• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভেকচিনৰ বাবে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জনাবলৈ বিশ্ববিদ্যালয়সমূহক UGC ৰ ‘বিতৰ্কিত’ নিৰ্দেশ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 22, 2021 3:49 pm
Narendra modi thanks
219
VIEWS
Share on FacebookShare on Twitter

দেশত ২১জুনৰ পৰা কেন্দ্ৰীয় চৰকাৰে ১৮ বছৰৰ উৰ্ধৰ সকলো লোককে ভেকচিন প্ৰদানৰ ব্যাপক কাৰ্যসূচী গ্ৰহণ কৰিছে।

ইয়াৰ মাজতে ভেকচিন প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাবলৈ দেশৰ কলেজ আৰু বিশ্ববিদ্যালয়সমূহক বিশ্ববিদ্যালয় অনুদান আয়োগে (ইউজিচি) বিশেষ নিৰ্দেশ দিছে।

ইউজিচিয়ে সকলো উচ্চ শিক্ষা প্ৰতিষ্ঠানকে ভেকচিনৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰি ফ্লেক্স লগোৱাৰ নিৰ্দেশ দিছে।

ইউজিচিৰ এই নিৰ্দেশৰ পাছতে বিতৰ্কৰ সৃষ্টি হৈছে। শিক্ষাজগতৰ একাংশই ইউজিচিৰ এই নিৰ্দেশৰ আঁৰত ৰাজনীতিকৰণৰ গোন্ধ পাইছে।বহুতেই ইয়াকে লৈ সৰৱহৈ পৰিছে।

দেওবাৰে ইউজিচিয়ে সকলো উচ্চ শিক্ষা প্ৰতিষ্ঠানলৈ এখন ইমেইল প্ৰেৰণ কৰে। তাত লিখা হৈছে, ‘’২১জুনৰ পৰা দেশত ১৮ উৰ্ধৰ বিনামূলীয়া টীকাকৰণ আৰম্ভ হৈছে। বিশ্ববিদ্যালয় তথা কলেজসমূহক অনুৰোধ কৰা হৈছে যাতে শিক্ষা প্ৰতিষ্ঠান চৌহদসমূহত ধন্যবাদসূচক হ’ৰ্ডিং অঁৰা হয়। ধন্যবাদ জ্ঞাপন বাৰ্তা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ ফালৰ পৰা হিন্দী আৰু ইংৰাজীত প্ৰস্তুত কৰা ডিজাইন পঠোৱা হৈছে।‘’

ইউজিচিয়ে প্ৰেৰণ কৰা বেনাৰত লিখা আছে ‘থেংক ইউ পিএম মোদী’। ইয়াকেই লৈ সৃষ্টি হৈছে বিতৰ্কৰ।

এই ইমেইল পোৱাৰ কথা স্বীকাৰ কৰিছে দিল্লী বিশ্ববিদ্যালয়কে ধৰি একাধিক উচ্চ শিক্ষা প্ৰতিষ্ঠানে।

Recent News

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

আই চি ইউত সংকটজনক অৱস্থাত অভিনেতা; কন্যাৰ অনুৰোধত আৰ্থিক সাহায্য আগবঢ়ালে কোনে?

আই চি ইউত সংকটজনক অৱস্থাত অভিনেতা; কন্যাৰ অনুৰোধত আৰ্থিক সাহায্য আগবঢ়ালে কোনে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd