• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোচ ৰাজবংশী জনগোষ্ঠীক অতিশীঘ্ৰে জনজাতিকৰণৰ দাবী জাতীয় মঞ্চৰ

মুখ্যমন্ত্ৰী আৰু ভৈয়াম জনজাতি বিভাগৰ মন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ

প্ৰণৱ কুমাৰ ডেকা by প্ৰণৱ কুমাৰ ডেকা
June 10, 2021 8:40 pm
kokokoko
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰক অতিশীঘ্ৰে মন্ত্রীগাটৰ প্রতিবেদন কেন্দ্রীয় চৰকাৰলৈ প্ৰেৰণ কৰি আগন্তুক সংসদৰ অধিৱেশনতে জনজাতিকৰণৰ বিধেয়ক উত্থাপনৰ জৰিয়তে কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ মর্যাদা প্রদান কৰিবলৈ দাবী জনাই বৃহস্পতিবাৰে কোচ ৰাজবংশী জাতীয় মঞ্চই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ মন্ত্রী ডাঃ ৰণোজ পেগুক সুকীয়া সুকীয়াকৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷

স্মাৰক পত্ৰত অসমৰ কোচ ৰাজবংশী সকলে ১৯৬৭ চনৰ পৰা জনজাতিকৰণ দাবী কৰি আহিছে যদিও বিভিন্ন চৰকাৰৰ উদাসীনতা আৰু বিভিন্ন মেৰপেছত পৰি জনজাতিকৰণৰ পৰা বঞ্চিত হৈ আহিছে বুলিও ক্ষোভ প্রকাশ কৰে ৷

Apply Now

এক প্ৰেছ বিবৃতিত কোচ ৰাজবংশী জাতীয় মঞ্চৰ সাধাৰণ সম্পাদক ভূপেন ৰায়ে এই কথা উল্লেখ কৰিছে ৷

সাধাৰণ সম্পাদকগৰাকীয়ে লগতে যোৱা বৰ্ষৰ ৩ চেপ্তেম্বৰত অসম বিধান সভাত কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ বিধেয়ক গৃহীত কৰাৰ বাবে বিজেপি নেতৃত্বাধীন অসম চৰকাৰক ধন্যবাদ জনায় যদিও যোৱা ফেব্ৰুৱাৰী মাহত খৰখেদাকৈ বিটিআৰ আৰু ৰাভা হাছং পৰিষদৰ অন্তৰ্গত কেবাজনো ব্যক্তিক অন্তর্ভুক্ত কৰি অন্তৰ্ৱৰ্তীকালীন কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ গঠন কৰাটো অতি দুর্ভাগ্যজনকেই নহয় ইয়াৰ জৰিয়তে কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ আইন উলংঘন কৰা হৈছে বুলিও বিবৃতিটোত উল্লেখ কৰিছে ।

কোচ ৰাজবংশী জাতীয় মঞ্চই কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ আইন ২০২০ অনুসাৰে পৰিষদৰ বাহিৰৰ লোকসকলোকে আঁতৰাই কমতাপুৰ স্বায়ত্বশাসিত পৰিষদখন পুনৰ গঠন কৰবলৈকো মুখ্যমন্ত্রী আৰু জনজাতি পৰিক্ৰমা মন্ত্রীক দাবী জনায় । লগতে পৰিষদখন পুনৰ গঠনৰ স্বার্থত ভুৱা ঠিকনা দি পৰিষদৰ শাসনভাৰ ল’ব বিচৰা সকলকো জাতিৰ প্রতি দায়বদ্ধতা দেখুৱাই স্বেচ্ছাই পদত্যাগ কৰিবলৈ আহ্বান জানায়।

ভূপেন ৰায়ে উনুকিয়াই কয় যে, কিছুসংখ্যক লোকে পৰিষদৰ বাসিন্দা বুলি ভুৱা ঠিকনা দি অন্তর্বর্তীকালীন পৰিষদত অন্তর্ভুক্ত হোৱাৰ কাৰণে ন্যায়ালয়ৰ ৰোষত পৰিছে আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে পৰিষদৰ কামকাজত স্থিতাৱস্থাৰ নিৰ্দেশ জাৰি কৰিছে ।
তেনে ক্ষেত্ৰত ভুৱা ঠিকনাৰে পৰিষদত অন্তর্ভুক্ত হোৱা সকলোৰে বাবে যদি পৰিষদখন পুনৰ গঠন নকৰে আৰু শপতগ্ৰহণ কৰি চৰকাৰী কামকাজ কৰাত বাধা হয় তাৰ বাবে ভুৱা ঠিকনাধাৰী সকল জগৰীয়া হ’ব ।

কাৰণ কেএচি দুই এজন ব্যক্তিক সংস্থাপিত কৰা পৰিষদ নহয় বুলিও কয় ৷ উল্লেখ্য যে কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ আইন ২০২০ অনুসৰি পৰিষদখন গঠন নোহোৱাত ধুবুৰী জিলাৰ তিনিজন কোচ ৰাজবংশী ব্যক্তিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত লেখ আবেদন জনোৱাত উক্ত লেখ আবেদনৰ ভিত্তিত ন্যায়ালয়ে পৰিষদখনৰ কামকাজত স্থগিতাদেশ জাৰি কৰি যোৱা এপ্ৰিল মাহতে ৰাজ্য চৰকাৰলৈ নিৰ্দেশ প্ৰেৰণ কৰিছিল ৷

যাৰ বাবে পৰিষদখন ওলমি ৰৈছে ৷ সেইদৰে জাতীয় মঞ্চই স্মাৰকপত্র যোগে অসমৰ কোচ ৰাজবংশী সকলোৰে সামগ্রিক বিকাশ আৰু উন্নয়নৰ বাবে গঠিত কোচ ৰাজবংশী উন্নয়ন পৰিষদ (কে আৰ ডি চি) খনকো সমগ্র অসমৰ জিলাক সামৰি উপযুক্ত ব্যক্তিৰ দ্বাৰা পুনৰ গঠন কৰিবলৈকো মুখ্যমন্ত্ৰীক আহ্বান জনাইছে ।

প্ৰণৱ কুমাৰ ডেকা

প্ৰণৱ কুমাৰ ডেকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

September 17, 2026 8:39 pm
‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

September 17, 2026 7:52 pm
হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

September 17, 2026 7:02 pm
ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

September 17, 2026 6:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

September 17, 2026 8:39 pm
‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

September 17, 2026 7:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd