• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকাখাতত অনিয়ন্ত্ৰিত সংক্ৰমণ! ক’ভিডত আক্ৰান্ত কাজিৰঙাৰ ম’হপৰা গাওঁৰ পিতা-পুত্ৰৰ মৃত্যু

উত্তম শইকীয়া by উত্তম শইকীয়া
June 18, 2021 7:35 am
Bokakhat covid death

কোভিডত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লোৱা পিতা-পুত্ৰ। ফাইল ফটো।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত ক’ভিডৰ সক্ৰমণ হ্ৰাস পাইছে যদিও বিগত এটা সপ্তাহত বোকাখাতত ক’ভিডৰ সংক্ৰমণ অনিয়ন্ত্ৰিত হৈ পৰিছে ৷ প্ৰতিদিনে সংক্ৰমিত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে ৷

বৃহস্পতি বাৰৰ দিনা বোকাখাতত মুঠ ১০০ জন লোকৰ শৰীৰত ক’ভিডৰ সংক্ৰমণ ধৰা পৰিছে ৷ বুধবাৰৰ দিনা এই সংখ্যা আছিল ৬৮ জন ৷

Apply Now

তাৰ মাজতে কাজিৰঙাৰ ম’হপৰা গাওঁত ভয়াৱহ ক’ভিড সংক্ৰমণে প্ৰাণ ল’লে পিতা পুত্ৰৰ ৷

গাঁওখনৰ নিৱাসী উমেশ গগৈ আৰু তেওঁৰ পুত্ৰ সঞ্জয় গগৈ ক’ভিড-১৯ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈছিল ৷ চিকিৎসাৰ অন্তত হোৱা পৰীক্ষাত সঞ্জীৱ গগৈ ক’ভিড সংক্ৰমণৰ পৰা মুক্ত হৈছিল আৰু ক’ভিড টেষ্টত ফলাফল  নিগেটিভ আহিছিল ৷ কিন্তু ক’ভিড মুক্ত হৈও মঙলবাৰে নিশা সঞ্জীৱ গগৈয়ে মৃত্যুক আঁকোৱালি লয় ৷

জানিব পৰা মতে, মধ্য কাজিৰঙা গাঁও পঞ্চায়তৰ অধীনৰ ম’হপৰা গাঁও নিৱাসী তথা উদীয়মান যুৱক সঞ্জয় গগৈক ক’ভিড নিগেটিভ হোৱাৰ পাছত বোকাখাত  চিকিৎসালয়ৰ পৰা গুৱাহাটীলৈ উন্নত চিকিৎসাৰ বাবে নি থকা অৱস্থাত মঙলবাৰে নিশা প্ৰায় ১-৩০ বজাত নগাওঁৰ আমনিত মৃত্যু হয়।

ইফালে পুত্ৰৰ অকাল মৃত্যুৰ পিছতে ক’ভিড আক্ৰান্ত হৈ যোৰহাটত চিকিৎসাধীন হৈ থকা সঞ্জীৱ গগৈৰ পিতৃ উমেশ গগৈৰো চিকিৎসাধীন অৱস্থাতে বুধবাৰে নিশা মৃত্যু হয়। পিতা-পুত্ৰৰ মৃত্যুত সমগ্র কাজিৰঙা অঞ্চলতে এতিয়া শোকৰ ছাঁ পৰিছে।

Tags: COVID-19
উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

July 28, 2026 11:20 am
নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

July 28, 2026 9:59 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd