• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হাজোৰ এখন চিকিৎসালয়ত হেনো অশৰীৰী আত্মাৰ আতংক! কি কৰিছে ‘ভূতে’?

অন্ধবিশ্বাসে যাতে আৰু অধিক শিপাব নোৱাৰে তাৰ বাবে পদক্ষেপ গ্ৰহণৰ আহ্বান সচেতন মহলৰ

মৃদুল প্ৰীতম ডেকা by মৃদুল প্ৰীতম ডেকা
June 21, 2021 10:23 pm
dog

*

346
VIEWS
Share on FacebookShare on Twitter

হাজোৰ এখন চিকিৎসালয়।

চিকিৎসালয় খনত ঘূৰি ফুৰিছে অশৰীৰী আত্মা!

সেয়ে সমগ্ৰ অঞ্চলজুৰি এতিয়া বিয়পি পৰিছে আতংক। স্থানীয় একাংশ লোকে জনোৱা মতে দিন দুপৰতে হেনো চিকিৎসালয় খনত এই অশৰীৰী আত্মাই চলাইছে উপদ্ৰৱ।

চিকিৎসালয়ৰ আজবাব লণ্ডভণ্ড কৰিছে অশৰীৰী আত্মাই।

টানি লৈ ফুৰিছে চিকিৎসালয়ৰ আজবাব! বিজ্ঞান প্ৰযুক্তিৰ জয়জয়কাৰ সময়ত কি এই অদৃশ্য শক্তিৰ উপদ্ৰৱ?

হাজোৰ গড়পোট গাঁওৰ এইখন উপ স্বাস্থ্যকেন্দ্ৰত সংঘটিত হৈছে এই আজব ঘটনা! চিকিৎসালয় খন মেৰামতিৰ কাম কৰি থকা অৱস্থাত এই ঘটনা সংঘটিত হৈছে। নিজ চকুৰে এজন মিস্ত্ৰীয়ে দেখিছে হেনো অশৰীৰী আত্মাৰ উপদ্ৰৱ!

অঞ্চলটোৰ ৰাইজ এতিয়া আতংকিত। দিনতে এতিয়া মানুহ ওলাবলৈ ভয় কৰা হৈছে অঞ্চলটোত! কৌতূহল উৎকণ্ঠাৰ মাজত দিন অতিবাহিত কৰিছে অঞ্চলবাসীয়ে!

দৰাচলতে ভূত-প্ৰেতৰ ধাৰণাক বিজ্ঞানে কোনো দিনেই মানি লোৱা নাই। এইক্ষেত্ৰত পেৰা চাইক’লজিষ্টসকলৰ কথা সুকীয়া।

ভূত-প্ৰেতৰ নামলৈ ৰাজ্যৰ বহু ঠাইত পূৰ্বে দুষ্ট প্ৰকৃতিৰ লোকে নানান অপকৰ্ম সংঘটিত কৰাৰো নজিৰ নথকা নহয়।

কোনো বিশেষ পৰিস্থিতিত কোনো লোকৰ মানসিক অৱস্থাৰ পৰিবৰ্তনৰ বাবেও এনে ঘটনা ঘটা বুলি অনুভৱ কৰিব পাৰে।

যিকিনহওঁক,অন্ধবিশ্বাসে যাতে হাজোৰ গড়পোট গাঁৱত আৰু অধিক শিপাব নোৱাৰে তাৰ বাবেহে এতিয়া  সজাগতাৰ সৃষ্টি কৰা উচিৎ।

লগতে ঘটনাটোৰ ৰহস্য উদ্ঘাটন কৰাৰ ব্যৱস্থা প্ৰশাসনে কৰা উচিৎ হ’ব বুলি সচেতন মহলে মন্তব্য কৰিছে।

Recent News

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd