অনলাইনযোগে নিজৰ লগতে পৰিয়ালৰ নাম পঞ্জীভূক্ত কৰাৰ ব্যৱস্থা কৰিছিল।

সেইমৰ্মে দেশৰ লাখ লাখ জনতাই ভেকচিনৰ বাবে নাম পঞ্জীয়ন কৰিছিল।

কেন্দ্ৰীয় চৰকাৰে ৪৫ বছৰৰ ওপৰৰ ব্যক্তিসকলৰ বাবে ভেকচিন সম্পূৰ্ণ বিনামূলীয়াকৈ দিছিল যদিও ১৮ বছৰৰ পৰা ৪৪ বছৰৰ লোকসলৰ বাবে প্ৰি খন ৰাজ্য চৰকাৰে সংশ্লিষ্ট প্ৰতিষ্ঠানৰ পৰা ভেকচিন ক্ৰয় কৰিবলগীয়া হৈছিল।

কিন্তু এতিয়াৰে পৰা ৰাজ্য চৰকাৰ সমূহে ভেকচিনৰ বাবে কোনো ধন ব্যয় কৰিবলগীয়া নহ’ব। কিয়নো কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰ সমূহক ১৮-৪৪ বছৰৰ লোকসকলৰ বাবেও বিনামূলীয়াকৈ ভেকচিনৰ যোগান ধৰিব।

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দেশত উৎপাদিত ভেকচিনৰ ৭৫ শতাংশ চৰকাৰে ক্ৰয় কৰিব আৰু সেই ভেকচিন ৰাজ্য চৰকাৰ সমূহক বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব।

২১ জুনৰ যোগ দিৱসৰ পৰাই কেন্দ্ৰই এই সিদ্ধান্ত কাৰ্যকৰী কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। উল্লেখ্য ১ মে’ৰ পৰা ৰাজ্য চৰকাৰসমূহক ২৫ শতাংশকৈ ভেকচিন প্ৰদান কৰি থকা হৈছে।

১৮-৪৪ বছৰৰ লোকসকলে ইচ্ছা কৰিলে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়তো ভেকচিন ল’ব পাৰিব । ইয়াৰ বাবে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে ২৫০ টকাকৈ ল’ব পাৰিব।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd