• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ জন্মদিনত ৩১ হাজাৰ গজালেৰে ছবি আঁকি অসমৰ অনুৰাগীৰ শ্ৰদ্ধাঞ্জলি

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
June 14, 2021 4:30 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি বলিউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ প্ৰথম মৃত্যু বাৰ্ষিকী।

আজিৰ দিনটোতে এক অনাহুত পৰিস্থিতিত মুম্বাইত আত্মহত্যা কৰিছিল বলিউডৰ জনপ্ৰিয় অভিনেতাগৰাকীয়ে।সুশান্ত সিং ৰাজপুতৰ জন্মদিনটোত অভিনেতা জনৰ অনুৰাগী চিৰাং জিলাৰ বাসুগাঁওৰ ছাত্ৰ সৌৰভ মণ্ডলে সুশান্ত সিঙৰ শ্ৰদ্ধাঞ্জলি হিচাবে ৩১ হেজাৰ গজালেৰে আঁকিলে ছবি।

Apply Now

প্লাই বোৰ্ডত গজাল মাৰি সুশান্ত সিঙৰ ছবি অঁকা এইজন সৌৰভ মণ্ডল ত্ৰিপুৰা ইউনিভাৰ্ছিটিৰ এম কমৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ।

kk

নিজৰ পঢ়াশুনাৰ লগে লগে চলাই গৈছে ছবি অঁকাৰ কামো।

এই ছবি আঁকোতে প্ৰতিদিনে ৫ ঘন্টাকৈ কাম কৰি ৮ দিনত অৰ্থাৎ ৪০ ঘন্টাত সম্পূৰ্ণ কৰি তুলিছে এই ছবি।

চিত্ৰাংকনৰ কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা নোহোৱাকৈ স্কেচ পেইন্টিং কৰাৰ পিচত মাউথ পেইন্টিং কৰিছিল।

মাউথ পেইন্টিং কৰি মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ছবি আঁকি মুখ্যমন্ত্ৰী জনৰ শুভেচ্ছা লাভ কৰা এই জন সৌৰভ মণ্ডলে পূৰ্বতেই ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ(এক্সট্ৰা অৰ্ডিনাৰী আৰ্টিষ্ট) ত নাম সন্নিৱিষ্ট কৰাৰ লগতে এছিয়া বুক অৱ ৰেকৰ্ডছ( গ্ৰেণ্ড মাষ্টাৰ) পুৰষ্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল । এতিয়া ছবি অঁকাৰ মাজেৰে বিশ্ব অভিলেখ গঢ়াৰ সপোন দেখিছে সৌৰভ মণ্ডলে।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

June 5, 2026 3:52 pm
যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

June 5, 2026 3:21 pm
পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

June 5, 2026 2:26 pm
ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

June 5, 2026 1:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

June 5, 2026 3:52 pm
যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

June 5, 2026 3:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd