• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অপ্ৰতিৰোধ্য কৰ’না! যোৰহাট কেন্দ্ৰীয় কাৰাগাৰৰ মুঠ ৬৭জন কাৰাবন্দী কোভিড-১৯ পজিটিভ

স্মিতা ভট্টাচাৰ্য্য by স্মিতা ভট্টাচাৰ্য্য
June 12, 2021 8:12 am
Jorhat-Central-Jail-1024x512-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত শুকুৰবাৰে ৩৩জন কাৰাবন্দীৰ কোভিড-১৯ পজিটিভ চিনাক্ত হোৱাৰ পাছত এতিয়া কাৰাগাৰখনৰ মুঠ কৰ’না আক্ৰান্ত কাৰাবন্দীৰ সংখ্যা ৬৭জনলৈ বৃদ্ধি পালে।

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে যোৰহাট কেন্দ্ৰীয় কাৰাগাৰৰ ৩০জন কাৰাবন্দীৰ কোভিড-১৯ পজিটিভ চিনাক্ত হৈছিল আৰু তাৰ পূৰ্বেই আন চাৰিজনৰো কোভিড পজিটিভ ধৰা পৰিছিল।

Apply Now

এদিনতে ৩০জনকৈ কাৰাবন্দী পজিটিভ চিনাক্ত হোৱাৰ পাছতে শুকুৰবাৰে স্বাস্থ্য বিভাগৰ বিষয়াৰ এটা দলে  যোৰহাট কেন্দ্ৰীয় কাৰাগাৰ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়।

কাৰাগাৰৰ এজন বিষয়াই জানিবলৈ দিয়ে যে কোভিড-১৯ত আক্ৰান্ত কাৰাবন্দীসকলক ভাইৰাছ সংক্ৰমণ ৰোধ কৰাৰ বাবে কাৰাগাৰৰ ভিতৰত পৃথক ৱাৰ্ডত আইছ্যলেশ্যনত ৰখা হৈছে।

স্বাস্থ্য বিভাগৰ দলটোৰ এগৰাকী সদস্যই কয় যে কাৰাবন্দীৰ মাজত উচ্চ হাৰত সংক্ৰমণৰ ঘটনা চিন্তাৰ কাৰণ আৰু সংক্ৰমণ ৰোধ কৰাৰ বাবে সকলোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

কাৰাগাৰৰ বিষয়াগৰাকীয়ে প্ৰকাশ কৰে যে স্বাস্থ্য বিভাগৰ দলটোৱে বাকী কাৰাবন্দীসকলৰ পৰা সুকীয়াকৈ আইছ’লেশ্যনত ৰখা আক্ৰান্তৰ পৃথক ৱাৰ্ড পৰিদৰ্শন কৰে আৰু আক্ৰান্তসকলৰ স্বাস্থ্যৰ বুজ লয়।

বিষয়াসকলে কয় যে আইছ’লেশ্যন ৱাৰ্ডত স্বাস্থ্য বিভাগৰ পৰা অক্সিজেন চিলিণ্ডাৰ আগবঢ়োৱা হৈছে।

আক্ৰান্ত ৰোগীসকল বৰ্তমান সুস্থ বুলি সদৰী কৰি বিষয়াসকলে কয় যে প্ৰয়োজন হ’লে তেওঁলোকক স্বাস্থ্য বিভাগৰ পৰামৰ্শ অনুসৰি তথা জিলা প্ৰশাসনৰ সৈতে আলোচনা কৰি কোভিড কেয়াৰ হাস্পাতাল বা কেন্দ্ৰলৈ স্থানান্তৰিত কৰা হ’ব।

আনহাতে, কাৰাগাৰখনৰ জেইলৰ চম্পাকলি বৰদলৈয়ে কয় যে নতুন আক্ৰান্তৰ বাবে আন এটা আইছ’লেশ্যন ৱাৰ্ড সাজু কৰি থকা হৈছে।

Tags: COVID-19
স্মিতা ভট্টাচাৰ্য্য

স্মিতা ভট্টাচাৰ্য্য

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

উজনিত বানৰ ভয়াবহ ৰূপ : ২৪ ঘণ্টাত ২১ জনৰ মৃত্যু, ৫ লাখতকৈ অধিক লোক আক্ৰান্ত

উজনিত বানৰ ভয়াবহ ৰূপ : ২৪ ঘণ্টাত ২১ জনৰ মৃত্যু, ৫ লাখতকৈ অধিক লোক আক্ৰান্ত

July 22, 2026 8:44 am
প্ৰতিবাদলৈ যোৱাতকৈ পঢ়ি নম্বৰ গোটোৱাটোৱেই বেছি ভাল: মন্তব্য নিট পৰীক্ষাত শীৰ্ষ স্থান লাভ কৰা পাংশুল বাঞ্চালৰ

প্ৰতিবাদলৈ যোৱাতকৈ পঢ়ি নম্বৰ গোটোৱাটোৱেই বেছি ভাল: মন্তব্য নিট পৰীক্ষাত শীৰ্ষ স্থান লাভ কৰা পাংশুল বাঞ্চালৰ

July 22, 2026 7:45 am
হাপানী ৰোগৰ কাৰণ আৰু প্ৰতিকাৰ

হাপানী ৰোগৰ কাৰণ আৰু প্ৰতিকাৰ

July 22, 2026 6:45 am
জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

July 21, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উজনিত বানৰ ভয়াবহ ৰূপ : ২৪ ঘণ্টাত ২১ জনৰ মৃত্যু, ৫ লাখতকৈ অধিক লোক আক্ৰান্ত

উজনিত বানৰ ভয়াবহ ৰূপ : ২৪ ঘণ্টাত ২১ জনৰ মৃত্যু, ৫ লাখতকৈ অধিক লোক আক্ৰান্ত

July 22, 2026 8:44 am
প্ৰতিবাদলৈ যোৱাতকৈ পঢ়ি নম্বৰ গোটোৱাটোৱেই বেছি ভাল: মন্তব্য নিট পৰীক্ষাত শীৰ্ষ স্থান লাভ কৰা পাংশুল বাঞ্চালৰ

প্ৰতিবাদলৈ যোৱাতকৈ পঢ়ি নম্বৰ গোটোৱাটোৱেই বেছি ভাল: মন্তব্য নিট পৰীক্ষাত শীৰ্ষ স্থান লাভ কৰা পাংশুল বাঞ্চালৰ

July 22, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd