• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিৱসাগৰৰ ঐতিহাসিক জয়সাগৰৰ ডিমৌপথাৰত কঠিয়া সিঁচিলে কৃষি মন্ত্ৰীকে ধৰি অন্যান্যসকলে

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
June 12, 2021 5:04 pm
GG
337
VIEWS
Share on FacebookShare on Twitter

১৯৬০ চনতে প্ৰতিষ্ঠা হোৱা অসমৰ অন্যতম পুৰণি কৃষিপাম সমবায় সমিতি বীৰাংগনা মূলাগাভৰু কৃষিপাম সমবায় সমিতিৰ উদ্যোগত আয়োজন কৰা কঠিয়া সিঁচা কাৰ্যসূচীত প্ৰখৰ ৰ’দত বোকাময় পথাৰত কঠিয়া সিঁচে কৃষিমন্ত্ৰী অতুল বৰা, যোগান মন্ত্ৰী যোগেন মহন আৰু সাংসদ তপন কুমাৰ গগৈয়ে।

কঠিয়া সিঁচাৰ পূৰ্বে ডিমৌপথাৰৰ নামঘৰত সেৱা জনায় আৰ্শীবাদ লয় মন্ত্ৰীদ্বয়ে।

১০ বিঘা মাটিত কঠিয়া সিঁচি প্ৰায় ১৫০ বিঘা মাটিত অত্যাধুনিক কৃষি পদ্ধতিৰে সমবায় ভিত্তিত পাঁচখন গাঁৱৰ মানুহে বিগত ৬০ বছৰ ধৰি খেতি কৰি আহিছে।

ৰদৰ পৰা বাচিবলৈ মূৰত জাপি পিন্ধি মন্ত্ৰী যোগেন মহনে কঠিয়া সিঁচি
গালে এফাকি বিহু গীতো।

কৃষি কৰ্মৰ যোগেদিহে গ্ৰাম্য অৰ্থনীতি সবল হব বুলি মন্তব্য কৰে কৃষি মন্ত্ৰী অতুল বৰাই। তেওঁ লগতে কয়, কৃষকৰ সমস্যা সমুহৰ দূৰ কৰাৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব।

তেওঁ কয়, কৃষকে উৎপাদিত কৰা সামগ্ৰী সমুহৰ উচিত মূল্য লাভ কৰা আৰু কৃষকক যথোচিত সন্মান প্ৰদান কৰিলেহে ৰাইজ কৃষি কৰ্মৰ প্ৰতি আগ্ৰহী হব।

বীৰাংগনা মূলাগাভৰু কৃষিপাম সমবায় সমিতিৰ দীৰ্ঘদিনে কৰি অহা সমজুৱা এই কৃষি কাৰ্যক কৃষিমন্ত্ৰী অতুল বৰাই প্ৰশংসা কৰাৰ লগতে ভৱিষ্যত দিনত আন কৃষি সমবায় সমিতিৰ বাবে এই বীৰাংগনা মূলাগাভৰু কৃষিপাম সমবায় সমিতি আদৰ্শ হৈ ৰ’ব।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd