• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিষয়াৰ বদলিকৰণৰ নামত বন বিভাগত চলিছে চিণ্ডিকেটৰাজ

নিৰ্বাচনৰ পূৰ্বৰ নিৰ্দেশকে কাৰ্যকৰী কৰিবলৈ তৎপৰ বিশেষ চক্ৰ

 এন ই নাও নিউজ by এন ই নাও নিউজ
June 12, 2021 5:49 pm
uu
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম বিধান সভাৰ ২০২১ চনৰ পাৰহৈ যোৱা নিৰ্বাচনৰ প্ৰাকক্ষণত
নিৰ্বাচনী আয়োগৰ নিৰ্দেশাৱলীৰ মতে অসমৰ বন বিভাগে ২৬ ফেব্ৰুৱাৰীতেই বিভাগটোৰ বিভিন্ন ডি এফ অ’ আৰু সহকাৰী বন সংৰক্ষকৰ বদলিকৰণৰ এক নিৰ্দেশ জাৰি কৰিছিল ৷

FRE.79/2012/83 নম্বৰৰ এই নিৰ্দেশ মতে ৰাজ্যখনৰ মুঠ ১৯ জন ডি এফ অ’ বা উপ বন সংৰক্ষক আৰু ১৩ জন সহকাৰী বন সংৰক্ষকৰ নিৰ্বাচনী বিধি মতে বদলিকৰণ কৰা হৈছিল ৷

Apply Now

এই নিৰ্দেশৰ পিচতেই নিজৰ পচন্দৰ স্থানত বদলিকৰণৰ কৰোৱাৰ বাবে বিভাগটোত বহু টকাৰ লেনদেন হোৱাৰো অভিযোগ উঠিছিল।

 

bbbnnn
গঢ়ি উঠিছিল বদলিকৰণৰ এক গোপন বজাৰ ৷

এই নিৰ্দেশক সঁজুলি হিচাবে লৈ বন বিভাগত ধন ঘটিছিল উচ্চস্তৰীয় এক চক্ৰই ৷

কিন্তু বদলিকৰণৰ নিৰ্দেশ কাৰ্যকৰী হোৱাৰ আগতেই ৰাজ্যত নিৰ্বাচনৰ মডেল ক’ড অফ কণ্ডাক্ট জাৰি হোৱাৰ বাবে সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনৰ বন বিভাগৰ বদলিকৰণৰ এই নিৰ্দেশ ৰৈ গৈছিল ৷

বিধানসভাৰ নিৰ্বাচন হৈ গ’ল ৷ ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠন হ’ল নতুন চৰকাৰ ৷ কিন্তু ইয়াৰ পিচত এতিয়া নতুন চৰকাৰৰ অজ্ঞাতে নিৰ্বাচনৰ পূৰ্বৰ বদলিকৰণৰ নিৰ্দেশটো কাৰ্যকৰী কৰিবৰ বাবে সক্ৰিয় হৈছে উল্লেখিত চক্ৰটো ৷

এই বদলিকৰণৰ নিৰ্দেশকলৈ ধন ঘটা চক্ৰটোৱে এতিয়া নিজৰ স্বাৰ্থ পূৰণৰ নামত এই নিৰ্দেশকে কাৰ্যকৰী কৰাবৰ বাবে শীৰ্ষ বিষয়াক প্ৰভাৱান্বিত কৰি যোৱা ৭ মে’ত এটা ইমেইল আৰু ১১ জুনত FE.22/11/Gazetted/Pt-III নম্বৰৰ এক নিৰ্দেশ জাৰি কৰোৱাইছে ৷

এই চক্ৰৰ প্ৰভাৱত অহা ১৪ জুনত এখন সভাৰো আয়োজন কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

সৰ্বানন্দ চৰকাৰৰ দিনতে জাৰি কৰা নিৰ্বাচনীয় এক নিৰ্দেশ ড৹ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ অগোচৰে পুনৰ কাৰ্যকৰী কৰিবলৈ লোৱা কাৰ্যই এতিয়া ৰাজ্যৰ বন বিভাগত জোকাৰণি তুলিছে ৷

প্ৰশ্ন হৈছে সক্ৰিয়তাৰে এমাহ অতিক্ৰম কৰা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পাৰিবনে বন বিভাগৰ এই চক্ৰক নিয়ন্ত্ৰণ কৰিব ?

 এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd