• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

একেৰাহে দ্বিতীয় নিশাও পুনৰ ভূমিকম্পই জোকাৰিলে ৰাজ্য; এইবাৰ কিমান আছিল প্ৰাবল্য?

এন ই নাও নিউজ by এন ই নাও নিউজ
June 19, 2021 7:06 am
earthquake-1580261390-750x375-750x375-1
355
VIEWS
Share on FacebookShare on Twitter

একেৰাহে দ্বিতীয়বাৰৰ বাবে যোৱা নিশা ৰাজ্যত পুনৰ অনুভুত হ’ল ভূমিকম্পৰ জোকাৰণি।

যোৱা নিশা ১ বাজি ৭মিনিট ৩২ ছেকেণ্ডত পুনৰ ৰিখটাৰ স্কেলত ৪.২ মেগনিটিউডৰ এটা ভূমিকম্পই ৰাজ্যখন জোকাৰি যায়।

নেশ্যনেল চেন্টাৰ ফৰ ছেইছম’লজিয়ে এইকথা নিশ্চিত কৰিছে।

নেশ্যনেল চেন্টাৰ ফৰ ছেইছম’লজিৰ পৰা জানিব পৰা মতে ভূমিকম্পটোৰ গভীৰতা আছিল ভূগৰ্ভৰ ৩০কিলোমিটাৰ গভীৰত।

ভূমিকম্পটোৰ উৎপত্তিস্থল মধ্য অসমৰ শোণিতপুৰ জিলাৰ তেজপুৰৰ পৰা ৩৯ কিলোমিটাৰ পশ্চিম দিশত আছিল।

নিশা মানুহ শুই থকাৰ সময়তে অহা ভূমিকম্পৰ জোকাৰণিয়ে বহুতকে শংকিত কৰি তোলে। গুৱাহাটী আৰু ইয়াৰ উপকন্ঠ অঞ্চলতো ভূমিকম্পটোৰ জোকাৰণি অনুভুত হয়।

Earthquake of Magnitude:4.2, Occurred on 19-06-2021, 01:07:32 IST, Lat: 26.72 & Long: 92.40, Depth: 30 Km ,Location: 39km W of Tezpur, Assam, India for more information download the BhooKamp App https://t.co/dhNlJ7JrQy pic.twitter.com/5NnTTJehqr

— National Center for Seismology (@NCS_Earthquake) June 18, 2021

ভূমিকম্পটোৰ ফলত কোনোধৰণৰ ক্ষয়ক্ষতিৰ বাতৰি পোৱা হোৱা নাই।

আনহাতে, বৃহস্পতিবাৰে নিশাও ২ বাজি ৪মিনিট ৪ছেকেণ্ডত ৰিখটাৰ স্কেলত ৪.১ মেগনিটিউডৰ এটা ভূমিকম্পই জোকাৰি গৈছিল।

নেশ্যনেল চেন্টাৰ ফৰ ছেইছম’লজিয়ে জানিবলৈ দিয়া মতে সেই ভূমিকম্পটোৰ গভীৰতা আছিল ভূগৰ্ভৰ ২২কিলোমিটাৰ গভীৰত।

তদুপৰি, ভূমিকম্পটোৰ উৎপত্তিস্থলো আছিল মধ্য অসমৰ শোণিতপুৰ জিলাৰ তেজপুৰৰ পৰা ৩৬ কিলোমিটাৰ পশ্চিম উত্তৰ পশ্চিম দিশেত।

উল্লেখ্য যে ৰাজ্যত বিগত কিছুদিনত কেইবাটাও মজলীয়া ধৰণৰ ভূমিকম্পৰ জোকাৰণি অনুভুত হৈ আহিছে।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd