• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বাইক চোৰৰ বিৰুদ্ধে দুধনৈ আৰক্ষীৰ অভিযান; ৩ দিনত ৬ জন বাইক চোৰ গ্ৰেপ্তাৰ, উদ্ধাৰ ১২ খন বাইক

নীলমনি শর্মা by নীলমনি শর্মা
June 8, 2021 4:27 pm
bike thievs racet

ফটো: নৰ্থইষ্ট নাও।

231
VIEWS
Share on FacebookShare on Twitter

দুধনৈ আৰক্ষী থানাত এতিয়া উঠিছে বাইকৰ উজান। জিলাখনৰ অ’ত ত’ত উদ্ধাৰ হৈছে বাইক। ৰাস্তাই ঘাটে চুৰি হোৱা বাইক উদ্ধাৰ হৈছে।

দুধনৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুকুট কাকতি গাড়ী চোৰৰ লগতে বিভিন্ন অপৰাধীৰ বাবে মুৰৰ কামোৰণি হৈ পৰিছে৷

যোৱা ৫ জুনৰ নিশা অসম আৰক্ষীৰ ম’ষ্ট ৱান্টেড ৰংজুলিৰ কাণকাটা অঞ্চলৰ দুধৰ্ষ বাইক চোৰ আব্দুল বাৰিক নামৰ এজনক বাইক চোৰ কৰা বিভিন্ন সামগ্ৰীৰ লগতে লেপটপ, প্ৰিন্টাৰ, ভুৱা পঞ্জীয়ন নম্বৰ প্লেট সহ দুধনৈ আৰক্ষীয়ে আটক কৰাৰ পিছত এইবাৰ আকৌ পাঁচজন বাইক চোৰক আটক কৰিবলৈ সক্ষম হৈছে দুধনৈ আৰক্ষীয়ে।

যোৱা নিশা গোপন সূত্ৰৰ পম খেদি দুধনৈ আৰক্ষী আৰু ৰংজুলি আৰক্ষীৰ সহযোগত পাঁচজন বাইক চোৰক আটক কৰিবলৈ সক্ষম হয়।

আৰক্ষীৰ জালত পৰা বাইক চুৰি কাণ্ডৰ সৈতে জড়িত চোৰ কেইটা ক্ৰমে- মাটিয়া থানাৰ অন্তৰ্গত মামুদপুৰৰ আব্দুল ৰহিম আলী, মালেক হুছেইন, বামুনপাৰাৰ ৰাজিবুল ইছলাম (২৩), ৰংজুলি থানাৰ অন্তৰ্গত ফৰেষ্ট কাণকাটাৰ আব্দুল বাৰিক, খেৰোপাৰাৰ নুৰ আলম ওৰফে ৰাহুল (২৮), আৰু কাণকাটাৰ সোমেৰ আলী ওৰফে তৰুণ (৩৬)।

আৰক্ষী সূত্ৰে জানিব পৰা মতে এই বাইক চোৰ কেইজনৰ পৰা ৭ খন বাইক আৰু এখন বুলেট জব্দ কৰাৰ উপৰি ১১ খন ভুৱা নম্বৰ প্লেট, বাইক মেৰামতিৰ বিভিন্ন সামগ্ৰী জব্দ কৰে।

আজি দুধনৈ থানাত গোৱালপাৰা জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণাল ডেকাই বাইক চুৰি চক্ৰৰ সৈতে জড়িত ধৃত বাইক চোৰ কেইজন অসমৰ বিভিন্ন জিলাত সিঁচৰিত হৈ থকা বাইক চোৰৰ চক্ৰৰ সৈতে জড়িত থকা বুলি জানিবলৈ দিয়ে।

গোৱালপাৰা জিলাৰ পৰা সমূলঞ্চে বাইক চোৰৰ চক্ৰ উৎখাত কৰা হব বুলিও অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ে।

যিসকল লোকে চুৰি বাইক ক্ৰয় কৰিছে তেওঁলোকেও ৰেহাই নাপাব বুলি কোৱাৰ লগতে বাইক চোৰৰ লগতে বিভিন্ন অপৰাধীৰ বিৰুদ্ধে ধাৰাবাহিকভাবে অভিযান চলাই যাব বুলিও দুধনৈ আৰক্ষীয়ে জানিবলৈ দিয়ে।

Recent News

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd